• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ICOMOS’ প্ৰকৃততে কি? চৰাইদেউৰ মৈদামক্ষেত্ৰই লাভ কৰিব কি?

‘ICOMOS’ প্ৰকৃততে কি? চৰাইদেউৰ মৈদামক্ষেত্ৰই লাভ কৰিব কি?

3 years ago
আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

24 minutes ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

ৰঙালীত পাব ৪ ৰাশিৰ ব্যক্তিয়ে ভাল খবৰ, জানো আহক দৈনিক ৰাশিফল

1 hour ago
এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

10 hours ago
বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

বয়স ৪০ পাৰ হ’লেই আঁঠু বিষৰ সমস্যা, পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে?

11 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

11 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

11 hours ago
সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

সাৱধান, শনিৰ গোচৰৰ কু-প্ৰভাৱ ৪ৰাশিৰ ওপৰত, ১৭ এপ্ৰিলৰ পৰাই জীৱনৰ কঠিন পৰীক্ষা আৰম্ভ হ’ব কাৰ কাৰ?

12 hours ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

13 hours ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

13 hours ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

13 hours ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

14 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘ICOMOS’ প্ৰকৃততে কি? চৰাইদেউৰ মৈদামক্ষেত্ৰই লাভ কৰিব কি?

editor by editor
October 12, 2023
in ভাৰত
0
‘ICOMOS’ প্ৰকৃততে কি? চৰাইদেউৰ মৈদামক্ষেত্ৰই লাভ কৰিব কি?
0
SHARES
312
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ৰ মনোনয়নৰ পৰ্যবেক্ষণৰ বাবে অলপতে চৰাইদেউৰ মৈদামক্ষেত্ৰলৈ অহা ইউনেস্ক’ৰ বিশেষজ্ঞ গৰাকীৰ বাতৰি এইকেইদিন সংবাদ মাধ্যমত ধাৰাবাহিক ভাৱে প্ৰচাৰ আৰু প্ৰকাশ হোৱা আমি লক্ষ্য কৰিছিলোঁ।প্ৰায়ভাগ বাতৰিতে বিশেষজ্ঞ গৰাকীয়ে প্ৰতিনিধিত্ব কৰা ICOMOS নামৰ সংস্থাটোক ইউনেস্ক’ৰ বিশেষ শাখা বা সংস্থা বুলি কোৱা হৈছে। কিন্তু তথ্যটো প্ৰকৃততে সত্য নে?

চমুকৈ ইংৰাজীত ICOMOS ৰ অৰ্থ হ’ল, International Council on Monuments & Sites. ফ্ৰান্সৰ পেৰিছত মুখ্য কাৰ্যালয় থকা ICOMOS নামৰ সংস্থাটো প্ৰকৃততে বিশ্বজুৰি থকা এটা স্বতন্ত্ৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন। আমাৰ বাতৰিসমূহত কোৱাৰ দৰে ই ইউনেস্ক’ৰ অধীনস্থ কোনো বিশেষ শাখা বা সংস্থা নহয় ! ১৯৬৪ চনৰ ভিয়েনা চনদ(Charter of Venice) অনুসৰি ১৯৬৫ চনত এই সংস্থাটো গঠন কৰা হয়।

বিশ্বৰ বিভিন্ন প্ৰান্তত থকা কোনো ইতিহাস বিজড়িত কীৰ্তিচিহ্ন, ভৱন, অট্টালিকা বা ঐতিহাসিক স্থানক সংৰক্ষণ কৰি ৰক্ষণাবেক্ষণৰ উৎসাহ যোগাই এই সম্পদসমূহৰ প্ৰচাৰ কৰাটোৱেই এই সংস্থাটোৰ মূল উদ্দেশ্য। এই সংস্থাটো বিশ্বৰ বিভিন্ন দেশৰ ইতিহাসবিদ, পুৰাতত্ত্ববিদ, স্থপতিবিদ, ভূগোলবিদ, কলা ইতিহাস বিশেষজ্ঞ, নৃতত্ববিদ, অভিযন্তা আৰু নগৰ পৰিকল্পনাকাৰী সকলৰ এক কথাত মিলনস্থলী।ইউনেস্ক’ৰ লগত ICOMOS ৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই যদিও ইউনেস্ক’ৰ World Heritage Committee খনৰ ই এটা পৰামৰ্শদাতা সংস্থা(advisory body)। ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ৰ স্বীকৃতিৰ পূৰ্বে সাধাৰণতে সাংস্কৃতিক সম্পদ সমূহৰ মূল্যায়নৰ ক্ষেত্ৰত ICOMOS ৰ বিশেষজ্ঞৰ প্ৰতিবেদনৰ যথেষ্ট গুৰুত্ব আছে।

ICOMOS এ অতি উচ্চ নৈতিক মূল্যবোধেৰে সম্পূৰ্ণ স্বতন্ত্ৰ ভাৱে নিজৰ কাৰিকৰী জ্ঞান প্ৰদান কৰে। তেনেদৰে প্ৰাকৃতিক সম্পদ সমূহৰ ক্ষেত্ৰত মূল্যায়নৰ দায়িত্ব দিয়া হৈছে আন এটা এনে পৰামৰ্শদাতা সংস্থা IUCN (International Union for Conservation of Nature) ক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ICOMOS ৰ এখন উচ্চক্ষমতা সম্পন্ন কাৰ্যকৰী সমিতি থকাৰ উপৰিও বিশ্বৰ ১১৩ খন ৰাষ্ট্ৰত এই সংস্থাটোৰ একোখনকৈ ৰাষ্ট্ৰীয় সমিতি আছে। আমাৰ ভাৰততো এই সংস্থাটোৰ এখন ৰাষ্ট্ৰীয় সমিতি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে
জীৱনশৈলী

এই ৫মহাপাপ কৰিলে নিস্তাৰ নাই! নৰকত চৰম শাস্তি ভুগিব লাগে এইসকল লোকে

April 13, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

April 13, 2026
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়
জীৱনশৈলী

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

April 13, 2026
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
Next Post
পৃথিৱীৰ পাছতেই জীৱৰ সন্ধান ওলাইছে বৃহস্পতিতো! নাছাৰ হাতত এক্সক্লুছিভ তথ্য

পৃথিৱীৰ পাছতেই জীৱৰ সন্ধান ওলাইছে বৃহস্পতিতো! নাছাৰ হাতত এক্সক্লুছিভ তথ্য

কোন কোন ৰাশিৰ জাতকে ধনক অত্যাধিক প্ৰাধান্য দিয়ে? এই ৫ ৰাশিৰ হাতত ধনৰ অভাৱ কাহানিও নহয়

কোন কোন ৰাশিৰ জাতকে ধনক অত্যাধিক প্ৰাধান্য দিয়ে? এই ৫ ৰাশিৰ হাতত ধনৰ অভাৱ কাহানিও নহয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.