• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ পৰা ৪ ৰাশিৰ ভয়ংকৰ দুঃসময়! অস্ত গৈছে বুধ, চৰম আৰ্থিক সংকট কাৰ কাৰ জীৱনত?

আজিৰ পৰা ৪ ৰাশিৰ ভয়ংকৰ দুঃসময়! অস্ত গৈছে বুধ, চৰম আৰ্থিক সংকট কাৰ কাৰ জীৱনত?

1 year ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

1 hour ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

1 hour ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

2 hours ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

3 hours ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

3 hours ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

4 hours ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

4 hours ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

6 hours ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

7 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

8 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

9 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰ পৰা ৪ ৰাশিৰ ভয়ংকৰ দুঃসময়! অস্ত গৈছে বুধ, চৰম আৰ্থিক সংকট কাৰ কাৰ জীৱনত?

আজিৰ পৰা ৪ ৰাশিৰ ভয়ংকৰ দুঃসময়! অস্ত গৈছে বুধ, চৰম আৰ্থিক সংকট কাৰ কাৰ জীৱনত?

editor by editor
July 24, 2025
in জীৱনশৈলী
0
আজিৰ পৰা ৪ ৰাশিৰ ভয়ংকৰ দুঃসময়! অস্ত গৈছে বুধ, চৰম আৰ্থিক সংকট কাৰ কাৰ জীৱনত?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যেতিষশাস্ত্ৰত গ্ৰহৰ ৰাশি নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ৷ কেতিয়াবা কেতিয়াবা গ্ৰহৰ উদয় বা অস্ত যোৱাই শুভ আৰু অশুভ প্ৰভাৱ পেলাই ১২ ৰাশিৰ ওপৰত৷ আজি বুধ অস্ত যোৱাত ৪ ৰাশিৰ জীৱনত নেতিবাচক সালসলনি আহিব৷ গ্ৰহ অস্ত যোৱাৰ ধাৰণাটো জ্যোতিষশাস্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ৷ ইয়াৰ অৰ্থ হৈছে যেতিয়া এটা গ্ৰহই সূৰ্যৰ খুব কাষলৈ আহে তেতিয়াই সূৰ্যৰ উত্তাপত সেই গ্ৰহ মনিব নোৱৰা হৈ পৰে৷ ইয়াকেই গ্ৰহৰ অস্তগমন বুলি কোৱা হয়৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি কোনো গ্ৰহ অস্ত গলে তাৰ শুভ শক্তি নষ্ট হয়৷

সৌৰমণ্ডলৰ সকলোতকৈ সৰু গ্ৰহ হৈছে বুধ৷ জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰাজকুমাৰ বুধক তীক্ষ্ণ বুদ্ধি, বিবেক আৰু যৌক্তিক ক্ষমতাৰ কাৰক বুলি ধাৰণা কৰা হয়৷ প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে বুধে ৰাশি পৰিবৰ্তন কৰে৷ আজি ২৪ জুলাইত কৰ্কট ৰাশিত অস্ত গৈছে বুধ৷ ইয়াৰপাছতেই ৯ আগষ্টত উদিত হব গ্ৰহৰ ৰাজকুমাৰ৷ বৰ্তমান কৰ্কট ৰাশিত বুধ আৰু সূৰ্যই বুধাদিত্য ৰাজযোগ তৈয়াৰ কৰিছে৷ বুধ অস্ত যোৱাত বেছ কিছু ৰাশিৰ দুৰ্ভাগ্য আহিব৷ কোন কোন ৰাশিৰ জাতক সতৰ্ক নহলেই বিপদ?

