• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিয়ন্ত্ৰণ হেৰুৱাই বহু ফুট তলত বাগৰি পৰিল যাত্ৰী ভৰ্তি বাছ, ৭ নিহত, ২২ সংকটজনক

8 months ago
১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

27 minutes ago
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

43 minutes ago
এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

1 hour ago
হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

নিজৰ নিজৰ ঘৰলৈ আহিছে শনি-ৰাহু-কেতু, বিপুল অৰ্থলাভ, সোণালী সময় আহিছে ৫ৰাশিৰ জীৱনত

2 hours ago
লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

3 hours ago
দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

4 hours ago
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

5 hours ago
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

6 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

6 hours ago
ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

7 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নিয়ন্ত্ৰণ হেৰুৱাই বহু ফুট তলত বাগৰি পৰিল যাত্ৰী ভৰ্তি বাছ, ৭ নিহত, ২২ সংকটজনক

editor by editor
July 24, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
নিয়ন্ত্ৰণ হেৰুৱাই বহু ফুট তলত বাগৰি পৰিল যাত্ৰী ভৰ্তি বাছ, ৭ নিহত, ২২ সংকটজনক
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিয়ন্ত্ৰণ হেৰুৱাই বহু ফুট তলত বাগৰি পৰিল যাত্ৰী ভৰ্তি বাছ, ৭ নিহত, ২২ সংকটজনক

হিমাচল প্ৰদেশৰ মাণ্ডী জিলাত সংঘটিত হৈছে এক অতিকে শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা কেইবাফুট তলত বাগৰি পৰে এখন যাত্ৰীভৰ্তি বাছ। যাত্ৰীৰে ভৰা হিমাচল পথ পৰিবহণ নিগমৰ বাছখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ কেইবাফুট তলত থকা খেতি পথাৰত বাগৰি পৰে।

এই দুৰ্ঘটনাত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই ৭ জন যাত্ৰীয়ে। ইয়াৰ বাহিৰে প্ৰায় ২২ জন যাত্ৰী আহত হোৱা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত আছে ৫ গৰাকী মহিলা আৰু দুগৰাকী পুৰুষ।

আহতসকলক সৰকাঘাট চিকিৎসালয় আৰু নেৰচৌক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। ডিএছপি সৰকাঘাট সঞ্জীৱ গৌতমে নিশ্চিত কৰিছে দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে ডি এছ পি সৰকাঘাট আৰু থানাৰ দল ঘটনাস্থলীলৈ ৰাওনা হয়। আহতসকলক এম্বুলেন্সেৰে সৰকাঘাট চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয়। স্থানীয় লোকেও ততাতৈয়াকৈ উদ্ধাৰ অভিযানত নামি পৰে। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

তথ্য অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় ২৯ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰি আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentBus accidentHimachal Pradeshroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক
জীৱনশৈলী

March 25, 2026
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?
জীৱনশৈলী

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

March 25, 2026
হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?
জীৱনশৈলী

হৰমুজ খুলিব লাগিব, ১৫টা চৰ্ত বান্ধি যুদ্ধ বিৰতিৰ অফাৰ ট্ৰাম্পৰ, ৰাজী হ’ব নে ইৰান?

March 25, 2026
লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?
বাণিজ্য

Next Post
আজিৰ পৰা ৪ ৰাশিৰ ভয়ংকৰ দুঃসময়! অস্ত গৈছে বুধ, চৰম আৰ্থিক সংকট কাৰ কাৰ জীৱনত?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন