• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Success Story: IIT নতুবা IIM নহয়, এই চাকৰিতহে আছে সৰ্বাধিক দৰমহা

Success Story: IIT নতুবা IIM নহয়, এই চাকৰিতহে আছে সৰ্বাধিক দৰমহা

3 years ago
মিথুন ৰাশিৰ লগতে এই ৩ ৰাশিৰ লোকসকল হওক সাৱধান, আহিব ডাঙৰ বিপদ!

মিথুন ৰাশিৰ লগতে এই ৩ ৰাশিৰ লোকসকল হওক সাৱধান, আহিব ডাঙৰ বিপদ!

10 minutes ago
ঘাতক ঘনকান্তৰ আখ্যান ইয়াতেই সমাপ্ত! প্ৰকৃততে কেনেকৈ হ’ল এনকাউণ্টাৰ?

ঘাতক ঘনকান্তৰ আখ্যান ইয়াতেই সমাপ্ত! প্ৰকৃততে কেনেকৈ হ’ল এনকাউণ্টাৰ?

40 minutes ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

Ghanakanta Gogoi Encounter: নিজৰ ভুলৰ বাবেই প্ৰাণ গ’ল ঘাতক ঘনকান্ত গগৈৰ, আৰক্ষীৰ পিষ্টল কাঢ়ি কৰিছিল পলায়নৰ চেষ্টা

1 hour ago
১০ দিন ধৰি সন্ধানহীন থৈ থকা ‘ৰাণী’ক উদ্ধাৰ

১০ দিন ধৰি সন্ধানহীন থৈ থকা ‘ৰাণী’ক উদ্ধাৰ

9 hours ago
এই ৭ ৰাশিৰ জীৱনলৈ আহিব সুখ আৰু সমৃদ্ধি!

এই ৭ ৰাশিৰ জীৱনলৈ আহিব সুখ আৰু সমৃদ্ধি!

10 hours ago
‘মই হয়তো জীয়াই নাথাকিম’ কান্দি কান্দি ক’লে গৰিমা শইকীয়া গাৰ্গে

‘মই হয়তো জীয়াই নাথাকিম’ কান্দি কান্দি ক’লে গৰিমা শইকীয়া গাৰ্গে

10 hours ago
বাদামে বৃদ্ধি কৰে নেকি দৃষ্টিশক্তি?

বাদামে বৃদ্ধি কৰে নেকি দৃষ্টিশক্তি?

11 hours ago
পাকিস্তানী বক্সাৰক প্ৰচণ্ড চৰ এইজন ভাৰতীয় ইনফ্লুৱেন্সাৰৰ

পাকিস্তানী বক্সাৰক প্ৰচণ্ড চৰ এইজন ভাৰতীয় ইনফ্লুৱেন্সাৰৰ

11 hours ago
খানাপাৰাৰ পৰা গুৱাহাটী ষ্টেশ্যনলৈ হ’ব ৰোপৱে

খানাপাৰাৰ পৰা গুৱাহাটী ষ্টেশ্যনলৈ হ’ব ৰোপৱে

12 hours ago
EDৰ বৃহৎ অভিযান, চাৰ্টাৰ্ড বিমানকে ধৰি জব্দ আম্বানীৰ ৫১০ কোটি টকাৰ সম্পত্তি

EDৰ বৃহৎ অভিযান, চাৰ্টাৰ্ড বিমানকে ধৰি জব্দ আম্বানীৰ ৫১০ কোটি টকাৰ সম্পত্তি

12 hours ago
ছাদ্দাম হুছেইনৰ বাবে বিপদ বাঢ়িছে ঘনকান্ত গগৈৰ

ছাদ্দাম হুছেইনৰ বাবে বিপদ বাঢ়িছে ঘনকান্ত গগৈৰ

14 hours ago
WhatsAppত আহিল এই নতুন সুবিধা!

WhatsAppত আহিল এই নতুন সুবিধা!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

Success Story: IIT নতুবা IIM নহয়, এই চাকৰিতহে আছে সৰ্বাধিক দৰমহা

editor by editor
October 12, 2023
in ভাৰত, লেখা, শিক্ষা
0
Success Story: IIT নতুবা IIM নহয়, এই চাকৰিতহে আছে সৰ্বাধিক দৰমহা
0
SHARES
10.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এইকেইদিন ৰাছি বাগ্গা নামৰ ২২ বছৰীয়া যুৱতী এগৰাকীৰ বাতৰিয়ে বিশেষ প্ৰাধান্য লাভ কৰিছে।কোনো IIT বা IIM ৰ পৰা উত্তীৰ্ণ নোহোৱাকৈও এওঁ এতিয়া দৰমহা লাভ কৰিব বছৰি ৮৫ লাখ টকা ! অৰ্থাৎ মাহে ৭ লাখতকৈ অধিক !!! চাকৰিৰ আৰম্ভণিতে এনে পৰিমাণৰ দৰমহা সাধাৰণতে IIT বা IIM ৰ কিছু সংখ্যক স্নাতকেহে লাভ কৰে।

International Institute of Information Technology (IIIT), নয়া ৰায়পুৰৰ পৰা এই বছৰতে B. Tech ডিগ্ৰী লাভ কৰা ৰাছিয়ে কেইবাটাও প্ৰতিষ্ঠানে অনুষ্ঠিত কৰা চৌহদ সাক্ষাৎকাৰ(campus interview)ত অৱতীৰ্ণ হৈছিল, যদিও তেওঁলৈ আগবঢ়োৱা দৰমহাৰ পৰিমাণ আছিল বছৰি ১৪ ৰ পৰা ১৫ লক্ষ টকা। কিন্তু ৰাছি বাগ্গা নামৰ ২২ বছৰ বয়সীয়া যুৱতী গৰাকীয়ে ইয়াতেই সন্তুষ্ট নাথাকি আন কেইবাটাও প্ৰতিষ্ঠানৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ পাছত অৱশেষত অষ্ট্ৰেলিয়াৰ ছিদনীত মুখ্য কাৰ্যালয় থকা Atlassian নামৰ তথ্য প্ৰযুক্তি বিষয়ক প্ৰতিষ্ঠানটোত বছৰি ৮৫ লাখ টকাৰ দৰমহাৰে কৰ্ম সংস্থাপন লাভ কৰে। নয়া ৰায়পুৰ IIIT ৰ পৰা উত্তীৰ্ণ কোনো স্নাতকে লাভ কৰা দৰমহা এতিয়ালৈকে এইয়াই সৰ্বাধিক ! ২০২২ চনত এইখন প্ৰতিষ্ঠানৰে পৰা উত্তীৰ্ণ আন এগৰাকীয়ে লাভ কৰিছিল বছৰি ৫১ লাখ টকা।

ৰাছি বাগ্গা এতিয়া এই প্ৰতিষ্ঠানটোৰ Product Security Engineer হিচাপে কৰ্মৰত। ইয়াৰ পূৰ্বে তেওঁ Amazon ত Software Developer Intern হিচাপে অলপ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল। নয়া ৰায়পুৰ IIIT ৰ এগৰাকী মুখপাত্ৰই ৰাছিৰ বিষয়ে মন্তব্য কৰি কৈছে, ” Rashi Bagga’s unwavering commitment to her goals and her impressive performance during interviews have led to this record breaking achievement.” Cyber security ৰ ক্ষেত্ৰত বিশেষ আগ্ৰহ আৰু দক্ষতা থকা ৰাছিয়ে ইতিমধ্যে Blockchain based security protocols for IoT networks শীৰ্ষক এখন গ্ৰন্থও ৰচনা কৰিছে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মিথুন ৰাশিৰ লগতে এই ৩ ৰাশিৰ লোকসকল হওক সাৱধান, আহিব ডাঙৰ বিপদ!
জীৱনশৈলী

মিথুন ৰাশিৰ লগতে এই ৩ ৰাশিৰ লোকসকল হওক সাৱধান, আহিব ডাঙৰ বিপদ!

November 4, 2026
ঘাতক ঘনকান্তৰ আখ্যান ইয়াতেই সমাপ্ত! প্ৰকৃততে কেনেকৈ হ’ল এনকাউণ্টাৰ?
অসম

ঘাতক ঘনকান্তৰ আখ্যান ইয়াতেই সমাপ্ত! প্ৰকৃততে কেনেকৈ হ’ল এনকাউণ্টাৰ?

November 4, 2026
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!
অসম

Ghanakanta Gogoi Encounter: নিজৰ ভুলৰ বাবেই প্ৰাণ গ’ল ঘাতক ঘনকান্ত গগৈৰ, আৰক্ষীৰ পিষ্টল কাঢ়ি কৰিছিল পলায়নৰ চেষ্টা

November 4, 2026
১০ দিন ধৰি সন্ধানহীন থৈ থকা ‘ৰাণী’ক উদ্ধাৰ
অসম

১০ দিন ধৰি সন্ধানহীন থৈ থকা ‘ৰাণী’ক উদ্ধাৰ

November 3, 2026
Next Post
‘ICOMOS’ প্ৰকৃততে কি? চৰাইদেউৰ মৈদামক্ষেত্ৰই লাভ কৰিব কি?

'ICOMOS' প্ৰকৃততে কি? চৰাইদেউৰ মৈদামক্ষেত্ৰই লাভ কৰিব কি?

পৃথিৱীৰ পাছতেই জীৱৰ সন্ধান ওলাইছে বৃহস্পতিতো! নাছাৰ হাতত এক্সক্লুছিভ তথ্য

পৃথিৱীৰ পাছতেই জীৱৰ সন্ধান ওলাইছে বৃহস্পতিতো! নাছাৰ হাতত এক্সক্লুছিভ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.