• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাঙ্কি পক্স ৰোধৰ নতুন নিৰ্দেশনা! বিৰত থাকিব লাগিব যৌন সম্ভোগ আৰু হস্তমৈথুনৰ পৰা!

মাঙ্কি পক্স ৰোধৰ নতুন নিৰ্দেশনা! বিৰত থাকিব লাগিব যৌন সম্ভোগ আৰু হস্তমৈথুনৰ পৰা!

4 years ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

49 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

1 hour ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

3 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

4 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

6 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মাঙ্কি পক্স ৰোধৰ নতুন নিৰ্দেশনা! বিৰত থাকিব লাগিব যৌন সম্ভোগ আৰু হস্তমৈথুনৰ পৰা!

editor by editor
June 18, 2022
in বিবিধ, বিশ্ব, স্বাস্থ্য
0
মাঙ্কি পক্স ৰোধৰ নতুন নিৰ্দেশনা! বিৰত থাকিব লাগিব যৌন সম্ভোগ আৰু হস্তমৈথুনৰ পৰা!
0
SHARES
12.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউৰোপৰ পিছত আমেৰিকাতো মাঙ্কি পক্সৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইয়াৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে ইয়াক ৰোধ কৰিবলৈ ইউৰোপৰ লগতে মাৰ্কিন যুক্তৰাষ্ট্ৰটো কিছু বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে৷

যদিওবা মাঙ্কি পক্স যৌন সংক্ৰামক ৰোগ নহয়, তথাপিও যৌন সম্ভোগৰ অন্তৰংগতাৰ সময়তে ইয়াৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধিও পায় বুলি কোৱা হৈছে। সেয়ে এইবাৰ আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’লে মাঙ্কি পক্সৰ সংক্ৰমণ ৰোধ কৰিবলৈ যৌন স্বাস্থ্যৰ ওপৰত কিছু নিৰ্দেশনা জাৰি কৰিছে।

যৌন স্বাস্থ্য নিৰ্দেশনাত কোৱা হৈছে যে যিসকল লোকৰ মাঙ্কি পক্সত আক্ৰান্ত হৈ আছে বা তেনে কোনো ৰোগীৰ সংস্পৰ্শ বা ওচৰ চাপি আহিছে তেওঁলোকে সাৱধান হ’ব লাগে যাতে হস্তমৈথুন কৰাৰ সময়ত আন লোকে তেওঁৰ পৰা অতি কমেও ৬ ফুট দূৰত্বৰ ভিতৰত নাথাকে। লগতে যৌন সম্ভোগৰ ক্ষেত্ৰৰ পৰাপক্ষত দূৰত থাকিব লাগে৷

লগতে পঢ়ক আকৌ পূৰ্ণ যৌৱনা হৈ উঠিব গুৱাহাটী! অন্য স্থানলৈ স্থানান্তৰণ হ’ব ৰাজ্যৰ ৰাজধানী!

কেৱল এয়াই নহয়, গাইডলাইনত বিশেষজ্ঞসকলে যৌন সম্ভোগৰ লগতে চুমা খোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে। উত্তেজনা বৃদ্ধি কৰা কাপোৰ পৰিধান এৰাই চলাৰ লগতে আলিংগনৰ পৰা বিৰত থাকিবলৈও নিৰ্দেশনা জাৰি কৰা হৈছে।

উল্লেখ্য যে যোৱা ৮ মে’ত ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে ধৰা পৰাৰ পাছৰে পৰা ইউৰোপ আৰু আমেৰিকাৰ বিভিন্ন দেশত এই ভাইৰাছ বিয়পি পৰিছে।

যদিও ই কোনো যৌন সংক্ৰামক ৰোগ নহয়, তথাপিও এই ৰোগৰ প্ৰসাৰৰ ফলত ইউৰোপত এই ৰোগত আক্ৰান্ত লোকসকলৰ অন্তৰংগতা বিশেষকৈ যৌন সম্পৰ্ক স্থাপনৰ ফলতো বহু পৰিমাণে ইয়াৰ প্ৰকোপ বৃদ্ধি পোৱা বুলি কোৱা হৈছে। তাৰ পাছৰে পৰা কেইবাখনো দেশে এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে যৌন সম্পৰ্কৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। এইবাৰ আমেৰিকাৰ নামো এই তালিকাত সংযোজিত হ’ল।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCDShealth tipsmonkeypox
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!
অসম

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

October 5, 2026
Next Post
স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?

স্বাধীনোত্তৰ ভাৰতবৰ্ষত নৰসংহাৰৰ ভয়ংকৰ তথ্য। তেজেৰে ধোৱা সভ্যতাত হৰ্ষোল্লাস কাৰ?

মূৰৰ ওপৰেৰে বিপদৰ ধুমুহা পাৰ হ’ল কিন্তু সলনি নহ’ল কংগনা!

মূৰৰ ওপৰেৰে বিপদৰ ধুমুহা পাৰ হ'ল কিন্তু সলনি নহ’ল কংগনা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.