• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশেষ ঘোষণা, অলিম্পিকত সোণৰ পদক জয় কৰিলেই পাব ৭ কোটি লগতে চাকৰি

বিশেষ ঘোষণা, অলিম্পিকত সোণৰ পদক জয় কৰিলেই পাব ৭ কোটি লগতে চাকৰি

10 months ago
প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

4 hours ago
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

4 hours ago
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

5 hours ago
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

6 hours ago
নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

নিজে সলনি কৰক ভাগ্য, মাত্ৰ মনত ৰাখক এই ৬ টা কথা, দেখিব সকলো পৰিৱৰ্তন!

8 hours ago
ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

ছেইফক চুম্বন কৰি বিপদত ৰাণী মুখাৰ্জী! সেই নিশা কি ঘটিছিল?

8 hours ago
আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

আজি বিশ্ব গৃহসজ্জা দিৱস, অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰদৰ্শনী আৰু আলোচনা চক্ৰ

9 hours ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

9 hours ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

9 hours ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

10 hours ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

10 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিশেষ ঘোষণা, অলিম্পিকত সোণৰ পদক জয় কৰিলেই পাব ৭ কোটি লগতে চাকৰি

editor by editor
July 22, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
বিশেষ ঘোষণা, অলিম্পিকত সোণৰ পদক জয় কৰিলেই পাব ৭ কোটি লগতে চাকৰি
0
SHARES
398
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশেষ ঘোষণা, অলিম্পিকত সোণৰ পদক জয় কৰিলেই পাব ৭ কোটি লগতে চাকৰি

এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে। এইবাৰৰ পৰা অলিম্পিকত সোণৰ পদক লাভ কৰিলেই দিল্লী চৰকাৰৰ ফালৰ পৰা লাভ কৰিব ৭ কোটি টকা লগতে চৰকাৰী চাকৰি।

মুখ্যমন্ত্ৰীৰ ক্ৰীড়া প্ৰসাৰ আঁচনিৰ অধীনত দিল্লী চৰকাৰে গ্ৰহণ কৰিছে এই ঐতিহাসিক সিদ্ধান্ত। দিল্লীৰ মন্ত্ৰী আশীষ ছুদে জনাইছে যে অলিম্পিকত বিজয়ীসকলৰ নগদ পুৰস্কাৰ চৰকাৰে বৃদ্ধি কৰিছে। পদক জয় কৰিলেই লাভ কৰিব বহু টকা।

সংবাদমেলত মন্ত্ৰী আশীষ ছুদে কয় যে অলিম্পিকত সোণৰ পদক লাভ কৰা প্ৰতি খেলুৱৈক দিয়া হ’ব ৭ কোটি টকা, ৰূপৰ পদক লাভ কৰা খেলুৱৈক দিয়া হব ৫ কোটি টকা আৰু ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈক দিয়া হব ৩ কোটি টকা।

কেৱল সিমানেই নহয়, লগতে ইয়াকো সদৰি কৰি যে, অলিম্পিকত স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰা খেলুৱৈক গ্ৰুপ এ আৰু ব্ৰঞ্জৰ পদক বিজয়ীসকলক দিল্লী চৰকাৰে গ্ৰুপ বি পৰ্যায়ৰ চাকৰি প্ৰদান কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhi govtolympicOlympic games
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

প্ৰস্ৰাৱৰ পিছত পানী পিয়াহ লগাটো কি ৰোগৰ লক্ষণ? বিপদৰ পূৰ্বে হওক সাৱধান!

May 30, 2026
মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ
বিনোদন

মুক্তিৰ পূৰ্বেই চৰ্চাত ‘চুপা চুপি’, কাইলৈ মুকলি হ’ব ট্ৰেইলাৰ

May 30, 2026
ছেপ্টেম্বৰৰ আৰম্ভণিৰে পৰাই সুখৰ সময় আৰম্ভ হৈছে! লাভ হ’ব কোন ৩ ৰাশিৰ জাতকৰ?
জীৱনশৈলী

খঙত অগ্নিশৰ্মা হৈ থাকে এই তাৰিখত জন্মা লোকসকল! শীঘ্ৰে হওক সাৱধান!

May 30, 2026
কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!
জীৱনশৈলী

কেৱল বিদেশ ভ্ৰমণেই নহয়, ৰাহু-শনিয়ে এই ৰাশিৰ লোকক দিব অপৰিসীম ধন-সম্পত্তি!

May 30, 2026
Next Post
২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা চৰকাৰী কৰ্মচাৰীৰ বাব সুখবৰ, কাৰ্যকৰী হ’ব অষ্টম দৰমহা আয়োগ

২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা চৰকাৰী কৰ্মচাৰীৰ বাব সুখবৰ, কাৰ্যকৰী হ’ব অষ্টম দৰমহা আয়োগ

উপ-ৰাষ্ট্ৰপতিৰ হঠাতে পদত্যাগৰ পাছৰ কাৰণ কি! বিৰোধীয়ে দিছে অন্য ইংগিত

উপ-ৰাষ্ট্ৰপতিৰ হঠাতে পদত্যাগৰ পাছৰ কাৰণ কি! বিৰোধীয়ে দিছে অন্য ইংগিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.