• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গজলক্ষ্মীৰ সৈতে লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগষ্টত চকুত লগা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

গজলক্ষ্মীৰ সৈতে লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগষ্টত চকুত লগা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

1 year ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

2 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

2 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

3 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

4 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

4 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

6 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

6 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

7 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

7 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

8 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

8 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গজলক্ষ্মীৰ সৈতে লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগষ্টত চকুত লগা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

গজলক্ষ্মীৰ সৈতে লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগষ্টত চকুত লগা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

editor by editor
July 24, 2025
in জীৱনশৈলী
0
গজলক্ষ্মীৰ সৈতে লক্ষ্মী নাৰায়ণ ৰাজযোগ, আগষ্টত চকুত লগা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগষ্ট মাহ আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন৷ জ্যোতিষ গণনা অনুসৰি দেখা গৈছে যে আগন্তুক মাহত উন্নতিৰে সকলোকে পিছপেলাব ৫ ৰাশিৰ জাতকে৷ আগষ্টত মিথুন ৰাশিত বৃহস্পতি আৰু শুক্ৰৰ মিলত গঠিত হব গজলক্ষ্মী  ৰাজযোগ৷ ইয়াৰোপৰি ১১ আগষ্টত কৰ্কট ৰাশিত মাৰ্গী হব বুধ আৰু ১৬ আগষ্টত সূৰ্যই সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ ২১ আগষ্টৰ পৰা কৰ্কট ৰাশিত শুক্ৰৰ গোচৰৰ ফলত গঠিত হব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ এই ৰাজযোগৰ প্ৰভাৱত আগন্তুক মাহত উজলিব ৫ৰাশিৰ সৌভাগ্য৷ জানি থওক আগষ্টত উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ ভাগ্যত?

মিথুন ৰাশি

আগষ্ট মাহত গজলক্ষ্মী ৰাজযোগৰ ভৰপুৰ সুফল পাব মিথুন ৰাশিৰ জাতকে৷ আগন্তুক মাহত আপোনাৰ জীৱনলৈ প্ৰেমৰ জোৱাৰ আহিব৷ পাৰ্টনাৰৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ চাকৰিয়ালেও বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ কোনো ডাঙৰ কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

কৰ্কট ৰাশি

আগন্তুক মাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ সুপ্ৰভাৱ বৰ্তি থাকিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ মজবুত হব৷ ব্যক্তিগত জীৱনতো সংগীৰ সৈতে ভাল সময় কটাব পাৰে৷ নিজৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিব পাৰে৷ প্ৰয়োজনত পৰিয়ালৰ কাষত থাকিব পাৰে৷ আপুনি মানসিক শান্তিও এই সময়ত লাভ কৰিব৷

তুলা ৰাশি

আগষ্ট মাহত নানান দিশৰ পৰা লাভৱান হব তুলা ৰাশিৰ জাতক৷ এই সময়ত পৰিয়াল আৰু সমাজত আপোনাৰ ভাৱমূৰ্তি উজ্জ্বল হব৷ নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল পাব তুলা ৰাশিৰ জাতক৷ ভাল কামৰ বাবে অফিচত সকলোৰে পৰা প্ৰশংসা পাব৷ উপাৰ্জন বাঢ়িব আৰু সৃজনশীল কামত উৎসাহ পাব৷

ধনু ৰাশি

গজলক্ষ্মী ৰাজযোগৰ ফলত আগষ্টত ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ৷ ধনু ৰাশিৰ সপ্তমত এই যোগ থকাত প্ৰচুৰ সম্পদ লাভ কৰিব আপুনি৷ অফিচত আপোনাৰ কাম দেখি মেনেজমেণ্ট সুখী হব আৰু আপোনাক নতুন কামৰ দায়িত্ব দিয়া হব৷ এই নতুন দায়িত্বই আপোনাৰ কেৰিয়াৰ প্ৰফাইলক মজবুত কৰিলেও প্ৰচুৰ পৰিশ্ৰম কৰি শৰীৰ বেয়াও হব পাৰে৷

মকৰ ৰাশি

আগষ্টত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ সুফল থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত মাতৃৰ পৰা সম্পদ প্ৰাপ্তি হব পাৰে আপোনাৰ৷ উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি পাব পাৰে৷ মাতৃৰ সৈতে আপোনাৰ সম্পৰ্ক অত্যন্ত মধুৰ হব আগন্তুক মাহত৷ যিসকলে বেচৰকাৰী চাকৰি কৰে তেওঁলোকৰ দৰমহা বাঢ়িব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?
জীৱনশৈলী

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

October 29, 2026
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান
অসম

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

October 29, 2026
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ
অপৰাধ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

October 29, 2026
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
জীৱনশৈলী

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

October 29, 2026
Next Post
সংসাৰত অশুভ শক্তিৰ আগমন? এইসমূহ ঘটনা ঘটিছে যদি সাৱধান হওক, কি কৈছে বাস্তুশাস্ত্ৰই?

সংসাৰত অশুভ শক্তিৰ আগমন? এইসমূহ ঘটনা ঘটিছে যদি সাৱধান হওক, কি কৈছে বাস্তুশাস্ত্ৰই?

কিয় চন্দ্ৰক মূৰত ধাৰণ কৰে মহাদেৱে? শাওনতেই জানি থওক পুৰাণৰ অজানা কাহিনী

কিয় চন্দ্ৰক মূৰত ধাৰণ কৰে মহাদেৱে? শাওনতেই জানি থওক পুৰাণৰ অজানা কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.