• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩লাখ টকা হ’ব পাৰে দৰমহা! অষ্টম পে কমিছনত কিমান বাঢ়িব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা?

৩লাখ টকা হ’ব পাৰে দৰমহা! অষ্টম পে কমিছনত কিমান বাঢ়িব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা?

1 year ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

13 minutes ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

30 minutes ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

1 hour ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

2 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

3 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

4 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

4 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

5 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

6 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

6 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

8 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩লাখ টকা হ’ব পাৰে দৰমহা! অষ্টম পে কমিছনত কিমান বাঢ়িব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা?

৩লাখ টকা হ’ব পাৰে দৰমহা! অষ্টম পে কমিছনত কিমান বাঢ়িব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা?

editor by editor
August 11, 2025
in জীৱনশৈলী, নিয়োগ, প্ৰযুক্তি, বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
৩লাখ টকা হ’ব পাৰে দৰমহা! অষ্টম পে কমিছনত কিমান বাঢ়িব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা?
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অষ্টম বেতন কমিছন গঠনত আৰু এঢাপ আগুৱাই গৈছে কেন্দ্ৰৰ মোদী চৰকাৰ৷ এই বিষয়ত স্বৰাষ্ট্ৰ, প্ৰতিৰক্ষা মন্ত্ৰণালয়, কৰ্মী আৰু প্ৰশিক্ষণ দফতৰ আৰু ৰাজ্য চৰকাৰসমূহৰ সৈতে আৰম্ভ হৈছে আলোচনা৷ আনুষ্ঠানিকভাৱে সংশ্লিষ্ট কমিছন তৈয়াৰ হৈ গলে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কি হাৰত সংশোধিত হব অৰ্থ মন্ত্ৰণালয়ে সেই বিষয়েও ৰিপৰ্ট জমা কৰিছে৷ কেন্দ্ৰই তাত অনুমোদন দিলে বৰ্ধিত হাৰত দৰমহা পাব কৰ্মচাৰীসকলে৷

চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা একাধিক বিষয়ৰ ওপৰত ভিত্তি কৰি ঠিক কৰা হয়৷ ইয়াক কোৱা হয় ফিটমেণ্ট ফেক্টৰ৷ মূল দৰমহা কিমান বাঢ়িব সেয়া নিৰ্ভৰ কৰিব এই ফিটমেণ্ট ফেক্টৰৰ ওপৰত৷ সপ্তম দৰমহা কমিছনে ফিটমেণ্ট ফেক্টৰ ২.৫৭ নিৰ্ধাৰণ কৰা হৈছিল৷ আৰ্থিক বিশ্লেষকসকলৰ অনুমান যে অষ্টম পেত সেয়া ১.৯২ৰ পৰা ২.৮৬ৰ মাজত থাকিব পাৰে৷

নিয়ম অনুসৰি সংশোধিত মূল দৰমহা ঠিক কৰিবলৈ বৰ্তমান বেছিক পেৰ সৈতে ফিটমেণ্ট ফেক্টৰক গুণ কৰা হয়৷ এটা উদাহৰণৰ সহায়ত এই বিষয়টো বুজাই দিয়া হৈছে৷ বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী কৰ্মচাৰীৰ নূন্যতম দৰমহা ১৮০০০ টকা ধাৰ্য কৰা আছে৷ অষ্টম দৰমহা কমিছনত ফিটমেণ্ট ফেক্টৰ ২.০ স্থিৰ কৰিলে সংশোধিত মূল দৰমহা বাঢ়ি হব ৩৬০০০ টকা৷

নিয়ম অনুসৰি সংশোধিত মূল দৰমহা ঠিক কৰিবলৈ বৰ্তমান বেছিক পেৰ সৈতে ফিটমেণ্ট ফেক্টৰক গুণ কৰা হয়৷ এক উদাহৰণৰ সহায়ত বিষয়টো বুজি লোৱা জৰুৰী৷ বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ নূন্যতম মূল দৰমহা ১৮০০০ টকা ধাৰ্য কৰা হৈছে৷ অষ্টম দৰমহা কমিছন ফিটমেণ্ট ফেক্টৰ ২.০ স্থিৰ কৰিলে সংশোধিত মূল দৰমহা বাঢ়ি হব ৩৬০০০ টকা৷

