• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

7 months ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

13 minutes ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

52 minutes ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

1 hour ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

3 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

4 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

6 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

7 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

8 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

9 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

9 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

editor by editor
March 23, 2026
in জীৱনশৈলী
0
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত ৰাহু আৰু কেতুক ছায়া গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ এই দুই গ্ৰহই কোনো ব্যক্তিৰ জন্মকোষ্ঠীৰ শুভ স্থানত থাকিলে সলনি হৈ যায় ভাগ্য৷ দাৰিদ্ৰৰ পৰা চকুৰ পলকতে সাফল্যৰ শিখৰত উঠিব পাৰিব এই ৰাশিৰ জাতকসকল৷ অগাধ ধন সম্পদৰ মালিক হব পাৰে৷ যদি কোষ্ঠীত ৰাহুৰ অৱস্থান প্ৰতিকূল হয় তেতিয়া সকলো সলনি হৈ পৰে৷ সেই ব্যক্তিয়ে জীৱিত অৱস্থাত নৰক যন্ত্ৰণা ভোগ কৰিব লাগে৷

জ্যোতিষশাস্ত্ৰ অনুসৰি শনিক কৰ্মফলৰ দেৱতা হিচাপে কল্পনা কৰা হয়৷ শনিৰ প্ৰভাৱত কষ্ট আহে৷ কিন্তু ৰাহু আৰু কেতুৰ আক্ৰমণ আকস্মিক, অপ্ৰত্যাশিত, সৰ্বোপতি বিভ্ৰান্তিকৰ৷ কেতিয়াবা কেতিয়াবা দুই ছায়া গ্ৰহৰ আঘাত শনিৰ বাবেও মাৰাত্মক আৰু প্ৰাণঘাটী হব পাৰে৷ আৰু ৰাহু-কেতুৰ টাৰ্গেটত থাকে মূলত ৫ৰাশিৰ জাতক৷ আপুনিও সেই তালিকাত আছে নেকি?

মেষ ৰাশি

মঙ্গলে মেষ ৰাশিৰ অধিপতি৷ জ্যোতিষশাস্ত্ৰত কৈছে ৰাহু শনিৰ দৰে৷ কেতুৱে মঙ্গলৰ দৰে আচৰণ কৰে৷ ৰাহু মেষ ৰাশিত দুৰ্বল হ’লে ই জাতকৰ বুদ্ধিক বিভ্ৰান্ত কৰে৷ মঙ্গলৰ অগ্নি আৰু ৰাহুৰ প্রভাৱ একত্ৰিত হৈ জাতকক হঠকাৰী সিদ্ধান্ত ল’বলৈ বাধ্য কৰায়৷ যাৰ ফলত ডাঙৰ আৰ্থিক ক্ষতি বা দুৰ্ঘটনা ঘটে৷ এই ৰাশিত কেতুৰ প্ৰভাৱে জাতকক সকলোৰে পৰা বিচ্ছিন্ন কৰি দিয়ে৷ বিষণ্ণতাৰ কাৰণ হৈ ঠিয় দিয়ে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰ৷ জ্যোতিষশাস্ত্ৰত চন্দ্ৰক মনৰ নিয়ন্ত্ৰক হিচাপে বিবেচনা কৰা হয়৷ ৰাহু আৰু কেতু উভয়েই চন্দ্ৰৰ ঘোৰ শত্ৰু৷ কৰ্কট ৰাশিৰ জাতকৰ বাবে ৰাহু আৰু কেতুৰ প্ৰভাৱ কুণ্ডলীত গ্ৰহণ দোষৰ দৰে পৰিস্থিতি তৈয়াৰ কৰে৷ শনিয়ে কৰ্কট ৰাশিৰ জীৱনত শাৰীৰিক কষ্টৰ কাৰণ হৈ উঠে৷ ৰাহু আৰু কেতুৱে চিধাই মনৰ ওপৰত প্ৰভাৱ পেলায়৷ ফলত ভয়, অনিদ্ৰাই হেঁচি ধৰে৷ পাৰিবাৰিক সুখ শান্তি নষ্ট হয়৷

সিংহ ৰাশি

সূৰ্য সিংহ ৰাশিৰ অধিপতি৷ সূৰ্য আত্মা আৰু স্বাস্থ্যৰ কাৰক৷ সূৰ্যৰ সৈতে ৰাহুৰ সংযোগে ব্যক্তিৰ সন্মান নষ্ট কৰিব পাৰে৷ পিতৃসুখ মচি দিয়ে ভাগ্যৰ পৰা৷ সিংহ ৰাশিৰ জাতকৰ বাবে ৰাহু আৰু কেতুৰ অশুভ গোচৰৰ ফলত ৰাজভংগ যোগ সৃষ্টি হয়৷ শনি কঠোৰ পৰিশ্ৰমক অনুপ্ৰাণিত কৰে৷ কিন্তু ৰাহুৰ অশুভ প্ৰভাৱে সকলো পৰিশ্ৰম নষ্ট কৰি দিব পাৰে৷ এই ৰাশিত কেতুৱে হাড় আৰু হৃদপিণ্ডৰ গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ যি শনিৰ কাৰণে সৃষ্ট সমস্যাতকৈয়ো মাৰাত্মক৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিত কেতুৰ অত্যন্ত শক্তিশালী বুলি ধাৰণা কৰা হয়৷ কিন্তু ইয়াত তাৰ নেতিবাচক ফল দিয়ে৷ বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত ৰাহু আৰু কেতুৰ প্ৰভাৱত আকস্মিক কোনো ডাঙৰ বিপৰ্জয় আহিব পাৰে৷ ৰাহুৰ প্রভাৱত হঠাৎ সাফল্যৰ পথত বাধা আহে৷ জাতকে নিজকে আইনি জটিলতাত সোমাই পেলাব পাৰে৷

মীন ৰাশি

মীন ৰাশি হৈছে ৰাশিচক্ৰৰ শেষ ৰাশি, যাৰ অধিপতি বৃহস্পতি৷ ৰাহুৰ প্ৰভাৱত এই ৰাশিৰ জাতকে ধৰ্মৰ পথৰ পৰা অধৰ্মৰ দিশলৈ পৰিচালিত হব পাৰে৷ ৰাহুৰ মীন ৰাশিত গোচৰে জাতকৰ মতিভ্ৰম ঘটায়৷ কেতু মাৰক ঘৰত অৱস্থান কৰিলে দীৰ্ঘ আৰু যন্ত্ৰণাদায়ক অসুস্থতাই দেখা দিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
Next Post
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ'ব আপোনাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.