• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

1 month ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

2 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

3 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

3 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

4 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

4 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

5 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

7 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

7 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

8 hours ago
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

8 hours ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

পোলাৰ্ডৰ ৰেকৰ্ড ভংগ কৰিও বৈভৱৰ প্ৰশংসাত পঞ্চমুখ জোজ বাটলাৰ

editor by editor
August 6, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব, ভাৰত
0
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’
0
SHARES
630
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

T20 ক্ৰিকেটত সৰ্বকালৰ শ্ৰেষ্ঠতম বেটাৰসকলৰ ভিতৰত জোজ বাটলাৰকো ধৰা হয়। শেহতীয়াকৈ ইংলেণ্ডৰ উইকেটকীপাৰ বেটছমেন জোছ বাটলাৰে ৱেষ্ট ইণ্ডিজৰ কাইৰন পোলাৰ্ডৰ T20 ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ ভংগ কৰিছে। কাইৰন পোলাৰ্ডৰ অভিলেখ ভংগ কৰাৰ পিছত তেওঁক সোধা হৈছিল যে ভৱিষ্যতে কোনে জোজ বাটলাৰৰ সৰ্বাধিক ৰানৰ অভিলেখ ভংগ কৰিব বুলি তেওঁ ভাবে। স্কাই স্প’ৰ্টছৰ ধাৰাভাষ্যকাৰৰ এই প্ৰশ্নটোৰ উত্তৰ বাটলাৰে অলপো সময় নষ্ট নকৰাকৈ দিলে এইদৰে, “ৰেকৰ্ড ভংগ কৰিবলৈয়ে গঢ়া হয়। মোৰ অভিলেখ ভংগ কৰা পৰৱৰ্তী বেটাৰজনৰ কথা ক’বলৈ গ’লে সেই নামটো হ’ব পাৰে ভাৰতীয় ক্ৰিকেটৰ বেটিং বিস্ময় বৈভৱ সূৰ্য্যবংশী।”

বাটলাৰে কয়, “যদি কোনোবাই মোৰ এই সৰ্বাধিক ৰানৰ অভিলেখ ভংগ কৰিব পাৰে, তেন্তে সেয়া নিশ্চিতভাৱে বৈভৱ সূৰ্য্যবংশীয়েই হ’ব আৰু সূৰ্যবংশীয়ে মোৰ এই অভিলেখটো ভংগ কৰিলে মই অতিকৈ গৌৰৱান্বিত অনুভৱ কৰিম।” ১৫ বছৰীয়া সূৰ্যবংশীৰ ওপৰত জোছ বাটলাৰৰ এই বিশ্বাসৰ আঁৰৰ কাৰণ হৈছে বৈভৱ সূৰ্যবংশীৰ বিস্ময়কৰ শৈলী আৰু ইমান কম বয়সতে দ্ৰুত উত্থান। বৈভৱৰ খেল আৰু বেটিং ভালদৰে নিৰীক্ষণ কৰিছে বাটলাৰে। বাটলাৰে লগতে কয়-কেৱল মোৰ এই ৰেকৰ্ডেই নহয়, আশা কৰিম বৈভৱে ক্ৰিকেটৰ বেটিং বিভাগৰ সকলো ৰেকৰ্ড ভংগ কৰক।

U-19ৰ ক্ৰিকেটৰ পৰা IPLলৈ নিজৰ বেটিং বিক্ৰমেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে বৈভৱে। জিম্বাবুৱেত খেলা তিনিখন মেচৰ T20 ছিৰিজত বৈভৱে সৰ্বাধিক ১৫১ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অব দ্য ছিৰিজৰ সন্মান লাভ কৰে। বৈভৱৰ প্ৰশংসাত পঞ্চমুখ হৈ বাটলাৰে কয়- ‘বৈভৱৰ পক্ষত আছে তেওঁৰ বয়স। বৈভৱৰ বৰ্তমান বয়স মাত্ৰ ১৫ বছৰ। যদি তেওঁৰ ফিটনেছ আৰু ফৰ্ম অক্ষত থাকে তেন্তে অহা দুটা দশকলৈ তেওঁ ক্ৰিকেটত শাসন কৰিব পাৰিব তাত কোনো সন্দেহ নাই।’

The Hundred টুৰ্নামেণ্টৰ মানচেষ্টাৰ ছুপাৰজায়েণ্টছৰ অধিনায়ক জোজ বাটলাৰে ১৪,৮৩৩ ৰানেৰে ৱেষ্ট ইণ্ডিজৰ কাইৰন পোলাৰ্ডক অতিক্ৰম কৰি শীৰ্ষস্থানত অধিষ্ঠিত হৈছে। ১৪,৮০৩ ৰানেৰে পোলাৰ্ডে দ্বিতীয় স্থানত থকাৰ বিপৰীতে ১৪,৫৬২ ৰানেৰে তৃতীয় স্থানত আছে ইউনিভাৰ্ছেল বছ ক্ৰিছ গেইলে। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় T20ত ৪৫৯৬ ৰানেৰে শীৰ্ষস্থানত আছে পাকিস্তানৰ বাবৰ আজম। ৪,২৩১ ৰানেৰে আন্তঃৰাষ্ট্ৰীয় T20ৰ দ্বিতীয় স্থানত আছে ৰোহিত শৰ্মা।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24jos buttlerVaibhav Sooryavanshi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী
জীৱনশৈলী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

September 17, 2026
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?
বিশ্ব

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

September 17, 2026
যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ
ভাৰত

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

September 17, 2026
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত
ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

September 17, 2026
Next Post
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.