• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

3 weeks ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 week ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 week ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 week ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 week ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 week ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 week ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 week ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 week ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 week ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 week ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

editor by editor
February 9, 2026
in জীৱনশৈলী
0
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান কুম্ভ ৰাশিত অৱস্থান কৰিছে বুধে৷ ৩ ফেব্ৰুৱাৰীত কুম্ভ ৰাশিত প্ৰৱেশ কৰিছে৷ বৰ্তমান চিধা পথেৰে চলিলেও শীঘ্ৰেই আৰম্ভ হব ওলোটা চলন যাৰ প্ৰভাৱ পৰিব ৰাশিচক্ৰত৷ বৈদিক জ্যোতিষশাস্ত্ৰ বুধক বুদ্ধিমত্তা, যুক্তি কমিউনিকেছন, ব্যৱসায় আৰু বন্ধুত্বৰ প্ৰতীক গ্ৰহ হিচাপে গণ্য কৰা হয়৷ সেয়ে বুধৰ গতিৰ পৰিবৰ্তনে এই সকোল ক্ষেত্ৰক প্ৰভাৱিত কৰে৷ ২৬ ফেব্ৰুৱাৰী ২০২৬ৰ পৰা বুধ বক্ৰী হব৷ ২১ মাৰ্চ ২০২৬ত আকৌ নিজৰ গতি পৰিবৰ্তন কৰিব৷ অৰ্থাৎ প্ৰায় ২৩ দিন ধৰি প্ৰতিগামী থাকিব৷ এই সময় চাৰিটা ৰাশিৰ জাতকৰ বাবে খুবেই শুভ হব৷ কৰ্মজীৱনত অগ্ৰগতি আৰু বিনিয়োগৰ মাধ্যমেৰে উপকৃত হ’ব৷

বুধৰ বক্ৰী চলন কোন ৰাশিৰ জাতকৰ বাবে উপকাৰী হ’ব?

বৃষ ৰাশি

বুধৰ বক্ৰী চলন বৃষ ৰাশিৰ বাবে আৰ্থিক সুবিধা কঢ়িয়াই আনিব পাৰে৷ ব্যৱসায়ীয়ে লাভজনক কোনো চুক্তি চূড়ান্ত কৰিব পাৰে৷ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব পাৰে৷ আপোনাৰ কমিউনিকেছন স্কিলৰ কাৰণে সাফল্য অৰ্জন কৰিব পাৰে৷ কৰ্মজীৱনত দৃঢ়ভাৱে আগুৱাব পাৰে৷ আপোনাৰ পদোন্নতি হব পাৰে৷ সম্পত্তি সম্পৰ্কিত বিষয়সমূহৰ পৰা লাভৱান হব৷ পাৰিবাৰিক বিষয়ত কোনো খেলিমেলি থাকিলে সেয়া দূৰ হব৷

মিথুন ৰাশি

মিথুন ৰাশি বুধ গ্ৰহৰ দ্বাৰা নিয়ন্ত্ৰিত৷ ইয়াৰ পশ্চাদমুখী গতিয়ে এই ব্যক্তিৰ বাবে উল্লেখযোগ্য সুবিধা কঢ়িয়াই আনিব পাৰে৷ ৰৈ থকা কাম সম্পন্ন হব৷ কৰ্মজীৱনত অগ্ৰগতি সম্ভৱ হব৷ ব্যৱসায়ত উল্লেখযোগ্য লাভ হব পাৰে৷ পুৰণি বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ লাভৰ সম্ভাৱনা আছে৷ আপোনাৰ ব্যক্তিত্ব আৰু প্ৰভাৱশালী হৈ উঠিব৷ কৰ্মক্ষেত্ৰত তাৰ সুফল পাব৷

তুলা ৰাশি

বুধৰ বক্ৰী চলন তুলা ৰাশিৰ বাবে ইতিবাচক ফল কঢ়িয়াই আনিব পাৰে৷ কৰ্মক্ষেত্ৰত নতুন দৃষ্টিকোণৰ সৈতে আগুৱাই যাব পাৰে৷ আপোনাৰ দায়িত্ব বাঢ়িব৷ পুৰণি যোগাযোগ ব্যৱসায় প্ৰসাৰৰ বাবে উপকাৰী হব৷ লাভৰ অংক বাঢ়িব৷ চাকৰিৰ ইণ্টাৰভিউ বা প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হব৷ আপোনাৰ দৃঢ় সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ বাবে প্ৰশংসা পাব৷

কুম্ভ ৰাশি

বুধৰ বক্ৰী চলনে কুম্ভ ৰাশিৰ জাতকৰ বাবে উল্লেখযোগ্য সুবিধা কঢ়িয়াই আনিব পাৰে৷ তথ্যপ্ৰযুক্তি আৰু ডাটা বিশ্লেষণৰ দৰে ক্ষেত্ৰত জড়িতসকল বিশেষভাৱে উপকৃত হব৷ আপোনাৰ নেটৱৰ্ক বঢ়োৱাৰ দক্ষতা ব্যৱসায়ৰ বাবে লাভজনক হব৷ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ পৰিকল্পনা তৈয়াৰ কৰাৰ বাবেও এয়া ভাল সময়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.