• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০৪০ত চন্দ্ৰত মানুহৰ লেণ্ডিং? ইছৰোৰ সন্মুখত কি কি ডাঙৰ চেলেঞ্জ আছে?

২০৪০ত চন্দ্ৰত মানুহৰ লেণ্ডিং? ইছৰোৰ সন্মুখত কি কি ডাঙৰ চেলেঞ্জ আছে?

2 years ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

2 minutes ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

35 minutes ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

1 hour ago
ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

2 hours ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

11 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

11 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

11 hours ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

12 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

12 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

12 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

13 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০৪০ত চন্দ্ৰত মানুহৰ লেণ্ডিং? ইছৰোৰ সন্মুখত কি কি ডাঙৰ চেলেঞ্জ আছে?

editor by editor
November 4, 2023
in জীৱনশৈলী, প্ৰযুক্তি, বিশ্ব, ভাৰত
0
২০৪০ত চন্দ্ৰত মানুহৰ লেণ্ডিং? ইছৰোৰ সন্মুখত কি কি ডাঙৰ চেলেঞ্জ আছে?
0
SHARES
356
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ইছৰোৰ সাফল্য অব্যাহত। ইতিমধ্যেই মহাকাশত কেইবাটাও গৱেষণা চলাইছে ইছৰোই। এতিয়াও বহু গৱেষণাৰ কাম বাকী আছে বুলি জনাইছে ইছৰোই। সাফল্যৰ মাইলফলক চুবলৈ এতিয়াও বহু বাকী। বহুতেই আশা কৰিছে যে পোহৰৰ গতিৰ দৰেই স্পীডত আগুৱাইছে ইছৰো। বিগত কেইটামান মাহৰ ভিতৰত বহু উন্নতি কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই।

২৩ আগষ্টত ইতিহাস তৈয়াৰ কৰিলে ইছৰোই। চন্দ্ৰৰ দক্ষিণ মেৰুত বিশ্বৰ ভিতৰত প্ৰথম ভাৰতেই সফলভাৱে অৱতৰণ কৰিছে। সামগ্ৰিকভাৱে চতুৰ্থ দেশ হিচাপে চন্দ্ৰ পৃষ্ঠত ভাৰতৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানে অৱতৰণ কৰিছে। টাস্ক শেষ কৰি চন্দ্ৰ পৃষ্ঠত শুই পৰিছিল দুই সহোদৰ। ক্ষীণ আশা আছিল চন্দ্ৰপৃষ্ঠত আকৌ সুৰ্যোদয় হওঁতে সাৰ পাব পাৰে বিক্ৰম আৰু প্ৰজ্ঞানে। বিজ্ঞানীৰ সেই আশা পূৰ্ণ নহ’লেও নিৰ্দিষ্ট কাম ১০০ শতাংশই সম্পূৰ্ণ কৰিছে চন্দ্ৰযান-৩য়ে। এই সফলতাৰ পাছতেই বিজ্ঞানীৰ আশা দুগুণে বৃদ্ধি পাইছে। ইছৰোৰ মতে নিসন্দেহে চন্দ্ৰলৈ মানুহ পঠিয়াব পৰা হ’ব। ২০২৪ ৰ ভিতৰতেই এই কাম সম্পন্ন কৰিব ইছৰোৱে। ২০৪০ চনৰ মাজত এই মিছনক সফল কৰাৰ নিৰ্দেশ দিছে খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

মাত্ৰ ১৭ বছৰৰ মাজত অসম্ভৱক সম্ভৱ কৰি চন্দ্ৰৰ মাটিত কেনেকৈ ভৰি দিব ভাৰতীয় নভোশ্বৰে? নতুন প্ৰযুক্তি ইমান সোনকালে ডেভেলপ কেনেকৈ কৰিব ভাৰতে? বিষয়টো নিসন্দেহে কঠিন যদিও অসম্ভৱ নহয় বুলি জনাইছে ইছৰোৱে।

