• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা কাঁন ফেষ্টিভেল, প্ৰকাশ পালে নতুন নিয়ম, স্বল্প বস্ত্ৰ আৰু ডাঙৰ ছাইজৰ কাপোৰ নিষিদ্ধ

7 months ago
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

2 mins ago
RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

1 hour ago
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

2 hours ago
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

3 hours ago
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

4 hours ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

4 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

2 weeks ago
আকৌ নক্ষত্ৰপতন, ৯০স্পৰ্শৰ সপোন বান্ধি উভতি নহাৰ দেশলৈ ধৰ্মেন্দ্ৰ

কিডনিত কোনো ৰোগে বাঁহ বান্ধিছে নেকি? প্ৰস্ৰাৱেই দিয়ে সকলো সংকেত, কেনেকৈ বুজিব আপুনি?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

৯০,০০০ টকা বছৰি বিনিয়োগ কৰিলে ১৫ বছৰত ৰিটাৰ্ণ কিমান পাব? SIP নে PPF বেছি লাভজনক?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, December 5, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰে পৰা কাঁন ফেষ্টিভেল, প্ৰকাশ পালে নতুন নিয়ম, স্বল্প বস্ত্ৰ আৰু ডাঙৰ ছাইজৰ কাপোৰ নিষিদ্ধ

editor by editor
May 13, 2025
in জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আজিৰে পৰা কাঁন ফেষ্টিভেল, প্ৰকাশ পালে নতুন নিয়ম, স্বল্প বস্ত্ৰ আৰু ডাঙৰ ছাইজৰ কাপোৰ নিষিদ্ধ
0
SHARES
493
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা কাঁন ফেষ্টিভেল, প্ৰকাশ পালে নতুন নিয়ম, স্বল্প বস্ত্ৰ আৰু ডাঙৰ ছাইজৰ কাপোৰ নিষিদ্ধ

মেট গালা ২০২৫ৰ পিছত আজি ১৩ মে’ৰ পৰা আৰম্ভ হ’ব কাঁন চলচ্চিত্ৰ মহোৎসৱ। ১৩ মে’ৰ পৰা ২৪ মে’লৈ অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত চিনেমা আৰু ফেশ্বন জগতৰ ডাঙৰ ডাঙৰ তাৰকাবোৰে অংশগ্ৰহণ কৰিব। ৰেড কাৰ্পেটত ডাঙৰ ডাঙৰ তাৰকাসকলে নিজৰ সৌন্দৰ্যতা বিয়পাব।

কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰতিবাৰেই বলীউড আৰু হলিউডৰ তাৰকাসকলে নিজৰ ফেশ্বনেৰে মানুহক আকৰ্ষিক কৰি আহিছে। কোনোৱে যদি একেবাৰে সামান্য কাপোৰ পৰিধান কৰি শৰীৰৰ অধিকাংশ প্ৰদৰ্শন কৰিছে, একাংশই প্ৰয়োজনকৈ অধিক ডাঙৰ সাজ পৰিধান কৰি আহিছে।

পাছে এইবাৰ কাঁন মহোৎসৱ আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠানটোৰ ফালৰ পৰা গাইডলাইন জাৰি কৰিছে, যিবোৰ সকলোৱে মানি চলাটো বাধ্যতামূলক হ’ব।

এইবাৰ কাঁনত নগ্নতা আৰু অভাৰছাইজ ড্ৰেছ নিষিদ্ধ। কাঁন চলচ্চিত্ৰ মহোৎসৱৰ আয়োজকসকলে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি কাঁন ৰেড কাৰ্পেটত নগ্নতা তথা স্বল্প বস্ত্ৰ আৰু ডাঙৰ ছাইজ সাজ-পোছাক নিষিদ্ধ কৰা হৈছে।

অৰ্থাৎ এতিয়া সুন্দৰীসকলে দীঘলীয়া ট্ৰেইল থকা ড্ৰেছ পিন্ধিব নোৱাৰিব। লগতে দেহ প্ৰদৰ্শিত সাজো পৰিধান কৰিব নোৱাৰিব।

কাঁন ফিল্ম ফেষ্টিভেলে কয় যে এইবাৰ ড্ৰেছ কোড অতি আকৰ্ষণীয় হ’ব। কিন্তু যিবোৰ নতুন নিয়ম কাৰ্যকৰী কৰা হৈছে সেইবোৰ ফৰাচী নিয়ম আৰু ফেশ্বনৰ মৰ্যাদাৰ কথা মনত ৰাখি তৈয়াৰ কৰা হৈছে যদিও এই নিয়মৰ উদ্দেশ্য ফেশ্বন নিয়ন্ত্ৰণ কৰা নহয়।

উল্লেখ্য যে, আজি ১৩ মে’ৰ পুৱা ১১ বজাৰ পৰা ফ্ৰান্সত কাঁন চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ’ব। ভাৰতত দুপৰীয়া ২.৩০ বজাৰ পৰা ষ্ট্ৰীম হ’ব। এইবাৰ আলিয়া ভাটে প্ৰথমবাৰৰ বাবে কাঁনত অংশগ্ৰহণ কৰিব। তাৰ উপৰি ঐশ্বৰ্য ৰায়, জান্হৱী কাপুৰ, ঈশান খট্টৰ, শৰ্মিলা ঠাকুৰ, উৰ্বশী ৰাওটেলাই এই মহোৎসৱত অংশগ্ৰহণ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cannes FestivalCannes Film FestivalCannes Film Festival 2025Red Carpet
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ
জীৱনশৈলী

December 5, 2025
RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?
জীৱনশৈলী

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

December 5, 2025
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?
জীৱনশৈলী

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

December 5, 2025
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন
জীৱনশৈলী

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

December 5, 2025
Next Post
ভয়ংকৰ ! বিদ্যালয়ত বোমা বিস্ফোৰণ, ১৭ শিক্ষাৰ্থী নিহত, ২০ ৰো অধিক আহত

১৫ মে’ৰ পৰা ভাগ্যৰ চকৰি ঘূৰিব ৩ ৰাশিৰ, বৃষ ৰাশিত সূৰ্য্যৰ ট্ৰেনজিট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন