বাণিজ্য

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

মাহৰ প্ৰতিটো দেওবাৰৰ দৰে শনিবাৰেও বেংক বন্ধ থাকিব লাগে। এই দাবীক লৈ সমগ্ৰ দেশতে তিনিদিনীয়া বেংক ধৰ্মঘটৰ আহ্বান জনাইছিল ইউনাইটেড...

Read more

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

অষ্টম দৰমহা আয়োগ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অপেক্ষা এতিয়াও শেষ হোৱা নাই। বৰ্তমান আয়োগে বিভিন্ন কৰ্মচাৰী সংগঠন আৰু অন্যান্য অংশীদাৰৰ...

Read more

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

ভৱিষ্যতে সঞ্চয়ৰ বাবে ধন ক’ত ৰাখিব? কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও সৰু সৰু সঞ্চয় আঁচনি আছে, যিয়ে আপোনাক সহায় কৰে। ইয়াৰ ভিতৰত...

Read more

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

ছ’চিয়েল মিডিয়াত এতিয়া ব্যাপকভাৱে চৰ্চা লাভ কৰিছে এটা মানৱীয় ঘটনাই। দাবী কৰা হৈছে যে বিৰল জিনগত ৰোগত আক্ৰান্ত এটি শিশুৰ...

Read more

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

ফিক্সড ডিপ’জিট বা এফ ডি আমাৰ দেশত দীৰ্ঘদিন ধৰি বিনিয়োগৰ জনপ্ৰিয় মাধ্যম হৈ আহিছে। ইয়াত টকা ডুব যোৱাৰ সম্ভাৱনা প্ৰায়...

Read more

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

২৮ ফেব্ৰুৱাৰীৰ পৰা আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা উত্তেজনাই বুলিয়ন বজাৰৰ সমীকৰণ বহু পৰিমাণে সলনি কৰিছে। সাধাৰণতে যুদ্ধৰ সময়ত...

Read more

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

UAEৰ পৰা ইজৰাইললৈ যোৱা FLY DUBAIৰ এখন বিমানত ভাৰতীয় কেপ্টেইন স্মিট মচ্চৰক আক্ৰমণ কৰি বিমানখন দুৰ্ঘটনাগ্ৰস্ত কৰোৱাৰ অপচেষ্টা চলোৱা বিমানখনৰ...

Read more

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

ইজৰাইললৈ যাত্ৰা কৰা FLY DUBAIৰ এখন বিমানত আক্ৰমণৰ চেষ্টা বিফল কৰি সাহসিকতাৰ পৰিচয় দিয়া ভাৰতীয় কেপ্টেইন স্মিট মাছাৰ এতিয়া বিশ্বজুৰি...

Read more

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

দেশজুৰি ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড ব্যৱস্থাত ভুৱা হিতাধিকাৰী চিনাক্ত কৰাৰ লগতে অযোগ্য কাৰ্ড আঁতৰোৱাৰ উদ্দেশ্যে...

Read more
Page 4 of 106 1 … 3 4 5 … 106

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]