• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিজাব পিন্ধি নিকাহ কৰাইছিল, বিবাহৰ ১২ দিনৰ পাছত স্বামীয়ে জানিলে তেওঁৰ পত্নী এগৰাকী পুৰুষ, তাৰপিছত…

হিজাব পিন্ধি নিকাহ কৰাইছিল, বিবাহৰ ১২ দিনৰ পাছত স্বামীয়ে জানিলে তেওঁৰ পত্নী এগৰাকী পুৰুষ, তাৰপিছত…

1 year ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

7 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

8 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

8 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

9 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

10 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

10 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

11 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

12 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

13 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

13 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

14 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হিজাব পিন্ধি নিকাহ কৰাইছিল, বিবাহৰ ১২ দিনৰ পাছত স্বামীয়ে জানিলে তেওঁৰ পত্নী এগৰাকী পুৰুষ, তাৰপিছত…

হিজাব পিন্ধি নিকাহ কৰাইছিল, বিবাহৰ ১২ দিনৰ পাছত স্বামীয়ে জানিলে তেওঁৰ পত্নী এগৰাকী পুৰুষ, তাৰপিছত...

editor by editor
July 24, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
হিজাব পিন্ধি নিকাহ কৰাইছিল, বিবাহৰ ১২ দিনৰ পাছত স্বামীয়ে জানিলে তেওঁৰ পত্নী এগৰাকী পুৰুষ, তাৰপিছত…
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৱনা আছিল সুখে শান্তিৰে সংসাৰ কৰিব৷ কিন্তু বিবাহৰ মাত্ৰ ১২ দিনতেই মূৰৰ ওপৰত ভাঙি পৰিল আকাশ৷ বিবাহৰ ১২ দিনৰ পাছত জানিব পাৰিলে যে তেওঁ যাৰ সৈতে সংসাৰ কৰিছিল সেই নাৰীগৰাকী প্ৰকৃততে নাৰী নহয় তেওঁ এগৰাকী পুৰুষহে৷  ২৬ বছৰীয়া যুৱকে বিবাহৰ প্ৰায় দুই সপ্তাহৰ পাছত তেওঁ পত্নী আদিন্দা কাঞ্জাৰ প্ৰকৃত পৰিচয় জানিব পাৰি হতবম্ব হৈ পৰিছে৷

এক আন্তৰাষ্ট্ৰীয় খবৰ অনুসৰি ২০২৩ চনত এক ছচিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ হবলগীয়া পত্নীৰ সৈতে পৰিচয় হৈছিল যুৱকজনৰ৷ কথাবতৰা পাতি ভাল লগাত তেওঁ বিবাহৰ সিদ্ধান্তই লৈ পেলাইছিল৷ হ’বলগীয়া পত্নীক লগ কৰোতে যুৱতীৰূপী সেই পুৰুষে পৰিধান কৰি আছিল বোৰ্খা৷ লগতে পৰিধান কৰিছিল নিকাবো৷ যাৰ বাবে তেওঁৰ সম্পূৰ্ণ মুখেই ঢকা আছিল৷ প্ৰথমে বিষয়টোক অস্বাভাৱিক ধাৰণাও হোৱা নাছিল৷ বৰং তেওঁ ভাৱিছিল, ইছলামৰ প্ৰতি তেওঁৰ পত্নীৰ গভীৰ নিষ্ঠাৰ লক্ষণ এয়া৷  ক্ৰমে দেখা সাক্ষাৎ বাঢ়ি গৈ থাকিল৷

যুৱতীৰূপী পুৰুষ অদিন্দাই জনাইছে যে বিবাহত উপস্থিত থকাৰ বাবে তেওঁৰ কোনো পৰিয়ালো নাই৷ সেয়ে পাত্ৰৰ ঘৰতেই অনাড়ম্বৰ অনুষ্ঠানৰ মাধ্যমেৰে তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল৷ বিবাহৰ পাছতো স্বামীৰ সৈতে তেওঁৰ মধুনিশা যাপন হোৱা নাছিল৷ ঋতুশ্ৰাৱৰ দোহাই দি আঁতৰি আছিল স্বামীৰ পৰা৷

১২ দিন ধৰি এই সন্দেহজনক আচৰণ চলি থকাৰ পাছতেই স্বামীৰ সন্দেহ হয় আদিন্দাৰ ওপৰত৷ ভাৱিছিল পত্নী কোনো শাৰীৰিক অসুবিধাত আছে৷ সেয়ে তেওঁ নিজেই তদন্তত নামি পৰে৷ কিন্তু যেতিয়া সঁচা সন্মুখলৈ আহে তেতিয়াই আকাশ ভাঙি পৰে স্বামীগৰাকীৰ মূৰত৷ ২০২০ চনৰ পৰা অদিন্দাই মহিলাৰ পোছাক পিন্ধি ঘূৰি ফুৰিছে৷

আৰক্ষীৰ জেৰাত নাৰীৰ ৰূপ ধাৰণ কৰি থকা অদিন্দাই জনাইছে যে তেওঁ স্বামীগৰাকীৰ সম্পত্তি লোৱাৰ উদ্দেশ্যেই এই নাটক কৰিছিল৷ আদিন্দাৰ মাত মহিলাৰ দৰে মিহি হোৱাৰ বাবে তেওঁৰ মাত শুনি আৰক্ষীও হতবাক৷ আৰক্ষীৰ এগৰাকী উচ্চাধিকাৰীয়ে জনাইছে যে, বিবাহৰ ছবি দেখি তেওঁলোকেও প্ৰথমে নাৰী বুলিয়েই ভাৱিছিল সেই যুৱকক৷ অৱশ্যে এই নাৰীৰূপী যুৱক এতিয়া কাৰাগাৰত৷ স্থানীয় আইন অনুসৰি প্ৰতাৰণাৰ অভিযোগত চাৰি বছৰ পৰ্যন্ত জে’ল হব পাৰে আদিন্দাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
গজলক্ষ্মীৰ সৈতে লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগষ্টত চকুত লগা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

গজলক্ষ্মীৰ সৈতে লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগষ্টত চকুত লগা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

সংসাৰত অশুভ শক্তিৰ আগমন? এইসমূহ ঘটনা ঘটিছে যদি সাৱধান হওক, কি কৈছে বাস্তুশাস্ত্ৰই?

সংসাৰত অশুভ শক্তিৰ আগমন? এইসমূহ ঘটনা ঘটিছে যদি সাৱধান হওক, কি কৈছে বাস্তুশাস্ত্ৰই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.