চন্দ্ৰলৈ মানুহ পঠিওৱাত কি কি চেলেঞ্জৰ সন্মুখীন হ’ব?
বিজ্ঞানীমহলৰ মতে, প্ৰথমতে চন্দ্ৰলৈ মানুহ পঠিয়াবলৈ দৰকাৰ হ’ব এটা শক্তিশালী মানুহ কঢ়িয়াব পৰা মহাকাশযানৰ। চন্দ্ৰযান-৩ মিছনৰ মেৰুদণ্ড আছিল LVM-3 ৰকেট। এই ৰকেটে নিম্ন কক্ষপথত ১০০০০ কিঃগ্ৰাঃ পৰ্যন্ত ওজন কঢ়িয়াই নিব পাৰে। কিন্তু ২০৪০ চনলৈ মানুহ পঠিওৱাৰ সপোন পূৰণ কৰিবলৈ ইছৰোক প্ৰয়োজন হ’ব ছুপাৰ লিফ্ট ক্ষমতাসম্পন্ন মহাকাশযানৰ। যি মহাকাশযানৰ লিফট কেপাচিটি হ’ব ১ লাখ কিঃগ্ৰাঃৰো বেছি। দ্বিতীয়তে ছেমি ক্ৰয়োজেনিক আৰু ক্ৰায়োজেনিক ইঞ্জিনসমূহৰ এটা ভাৰসাম্যপূৰম সংমিশ্ৰণৰ দৰকাৰ।

বৰ্তমান ভাৰতৰ হাতত বিশাল কোনো লঞ্চ যান নাই। সেয়ে চন্দ্ৰলৈ মানুহ পঠিয়াবৰ বাবে অতি উচ্চ ক্ষমতাসম্পন্ন ৰকেট তৈয়াৰ কৰিব লাগিব। এই সকলোবোৰেই অৱশ্যে নিৰ্ভৰ কৰিছে গগণযানৰ সফলতাৰ ওপৰত। গগণযান মিছনত মহাকাশচাৰীক পৃথিৱীৰ নিম্ন কক্ষপথত ৪০০ কিঃমিঃ উচ্চতালৈ পঠিওৱা হ২ব। এই বিশেষ যানখনৰ নাম হৈছে গগণযান। কেইবাটাও পৰীক্ষা নিৰীক্ষা চলোৱাৰ অন্তত পৃথিৱীলৈ যানখনক ঘূৰাই অনা হ’ব। এই মিছন যদি সফল হয় তেন্তে ভৱিষ্যতে চন্দ্ৰলৈ মানৱযান পঠিয়াবলৈ সহজ হ’ব। প্ৰকৃতপক্ষে এই যানেই হৈছে ভাৰতৰ মনুষ্যবাহী চন্দ্ৰ অভিযানৰ মেৰুদণ্ড। চন্দ্ৰত মানুহ পঠিওৱাৰ পূৰ্বে বিস্তৰ গৱেষণাৰ প্ৰয়োজন। কেৱল মানুহ পঠিয়াই দিলেই নহ’ব। মহাকাশচাৰীক আকৌ পৃথিৱীলৈ নিৰাপদে ওভটাই অনাৰো ব্যৱস্থা ৰাখিব লাগে। বিষয়টোক লৈ প্ৰচুৰ গৱেষণাৰ প্ৰয়োজন আছে। এই গৱেষণাৰ বাবেই বেচৰকাৰী সংস্থাৰো প্ৰয়োজন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!
জীৱনশৈলী

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

March 24, 2026
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে
জীৱনশৈলী

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

March 24, 2026
ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!
জীৱনশৈলী

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

March 24, 2026
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?
জীৱনশৈলী

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

March 23, 2026
Next Post
৪০০ বছৰ পাছত দীপাৱলীৰ পূৰ্বে ৮ টা দুৰ্লভ যোগ, দুৰ্লভ যোগত লাভ হ’ব ৬ ৰাশিৰ জাতকৰ

৪০০ বছৰ পাছত দীপাৱলীৰ পূৰ্বে ৮ টা দুৰ্লভ যোগ, দুৰ্লভ যোগত লাভ হ’ব ৬ ৰাশিৰ জাতকৰ

জীৱনত কাহানিও সুখ নাপায় এই ধৰণৰ মানুহে, কেনে ব্যক্তি সুখী হ’ব নোৱাৰে? জানক সবিশেষ…

জীৱনত কাহানিও সুখ নাপায় এই ধৰণৰ মানুহে, কেনে ব্যক্তি সুখী হ’ব নোৱাৰে? জানক সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.