• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিম্ন ৰক্তচাপো বিপজ্জনক, ৰক্তচাপ হঠাৎ কমি গলে কি কি কৰিব?

নিম্ন ৰক্তচাপো বিপজ্জনক, ৰক্তচাপ হঠাৎ কমি গলে কি কি কৰিব?

1 year ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

34 minutes ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

3 hours ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

4 hours ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

4 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

5 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

6 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

6 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

6 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

7 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

8 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

8 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিম্ন ৰক্তচাপো বিপজ্জনক, ৰক্তচাপ হঠাৎ কমি গলে কি কি কৰিব?

নিম্ন ৰক্তচাপো বিপজ্জনক, ৰক্তচাপ হঠাৎ কমি গলে কি কি কৰিব?

editor by editor
August 11, 2025
in জীৱনশৈলী, বিবিধ
0
নিম্ন ৰক্তচাপো বিপজ্জনক, ৰক্তচাপ হঠাৎ কমি গলে কি কি কৰিব?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰক্তচাপ বঢ়াটো প্ৰায়সংখ্যক লোকৰেই এতিয়া এক প্ৰধান সমস্যা হৈ পৰিছে৷ হাইপাৰটেনশ্ব্যনৰ বাবেই বহুতেই এতিয়া উচ্চৰক্তচাপৰ সমস্যাত ভুগি আছে৷ কিন্তু উদ্বেগৰ কাৰণ কেৱল উচ্চ ৰক্তচাপেই নহয়৷ ৰক্তচাপ হঠাৎ কমি যোৱাটোও আন এক প্ৰধান সমস্যা হৈ পৰিছে৷ হাইপোটেনশ্ব্যন বা নিম্ন ৰক্তচাপো সমানেই বিপজ্জনক৷ ৰক্তচাপ যদি ১৪০/৯০ mmHgৰ বেছি হয় তেতিয়া বুজিব উচ্চ ৰক্তচাপৰ সমস্যাত ভুগিছে৷ আৰু ৰক্তচাপ যদি ১১০/৬০mmHg ৰ তললৈ নামি যায় তেতিয়া বুজিব যে ল ব্লাড প্ৰেছাৰ৷

উচ্চ ৰক্তচাপৰ লক্ষণ

ব্লাড প্ৰেছাৰ চেক কৰিলে ৰক্তচাপ ঊৰ্ধ্বগামী বা নিম্নগামী সেয়া বুজা যায়৷ কিন্তু অধিকাংশ মানুহে অকাৰণে প্ৰেছাৰ চেক নকৰে৷ শৰীৰত কোনো উপসৰ্গই দেখা নিদিলে কোনোৱেই প্ৰেছাৰ জুখিবলৈ ৰাজিও নহয়৷ মুৰঘূৰোৱা, শ্বাসকষ্ট, বুকু ধৰফৰাই থকা, নাকেৰে তেজ ওলাই অহা এইসমূহ উচ্চ ৰক্তচাপৰ লক্ষণ বুলি সকলোৱে জানে৷ তেনেকৈ ল প্ৰেছাৰৰো কিছু উপসৰ্গ আছে৷

নিম্ন ৰক্তচাপৰ উপসৰ্গ

কিছু কিছু মানুহৰ জন্মগতভাৱে প্রেছাৰ কম হয়৷ বহু সময়ত প্ৰেছাৰ ৯০/৬০ mmHg ৰ তললৈ নামি যায় অথচ শৰীৰত কোনো লক্ষণে দেখা নিদিয়ে৷ তেতিয়াই কিছু ক্ষেত্ৰত ৰক্তচাপ কমি যোৱাৰ ফলত হাৰ্ট, ব্ৰেইন আৰু অন্যান্য অংগত অক্সিজেন আৰু পুষ্টি নাপায়৷ তেতিয়াই ক্লান্তি, মূৰ ঘুৰোৱা, চকুৰে ধুঁৱলি কুঁৱলি দেখা, অনিয়মিত হাৰ্টবিট, বমি বমি ভাৱ আৰু ব্লেকআউটৰ দৰে উপসৰ্গই দেখা দিয়ে৷