মিথুন ৰাশি

বুধৰ প্ৰভাৱত মিথুন ৰাশিৰ দুঃসময় আহিব চলিছে৷ এই সময়ত খং নিয়ন্ত্ৰণ কৰক৷ অন্যথা বিবাদত সোমাই পৰিব পাৰে৷ হঠাৎ কাকো বিশ্বাস কৰি নলব৷ আৰ্থিক সংকটত পৰিব পাৰে৷ খাদ্যভ্যাস ঠিক নাৰাখিলে ৰোগত ভূগিব৷ খুব কাষৰ কোনোৱে আপোনাৰ সৈতে বিশ্বাসঘাতকতা কৰিব পাৰে৷ জীৱনৰ প্ৰতিটো পদত সতৰ্ক থাকক৷ আত্মবিশ্বাস দুৰ্বল থাকিব৷ কোনো ষড়যন্ত্ৰত মান সন্মানত আঘাত লাগিব পাৰে৷

কৰ্কট ৰাশি

বুধ অস্ত গৈ কৰ্কট ৰাশিৰ জীৱন দুৰ্বিষয় হৈ পৰিব৷ কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হব৷ চাকৰিত অৰ্থ আৰু পদ উভয়েই হেৰুৱাব পাৰে৷ অফিচৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে সম্পৰ্কৰ তিক্ততা হব পাৰে৷ সহকৰ্মীসকলৰ সৈতে বিবাদত সোমাই পৰিব পাৰে৷ কোনো সিদ্ধান্ত লওঁতে মূৰ ঠাণ্ডা কৰি ৰাখক৷ আৰ্থিক সমস্যা হব পাৰে৷ সম্পত্তি সংক্ৰান্তিয় জটিলতাত পৰিব পাৰে৷

কন্যা ৰাশি

গ্ৰহৰ ৰাজকুমাৰ অস্ত যোৱাত পদে পদে চেলেঞ্জৰ মুখামুখি হব কন্যা ৰাশিৰ জাতক জাতিকা৷ অসাবধান হলেই অৰ্থ হেৰুৱাব৷ অফিচত গুৰুত্বপূৰ্ণ দায়িত্ব থাকিলে হেৰুওৱাৰ ভয় আছে৷ কামত মনসংযোগত ব্যাঘাত ঘটিব পাৰে৷ সামান্য কাৰণত কৰ্মক্ষেত্ৰত জটিলতা বাঢ়িব পাৰে৷ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক৷ দীৰ্ঘস্থায়ী ৰোগত ভূগিব পাৰে৷ পেটৰ সমস্যাত ভূগিব পাৰে৷

মকৰ ৰাশি

বুধৰ অশুভ প্ৰভাৱত আহিব পাৰে ভয়ংকৰ বিপদ৷ নানান অসুবিধাত সোমাই পৰিব পাৰে মকৰ ৰাশিৰ জাতক৷ সংগীৰ সৈতে মতবিৰোধ হব পাৰে৷ সম্পৰ্কত ফাঁট মেলিব পাৰে৷ বিবাহ ভাঙি যোৱাৰ আশংকা আছে৷ সংগীৰ সৈতে ভাৱিচিন্তি কথা কওক৷ মুখৰ কথাৰ বাবে আফচোচ হব পাৰে৷ হাড়ৰ বিষ আৰু ছালৰ সমস্যাত ভূগিব পাৰে৷ মানসিক চাপ বাঢ়িব৷ দুৰ্ঘটনাৰ আশংকা আছে৷ নিজে বাহন চলালে সাবধান হওক৷ চৰকাৰী কাম ৰৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?
জীৱনশৈলী

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

July 30, 2026
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা
জীৱনশৈলী

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

July 30, 2026
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

July 30, 2026
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?
জীৱনশৈলী

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

July 29, 2026
Next Post
বাহনত উঠিলেই বমি বমি ভাৱ আহে, মূৰ ঘূৰাই? কিয় এই সমস্যাই দেখা দিয়ে? কেনেকৈ এই সমস্যাৰ পৰা মুক্তি পাব?

বাহনত উঠিলেই বমি বমি ভাৱ আহে, মূৰ ঘূৰাই? কিয় এই সমস্যাই দেখা দিয়ে? কেনেকৈ এই সমস্যাৰ পৰা মুক্তি পাব?

হিজাব পিন্ধি নিকাহ কৰাইছিল, বিবাহৰ ১২ দিনৰ পাছত স্বামীয়ে জানিলে তেওঁৰ পত্নী এগৰাকী পুৰুষ, তাৰপিছত…

হিজাব পিন্ধি নিকাহ কৰাইছিল, বিবাহৰ ১২ দিনৰ পাছত স্বামীয়ে জানিলে তেওঁৰ পত্নী এগৰাকী পুৰুষ, তাৰপিছত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.