বৃহস্পতিবাৰৰ কেবিনেটত চৰকাৰে গ্ৰহণ কৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ফাষ্টট্ৰেক আদালতত নন্দিতা শইকীয়া হত্যাৰ তদন্তৰ নিৰ্দেশ অসম চৰকাৰৰ। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহতে খুলিব স্কুল-কলেজসমূহ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