নিম্ন ৰক্তচাপৰ পৰা হব পৰা সমস্যা

বহুতৰে ধাৰণা নিম্ন ৰক্তচাপত ভয় নাই৷ কিন্তু প্ৰেছাৰ কমি গলে হাৰ্টৰ সমস্যাই দেখা দিব পাৰে৷ ৰক্তচাপ কমি গলে বুকু ধৰফৰোৱা, হৃদস্পন্দন অনিয়মিত হৈ যোৱাৰ দৰে উপসৰ্গই দেখা দিয়ে৷ বহু ক্ষেত্ৰত ল ব্লাড প্ৰেছাৰো কাৰ্ডিয়াক এৰেষ্টৰ কাৰণ হৈ থিয় দিয়ে৷ যেনেকৈ শেফালি জেৰিৱালাৰ মৃত্যুৰ অন্যতম কাৰণ আছিল ল ব্লাড প্ৰেছাৰ৷ আকৌ তেজত হিমগ্লবিনৰ মাত্ৰা কম থাকিলে ৰক্তাল্পতাত ভূগিলেও প্ৰেছাৰ কমি যাব পাৰে৷ মহিলাসকলৰ ক্ষেত্ৰত পলিছিষ্টিক অভেৰি চিণ্ড্ৰোম থাকিলেও এই সমস্যা হব পাৰে৷

হঠাৎ প্ৰেছাৰ কমি গলে কি কৰিব?

  • ব্লাড প্ৰেছাৰ কমি যোৱাৰ লক্ষণে দেখা দিলে নিমখ চেনী মিহলোৱা পানী খাওক৷ নিমখে শৰীৰত ছডিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু শৰ্কৰাই ক্লান্তি কমায়৷ ORS ৰ পাউডাৰো পানীত মিহলাই খাব পাৰে৷
  • চকুৱে মুখে ঠাণ্ডা পানী ছটিয়াওক৷ ইয়াৰ ফলত স্নায়ু শিথিল হব আৰু শৰীৰে আৰাম পাব৷ ইয়াৰোপৰি পৰ্যাপ্ত বিশ্ৰাম লওক৷
  • হঠাৎ প্ৰেছাৰ কমি গলে ব্লেক কফিও খাব পাৰে৷ কফিত কেফেইন আছে, যিয়ে ৰক্তচাপ লগে লগে বঢ়াই দিয়ে৷
  • যদি নিম্ন ৰক্তচাপৰ সমস্যাত ভোগে তেন্তে ডায়েটত নজৰ দিয়ক৷ খাদ্যত গাখীৰ, কণী, চিকেন, পনীৰৰ দৰে প্ৰটিন সমৃদ্ধ খাদ্য ৰাখক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

September 18, 2026
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ
বিবিধ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

September 18, 2026
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?
ভাৰত

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

September 18, 2026
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
Next Post
মঙল আহিব নিজৰ ঘৰলৈ! ধন, সম্পত্তি বাঢ়িব, ভাগ্য সলনি হ’ব কোন কোন ৰাশিৰ জাতকৰ?

মঙল আহিব নিজৰ ঘৰলৈ! ধন, সম্পত্তি বাঢ়িব, ভাগ্য সলনি হ’ব কোন কোন ৰাশিৰ জাতকৰ?

খেল দেখুৱাব বৃহস্পতিয়ে! বৃহস্পতিৰ কৃপাত কোন কোন ৰাশিৰ লাভৰ যোগ আছে? কি কৈছে জ্যোতিষশাস্ত্রই?

খেল দেখুৱাব বৃহস্পতিয়ে! বৃহস্পতিৰ কৃপাত কোন কোন ৰাশিৰ লাভৰ যোগ আছে? কি কৈছে জ্যোতিষশাস্ত্রই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.