• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা চৰকাৰী কৰ্মচাৰীৰ বাব সুখবৰ, কাৰ্যকৰী হ’ব অষ্টম দৰমহা আয়োগ

২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা চৰকাৰী কৰ্মচাৰীৰ বাব সুখবৰ, কাৰ্যকৰী হ’ব অষ্টম দৰমহা আয়োগ

1 year ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

2 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

2 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

2 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

2 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

3 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

3 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

6 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

7 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

8 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

8 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

9 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা চৰকাৰী কৰ্মচাৰীৰ বাব সুখবৰ, কাৰ্যকৰী হ’ব অষ্টম দৰমহা আয়োগ

editor by editor
July 22, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা চৰকাৰী কৰ্মচাৰীৰ বাব সুখবৰ, কাৰ্যকৰী হ’ব অষ্টম দৰমহা আয়োগ
0
SHARES
5.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা চৰকাৰী কৰ্মচাৰীৰ বাব সুখবৰ, কাৰ্যকৰী হ’ব অষ্টম দৰমহা আয়োগ

২০২৬ নতুন বৰ্ষই সুখবৰ লৈ আহি আছে চৰকাৰী কৰ্মচাৰী সকলৰ বাবে। নতুন বৰ্ষৰ পহিলা মাহৰ পহিলা তাৰিখৰ পৰাই চৰকাৰী কৰ্মচাৰী সকলে লাভ কৰিব অষ্টম দৰমহা আয়োগৰ ধন। বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে লোকসভাত লিখিত উত্তৰ দাখিল কৰি এই তথ্য প্ৰদান কৰে।

এই অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে সমগ্ৰ দেশতে চৰকাৰী কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু ভাট্টা বৃদ্ধি পাব। দৰমহা আয়োগৰ লক্ষ্য হৈছে মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি কৰ্মচাৰীসকলৰ আয়ৰ ভাৰসাম্য ৰক্ষা কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা।

উল্লেখ্য যে, ২০২৫ চনৰ ১৬ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ অনুমোদন জনাইছিল। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছিল যে ৮ম দৰমহা আয়োগৰ পৰামৰ্শসমূহ ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰিব পাৰিব, কিয়নো সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল ২০২৫ চনৰ ৩১ ডিচেম্বৰত অন্ত পৰিব।

দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে প্ৰায় ৫০ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬৫ৰ পৰা ৬৮ লাখ পেঞ্চনাৰ লাভৱান হ’ব। পে কমিছন কাৰ্যকৰী হোৱাৰ পিছত ফিটমেণ্ট ফেক্টৰৰ ওপৰত ভিত্তি কৰি দৰমহা বৃদ্ধি কৰা হ’ব। ফিটমেণ্ট ফেক্টৰ যিমানেই বেছি হ’ব সিমানেই মৌলিক দৰমহা বৃদ্ধি পাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 8th Pay Commission8th pay commission salary
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি
জীৱনশৈলী

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

September 9, 2026
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত
জীৱনশৈলী

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

September 9, 2026
Next Post
উপ-ৰাষ্ট্ৰপতিৰ হঠাতে পদত্যাগৰ পাছৰ কাৰণ কি! বিৰোধীয়ে দিছে অন্য ইংগিত

উপ-ৰাষ্ট্ৰপতিৰ হঠাতে পদত্যাগৰ পাছৰ কাৰণ কি! বিৰোধীয়ে দিছে অন্য ইংগিত

আগষ্ট মাহত ৩ বাৰকৈ গতি সলনি কৰিব সূৰ্যই, যাৰ বিশেষ প্ৰভাৱ পৰিব ৩ ৰাশিৰ ওপৰত

আগষ্ট মাহত ৩ বাৰকৈ গতি সলনি কৰিব সূৰ্যই, যাৰ বিশেষ প্ৰভাৱ পৰিব ৩ ৰাশিৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.