• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

7 months ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

19 minutes ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

46 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

3 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

6 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

6 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

8 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

8 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

9 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

9 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

editor by editor
March 23, 2026
in জীৱনশৈলী, ভাৰত, লেখা
0
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ
0
SHARES
860
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ্থিক সংকটৰ মাজত ডাঙৰ পদক্ষেপ হিমাচল চৰকাৰৰ৷ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক আৰু আমোলাসকলৰ দৰমহাৰ একাংশ কাটি লোৱা হ’ব৷ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে শনিবাৰে এই ঘোষণা কৰিছে৷ তেঁও জনাইছে যে তেওঁৰ দৰমহাৰ ৫০ শতাংশ কটা যাব৷ উপ মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ দৰমহাৰ ৩০ শতাংশ কাটি লোৱা হ’ব৷ অন্যহাতে বিধায়ক, চেয়াৰমেন, ভাইছ চেয়াৰমেন আৰু ৰাজনৈতিকভাৱে নিযুক্ত উপদেষ্টাসকলৰ দৰমহাৰ ২০ শতাংশ কটা হ’ব৷ এই পদক্ষেপ ঊৰ্ধ্বতন আমোলাতন্ত্ৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হব৷ মুখ্যসচিব, ডিজিপি, অতিৰিক্ত মুখ্যসচিব, এডিজিপি, বিভিন্ন দপ্তৰৰ প্ৰধান সচিব আৰু ঊৰ্ধ্বতন বন কৰ্মকৰ্তাসকলৰ দৰে শীৰ্ষস্থানী. আমোলাসকলৰ দৰমহাৰ ক্ষেত্ৰত ৩০ শতাংশ স্থগিত কাৰ্যকৰ কৰা হ’ব৷

সচিব, বিভাগীয় প্ৰধান, আই জি পি, ডি আই জি, এছ এছ পি, এছ পি আৰু অন্যান্য বন কৰ্মকৰ্তাসকলৰ দৰমহাৰ ২০ শতাংশ কটা হব৷ গ্ৰুপ এ, আৰু গ্ৰুপ বি, কৰ্মীসকলৰ দৰমহাৰ ক্ষেত্ৰত ছমাহৰ বাবে ৩ শতাংশ কাটি লোৱা কাৰ্যকৰ হ’ব৷ গ্ৰুপ চি, আৰু গ্ৰুপ ডি, পৰ্যায়ৰ কৰ্মীসকলক এই সিদ্ধান্তৰ আওঁতামুক্ত ৰখা হৈছে৷

বিচাৰ বিভাগৰ সাংবিধানিক স্বাধীনতাৰ বিষয়টো বিবেচনাত ৰাখি, ৰাজ্য চৰকাৰে হাইকৰ্টক স্বেচ্ছাই ৬মাহৰ বাবে দৰমহাৰ একাংশ স্থগিত ৰখাৰ বিষয়টো বিবেচনা কৰিবলৈকো আহ্বান জনাইছে৷ এই প্ৰস্তাবত জিলা আৰু অতিৰিক্ত জিলা বিচাৰপতিসকলৰ দৰমহাৰ ২০শতাংশ, গ্ৰুপ এ আৰু গ্ৰুপ বি পৰ্যায়ৰ বিচাৰ বিভাগীয় কৰ্মকৰ্তাসকলৰ দৰমহাৰ ৩শতাংশ আৰু হাইকৰ্ট পৰ্যায়ৰ কৰ্মকৰ্তাসকলৰ দৰমহাৰ সৰ্বোচ্চ ৩০শতাংশ স্থগিত ৰখাৰো আলোচনা কৰা হৈছে৷

নিজৰ চতুৰ্থ বাজেটত মুখ্যমন্ত্ৰী সুখুয়ে ২০২৫-২০২৬ অৰ্থবৰ্ষৰ বাবে মুঠ ৫৪,৯২৮ কোটি টকা ব্যয়ৰ প্ৰস্তাৱ পেছ কৰিছে৷ এই অংক বিগত অৰ্থবছৰৰ তুলনাত ৩,৫৬৮ কোটি টকা কম৷ যাৰ প্ৰধান কাৰণ হৈছে ৰাজহ ঘাটিৰ অনুদানৰ প্ৰাপ্যতা বন্ধ কৰি দিয়া আৰু ৰাজ্যৰ ক্ৰমবৰ্ধমান ঋণৰ বোজা৷

ৰাজহ ঘাটিৰ অনুদান বন্ধ কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী সুখুৱে কয়, ‘এই সিদ্ধান্তৰ ফলত ৰাজ্যৰ বছৰত গড়ে ৮১০৫ কোটি টকাৰ আৰ্থিক ক্ষতি হৈছে৷ ইয়াৰ ফলত আসন্ন অৰ্থবছৰত ৰাজ্যৰ ৰাজহ ঘাটিৰ পৰিমাণ ৬৫৭৭ কোটি টকা হ’বলৈ বুলি ধাৰণা কৰা হৈছে৷

চৰকাৰে গাখীৰ সংগ্ৰহৰ মূল্য বৃদ্ধি কৰাৰো সিদ্ধান্ত লৈছে৷ গৰুৰ গাখীৰত দাম প্ৰতি লিটাৰত ৫১ টকাৰ পৰা বঢ়াই ৬১ টকা হব৷ অন্যহাতে মহৰ গাখীৰৰ দাম প্ৰতি লিটাৰত ৬১ টকাৰ পৰা বঢ়াই ৭১ টকা কৰা হব৷ হালধি ন্যূনতম সহায়ক মূল্য প্ৰতি কিঃগ্রাঃত ৯০ টকাৰ পৰা বঢ়াই ১৫০ টকা কৰা হৈছে আৰু আদাক প্ৰথমবাৰ ন্যূনতম সহায়ক মূল্যৰ আওতাভুক্ত কৰি প্ৰতি কেজিৰ দাম ৩০ টকা নিৰ্ধাৰণ কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

October 7, 2026
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে
বিনোদন

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

October 7, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
Next Post
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.