আগন্তুক ১১ এপ্ৰিলত মীন ৰাশিত প্ৰৱেশ কৰিব বুধে৷ এই গোচৰৰ ফলত গঠিত হ’ব বুধ আৰু শুক্ৰৰ দ্বিদ্বাদশ যোগ৷ বৰ্তমান শুক্ৰই অৱস্থান কৰিছে মেষ ৰাশিত৷ বুধৰ দুই ঘৰ দূৰৈত৷ বুধ আৰু মীন ৰাশিত আহি সেয়া শুক্ৰৰ ১২ ঘৰ দূৰৈত গোচৰ কৰিব৷ ইয়াৰ ফলত এই দুই গ্ৰহৰ মাজত গঠিত হ’ব দ্বিদ্বাদশ যোগ৷ বৈদিক জ্যোতিষত দ্বিদ্বাদশ যোগৰ বিশেষ গুৰুত্ব আছে৷ জানি থওক দ্বিদ্বাদশ যোগৰ শুভ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ?
বৃষ ৰাশি
দ্বিদ্বাদশ যোগ লাভজনক হব বৃষ ৰাশিৰ জাতকৰ বাবে৷ বুধৰ প্ৰভাৱ থাকিব এই ৰাশিৰ লাভৰ ঘৰত৷ এই যোগৰ প্ৰভাৱত কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম ফলপ্ৰসূ হব৷ আপোনাৰ উপাৰ্জনৰ পথ আৰু শক্তিশালী হব৷ ধাৰ দিয়া টকা এই সময়ত উভতাই পাব৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰি পাব পাৰে৷ শুক্ৰৰ প্ৰভাৱত দাম্পত্য জীৱনত সুখ থাকিব৷
মিথুন ৰাশি
দ্বিদ্বাদশ যোগৰ প্ৰভাৱত নতুন সম্ভাৱনাৰ পথ খুলিব মিথুন ৰাশিৰ জাতকৰ সন্মুখত৷ এই সময়ত আপোনাৰ সৃজনশীলতা বাঢ়িব৷ সাহিত্য ৰচনা, ডিজাইনিঙত কাম কৰা ব্যক্তিয়ে বিশেষ উন্নতি কৰিব৷ আৰ্থিক পৰিস্থিতিত উন্নতি হব৷ পুৰণি আৰ্থিক সমস্যা দূৰ হব৷ কেরিয়ারেও উন্নতি করার যোগ আছে। এই সময় স্বাস্থ্যেরও উন্নতি হবে মিথুন রাশির জাতকদের।
মীন ৰাশি
দ্বিদ্বাদশ যোগত শুভ ফল পাব মীন ৰাশিৰ জাতকে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা পাব৷ ইয়াৰ ফলত আত্মবিশ্বাস বাঢ়িব৷ মীন ৰাশিৰ জাতকে অফিচত নতুন অভিজ্ঞতাৰ সন্মুখীন হব৷ বছৰ সমৰ্থন থাকিব আপোনাৰ প্ৰতি৷ ষ্টক মাৰ্কেটৰ সৈতে যুক্তসকলে লাভ কৰিব পাৰে৷ পৰিয়ালত সুখ শান্তিৰ পৰিবেশ থাকিব৷ আপোনাৰ কথাই অন্যৰ ওপৰত পজিটিভ প্ৰভাৱ পেলাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















