শুনি আচৰিত হ’ব যে বিয়াত বহাটোও কাৰোবাৰ বাবে হ’ব পাৰে বেপাৰ। এই চাঞ্চল্যকৰ বেপাৰ চলিছে আমাৰ ৰাজ্যত।
Read moreপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছে অক্ষমণীয় অপৰাধ! ৰাষ্ট্ৰৰ সঞ্চিত পুঁজিত মোদীৰ চকু। rbiৰ পৰা উলিয়ালে ৯৯ হাজাৰ ১২২ কোটি টকা।
Read moreপুনৰ অশান্ত ডিমা হাছাও। ৩ খনকৈ ট্ৰাক জ্বলালে দুৰ্বৃত্তই। মঙলবাৰে পুৱতি নিশা সংঘটিত হয় এই ঘটনা।
Read moreগুৱাহাটীৰ ভূতনাথত ওলাইছে লোকেল দাদা। বাইক ভেঁটি মানুহ কোবাই লোকেল দাদাৰূপী ফপৰা গেঙে। ফাপৰে ধৰা ফপৰা গেঙৰ অতপালিত অতিষ্ঠ ভূতনাথবাসী।
Read moreৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ উন্নয়নক হাইজেক চৰকাৰৰ। ন্যায়ালয়ৰ নিষেধাজ্ঞাক উলংঘা কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গাহৰিৰ বৃহৎ ছিণ্ডিকেট।
Read moreঅভয়াখুঁটিৰ ২ কিশোৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড। ৮৫০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কোকৰাঝাৰ আৰক্ষীৰ।
Read moreঅসম লাইভ ২৪ঃ ১১ জুনত কোকৰাঝাৰৰ অভয়াখুটিত ২ জনজাতীয় কিশোৰীৰ মৃতদেহ আমগছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল৷ প্ৰথমে আত্মহত্যা বুলি...
Read moreমহানগৰীত পুনৰ ড্ৰাগছকেন্দ্ৰিক অঘটন। ড্ৰাগছ ল’বলৈ ধন নিদিয়াত ব্যৱসায়ীৰ ডিঙিত ব্লেডৰ ৰেপ।
Read moreঘটনা সাধাৰণ, অসাধাৰণ কৰিলে adc বাইদেৱে। বাইদেউৰ বাতৰিত অহাৰ মন!
Read moreৰাজ্যত উজান উঠিছে এনকাউণ্টাৰ৷ অসম আৰক্ষীৰ ইটোৰ পিছত সিটো এনকাউণ্টাৰে জোকাৰিছে ৰাজ্য৷ শনিবাৰে ৰাতি ৰাজ্যত সংঘটিত হ’ল দুটাকৈ এনকাউণ্টাৰ৷
Read more[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.
Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com
© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.