মূল দৰমহাৰ ওপৰিও কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে একাধিক ভাট্টা লাভ কৰে৷ সেই তালিকাত আছে ঘৰ ভাড়া, যাতায়াত খৰচ, জাতীয় পেঞ্চন ব্যৱস্থা বা এন পি এছ, আৰু কেন্দ্ৰীয় চৰকাৰী স্বাস্থ্য প্ৰকল্প বা চিজিএইচ এছ টকাও তেওঁলোকক দিয়া হয়৷ ফলত অষ্টম দৰমহা কমিছন জাৰি হলে ঘৰলৈ লৈ যোৱা দৰমহাৰ অংক কিমান বাঢ়িব সেই বিষয়ক লৈ ইতিমধ্যেই আৰম্ভ হৈছে চৰ্চা৷

অষ্টম দৰমহা কমিছনৰ ফিটমেণ্ট ফেক্টৰ ১.৯২ঠিক হলে ১৯০০ গ্ৰেড পেৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতিমাহৰ মূল দৰমহা বাঢ়ি হব ৫৪ হাজাৰ ৫২৮ টকা৷ ইয়াৰ সৈতে এইচ আৰ এ আৰু টি এৰ বাবদ যোগ হব যথাক্ৰমে ১৩ হাজাৰ ৮৬ টকা আৰু ৩৬০০ টকা৷ অৰ্থাৎ সকলো মিলি মুঠ দৰমহা হব ৭১ হাজাৰ ২১৫ টকা৷ ইয়াৰ পৰা এন পি এছ আৰু চিজিএইছ এছৰ বাবদ যাব ৫৪৫৩ টকা আৰু ২৫০ টকা৷ অৰ্থাৎ সংশ্লিষ্ট ব্যক্তিয়ে ঘৰলৈ লৈ যাব পাৰিব ৬৫ হাজাৰ ৫১২ টকা৷

একেধৰণে ফিটমেণ্ট ফেক্টৰ ২.৫৭ হলে ১৯০০ গ্ৰেড পেৰ কৰ্মচাৰীসকলৰ হাতত পোৱা দৰমহাৰ অংক হব ৮৬ হাজাৰ ৫৫৬ টকা৷ আকৌ গ্ৰেড পে ২৪০০ হলে ফিটমেণ্ট ফেক্টৰ ১.৯২ আৰু ২.৫৭ৰ ক্ষেত্ৰত ঘৰলৈ লৈ আহিব পাৰিব পৰা দৰমহাৰ পৰিমাণ বাঢ়ি হব ৮৬ হাজাৰ ৭৪৩ টকা আৰু ১ লাখ ১৪ হাজাৰ ৯৭৫ টকা৷ গ্ৰেড পে ৪৬০০, ৭৬০০ আৰু ৮৯০০ হলে আৰু বাঢ়িব দৰমহাৰ পৰিমাণ৷ অষ্টম দৰমহা কমিছন সৰ্বোচ্চ হবলৈ প্ৰতি মাহৰ দৰমহা প্ৰায় ৩ লাখ টকা পৰ্যন্ত হব পাৰে বুলি ধাৰণা কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

October 10, 2026
Next Post
নিম্ন ৰক্তচাপো বিপজ্জনক, ৰক্তচাপ হঠাৎ কমি গলে কি কি কৰিব?

নিম্ন ৰক্তচাপো বিপজ্জনক, ৰক্তচাপ হঠাৎ কমি গলে কি কি কৰিব?

মঙল আহিব নিজৰ ঘৰলৈ! ধন, সম্পত্তি বাঢ়িব, ভাগ্য সলনি হ’ব কোন কোন ৰাশিৰ জাতকৰ?

মঙল আহিব নিজৰ ঘৰলৈ! ধন, সম্পত্তি বাঢ়িব, ভাগ্য সলনি হ’ব কোন কোন ৰাশিৰ জাতকৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.