• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

6 months ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

19 minutes ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

1 hour ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

2 hours ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

4 hours ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

5 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

18 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

18 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

19 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

19 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

20 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

20 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

editor by editor
March 23, 2026
in জীৱনশৈলী, বিবিধ
0
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?
0
SHARES
196
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান বহু মহিলাই ৩৫ বছৰ বয়সৰ পাছত মাতৃত্বৰ সিদ্ধান্ত লয়৷ কেৰিয়াৰ, আৰ্থিক স্থিতি, নিজৰ দৰে জীৱন সজাই লোৱাৰ কাৰণে নানান কাৰণত দেৰিকৈ মাতৃ হোৱাৰ প্ৰৱণতা বাঢ়িছে৷ বেছি বয়সত সন্তানধাৰণৰ সিদ্ধান্ত ল’লে কেইবাটাও বিষয়ত যত্ন লোৱা জৰুৰী৷ কেনেকৈ হ’বলগীয়া মাতৃসকল সতৰ্ক হ’ব?

মহিলাৰ শৰীৰত ডিম্বানুৰ সংখ্যা জন্মৰ পৰাই নিৰ্দিষ্ট থাকে আৰু বয়স বঢ়াৰ লগে লগে অৱশ্যে কমি থাকে৷ ৩৫ৰ পাছত ডিম্বাণুৰ গুণমানো কমিবলৈ আৰম্ভ কৰে৷ ফলত গৰ্ভধাৰণত সময় লাগিব পাৰে আৰু কিছু ক্ষেত্ৰত জেনেটিক সমস্যাৰ আশংকাও বাঢ়ে৷

৩৫ৰ পাছত মাতৃ হোৱা অসম্ভৱ এই ভাৱনা মুঠেও ঠিক নহয়৷ বহু নাৰীয়েই এই বয়সত স্বাভাৱিকভাৱে গৰ্ভধাৰণ কৰি সুস্থ সন্তান জন্ম দিছে৷ ৩৫ৰ পাছত কোনোৱে যদি সন্তান লোৱাৰ চেষ্টা কৰে আৰু ৬ মাহৰ ভিতৰত গৰ্ভধাৰণ নহয় তেতিয়া দেৰি নকৰি বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত৷ পৰীক্ষাৰ মাধ্যমেৰে ডিম্বাশয়ৰ অৱস্থা, হৰমনৰ ভাৰসাম্য, জৰায়ুৰ স্বাস্থ্য যেনেকৈ চোৱাটো জৰুৰী তেনেকৈ সংগীৰ শুক্ৰাণুৰ গুণমানো পৰীক্ষা কৰাটো প্ৰয়োজন৷ কাৰণ বন্ধ্যাত্বৰ ক্ষেত্ৰত পুৰুষৰ ভূমিকা প্ৰায় ৪০ৰ পৰা ৫০ শতাংশ৷

৩৫ৰ পাছত গৰ্ভধাৰণত কিছু সমস্যা থাকে৷ যেনেকৈ গৰ্ভকালীন ডায়বেটিছ, উচ্চ ৰক্তচাপ, থায়ৰয়েড সমস্যা, গৰ্ভপাতৰ সম্ভাৱনা আৰু ডাউন চিনড্ৰোমৰ দৰে ক্ৰোমোজোমজনিত সমস্যা৷ আধুনিক চিকিৎসাত নিয়মিত পৰীক্ষা আৰু পৰ্যবেক্ষণৰ মাধ্যমেৰে এই আশংকা নিয়ন্ত্ৰণত ৰখা সম্ভৱ৷

গৰ্ভধাৰণৰ পূৰ্বৰে পৰাই শৰীৰক প্ৰস্তুত কৰা খুবেই গুৰুত্বপূৰ্ণ৷ সুষম খাদ্য খোৱা, নিয়মিত ব্যায়াম, পৰ্যাপ্ত টোপনি আৰু মানসিক চাপ কম ৰখা৷ এই অভ্যাসসমূহে প্ৰজনন ক্ষমতা বঢ়োৱাত সহায় কৰে৷ ইয়াৰোপৰি ধূমপান, এলক’হল আৰু অতিৰিক্ত কেফেইন এৰাই চলা উচিত৷ বহু ক্ষেত্ৰত চিকিৎসকে পূৰ্বৰে পৰা ফলিক এছিড খোৱাৰ পৰামৰ্শ দিয়ে৷

যদি স্বাভাৱিকভাৱে গৰ্ভধাৰণত সমস্যা হয় তেতিয়া আধুনিক চিকিৎসাত একাধিক বিকল্প আছে৷ যেনে অভুলেছন ইনডাকছন, আই ইউ আই আৰু আই ভি এফৰ দৰে পদ্ধতিয়ে বহু দম্পতিক নতুন আশা দিছে৷ আজনি জেনেটিক পৰীক্ষাৰ মাধ্যমেৰেও আগেভাগে কিছু সমস্যা  ধৰা পেলোৱা সম্ভৱ৷

যিসকলৰ ঋতুস্ৰাৱ অনিয়মিত, পিচিঅএছ, থাইৰয়েড, এণ্ডোমেট্ৰিউচিছ বা পূৰ্বে গৰ্ভপাতৰ ইতিহাস আছে তেওঁলোকে পূৰ্বৰে পৰাই চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ অৰ্থাৎ ৩৫ৰ পাছত মাতৃত্ব মানেই সমস্যা ঠিক তেনে নহয়৷ সঠিক সময়ত পৰিকল্পনা, সচেতনতা আৰু চিকিৎসাৰ সহায়ত এই পথো নিৰাপজ আৰু সফল হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ
ৰাজনীতি

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

September 5, 2026
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?
জীৱনশৈলী

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

September 5, 2026
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

September 5, 2026
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক
ভাৰত

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

September 5, 2026
Next Post
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.