স্বাস্তি, পূৰ্বতকৈ অলপ সুস্থ! হাৰ্টত দুটাকৈ ব্লকৰ লগতে ডাইবেটিছতো আক্ৰান্ত দ্বীপজ্যোতি

অসম লাইভ২৪ঃ বৰ্তমানো হেলথ চিটি হাস্পতালতেই চিকিৎসাধীন হৈ আছে অভিনেতা দ্বীপজ্যোতি কেওট। এখন বিশেষ চিৰিয়েলৰ শ্বুটিং কৰি থাকোতে শ্বুটিঙস্থলীতেই ঢলি...

Read more

সকলোৱে প্ৰাৰ্থনা কৰক! হৃদৰোগত আক্ৰান্ত হৈ হেলথ চিটি হাস্পতালৰ ICUত অভিনেতা দ্বীপজ্যোতি কেওট

হঠাৎ অসুস্থ অভিনেতা দ্বীপজ্য়োতি কেওট এখন ধাৰাবাহিকৰ শ্বুটিং চলি থকাৰ সময়তে অসুস্থ হৈ পৰিছিল অভিনেতাগৰাকী ৩.৩০ মিনিটত চিকিৎসালয়ত ভৰ্তি কৰোৱা...

Read more

কঠোৰ সিদ্ধান্ত জি পি সিঙৰ! এইবাৰ অসম আৰক্ষীৰ কোনো গোটেই পালন কৰিব নোৱাৰিব নৱবৰ্ষ

অসম লাইভ২৪ঃ অসম আৰক্ষীয়ে পালন কৰিব নোৱাৰিব নৱবৰ্ষ ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীৰ সকলো অনুষ্ঠান বাতিলৰ নিৰ্দেশ আৰক্ষীৰ কোনো গোটেই...

Read more

সোৱঁৰণিত গ্ৰিটিংছ কাৰ্ড! প্ৰিয়জনৰ একলম পাবলৈ আজিও হেঁপাহ জাগে নেকি আপোনাৰ? শুভেচ্ছা বাৰ্তাত প্ৰিয়জনলৈ বুলি এইকেইটা বাৰ্তা দিব পাৰে আপুনিও

অসম লাইভ২৪ঃ এটা সময় আছিল নতুন বছৰ বুলিলেই শুভেচ্ছা বাৰ্তা ল’বলৈ, দিবলৈ অপেক্ষা কৰিছিল এখন গ্ৰীটিংছ কাৰ্ডলৈ৷ এই অপেক্ষাৰ আঁৰত...

Read more

সমালোচনাক আমি আশীৰ্বাদ বুলি ভাৱোঃ অনুপ চেতিয়া

অসম লাইভ২৪ঃ গুৱাহাটীত উপস্থিত হৈ অনুপ চেতিয়াৰ বিশেষ মন্তব্য। 'আমাৰ ওপৰত সমালোচনা হৈছে আমি ইতিবাচক ভাৱে লৈছো।’ 'জাতিৰ স্বাৰ্থত আমি...

Read more

আদৰি অনা হ’ব বিশাল ৰেলীৰেঃ শান্তি চুক্তি সমাপন কৰি আজি বীৰদৰ্পে অসমত খোজ থব অনুপ চেতিয়া বাহিনীয়ে…

ডিজিটেল ডেস্কঃ  আলফাৰ আলোচনাপন্থীৰ আৰু ৰাজ্য-কেন্দ্ৰীয় চৰকাৰৰ মাজত চুক্তি সমাপন হোৱাৰ পাছতে আজি দিল্লীৰ পৰা অসমলৈ উভতিব চুক্তিত স্বাক্ষৰকাৰী আলফাৰ...

Read more

সফলতাই চৰণ চুমিবঃ ২০২৪ত আপুনি মাত্ৰ মনত ৰাখক এই ১৫টা কথা…

ডিজিটেল ডেস্কঃ দুৱাৰদলিত এটা নতুন বছৰ। সকলোৱে আশা কৰে নতুন বছৰটো ভাল হওক, আধৰুৱা বহু সপোনে এই নতুন বছৰটোতে পূৰ্ণতা...

Read more

পৰেশ বৰুৱাৰ অন্তৰখন শিলৰ নহয়…

ডিজিটেল ডেস্কঃ পৰেশ বৰুৱাৰ একাষৰীয়া কৰি আলোচনাপন্থী আলফা গোটৰ সৈতে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ শান্তি চু্ক্তি সমাপন হোৱাৰ পাছতে এতিয়া ৰাজ্যজুৰি মিশ্ৰিত...

Read more

চলি আছে ৰাজ চক্ৰৱৰ্তী যোগঃ ভাগ্যত প্ৰধানমন্ত্ৰী হোৱাৰো যুগ আছে হিমন্ত বিশ্ব শৰ্মাৰ…

ডিজিটেল ডেস্কঃ  অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবে ২০২৪বৰ্ষটো কেনে হব! জ্যোতিষশাস্ত্ৰই মুখ্যমন্ত্ৰীগৰাকীৰ ভৱিষ্যতক লৈ কি কয়! জ্যোতিষ শাস্ত্ৰৰ...

Read more

শান্তি চুক্তিত একোৱেই নাইঃ কেতিয়াবা এইখন হিমন্ত বিশ্ব শৰ্মাই লিখি দিয়া যেন লাগে…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ সৈতে আলফাৰ শান্তি চুক্তি সমাপন হোৱাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ এই বিষয়টোক লৈ...

Read more
Page 82 of 516 1 81 82 83 516

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]