• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

2 months ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

3 minutes ago
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

27 minutes ago
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

59 minutes ago
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

1 hour ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

2 hours ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

4 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

5 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

7 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

7 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

8 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিবলৈ কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

editor by editor
January 30, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ
0
SHARES
399
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

RTI বা তথ্য জনাৰ অধিকাৰ আইনক নতুনকৈ সংশোধন কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ৷ বৃহস্পতিবাৰে লোকসভাত উত্থাপন হোৱা অৰ্থনৈতিক সমীক্ষা ৰিপৰ্টে এই ইংগিতেই দিছে৷ তাত কোৱা গৈছে গোপন ৰিপৰ্ট, খচৰা পৰ্যবেক্ষণ কিংবা কেন্দ্ৰীয় চৰকাৰৰ গোপন আলোচনা জনসমক্ষে প্ৰকাশ নকৰাৰ প্ৰস্তাৱ দিয়া হৈছে৷ কাৰণ ইয়াৰ ফলত প্ৰশাসনিক সিদ্ধান্তত বাধা তৈয়াৰ হৈছে৷

২০০৫ চনত UPA চৰকাৰ চলি ধৰাৰ সময়ত তৈয়াৰ হৈছিল তথ্য জনাৰ অধিকাৰ আইন৷ প্ৰশাসনিক কামত স্বচ্ছতা আৰু নাগৰিক অংশগ্ৰহণ নিশ্চিত কৰাই আছিল ইয়াৰ মূল উদ্দেশ্য৷ কিন্তু দাবী যে এই আইন ক্ৰমশ সাধাৰণ কৌতূহল নিবাৰণৰ অস্ত্ৰ হৈ পৰিছে৷ চৰকাৰী কামক প্ৰভাৱিত কৰাৰ বাবে এই আইনক ব্যৱহাৰ কৰিব নোৱাৰিব বুলি স্পষ্টকৈ জনাইছে কেন্দ্ৰীয় চৰকাৰে৷ কিছু নথিপত্ৰক তথ্যৰ অধিকাৰ আইনৰ আওঁতাৰ বাহিৰত ৰখাৰো প্ৰস্তাৱ দিছে কেন্দ্ৰই৷

অৰ্থনৈতিক সমীক্ষা ৰিপৰ্টত দাবী কৰা হৈছে যে প্ৰায় সমস্ত খচৰা বা আলোচনাৰ তথ্য প্ৰকাশ্যে অনাৰ কাৰণে চৰকাৰী অধিকাৰীসকলে মুকলিকৈ মত প্ৰকাশ কৰিবলৈ ভয় খাইছে৷ সেয়ে এই পুনৰ্বিবেচনাৰ প্ৰয়োজন আছে বুলি সমীক্ষাৰ ৰিপৰ্টত প্ৰস্তাৱ দিয়া হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰৰ পৰা জনা গৈছে যে তথ্যৰ অধিকাৰ আইন নতুনকৈ তৈয়াৰ হলে কেৱল মাত্ৰ চূড়ান্ত সিদ্ধান্তই RTI ৰ পৰা জানিব পাৰিব৷ বাকী সকলো গোপনে থাকিব৷

কেৱল ভাৰততেই নহয় ১৯৬৬ চনত আমেৰিকা আৰু ২০০০ চনত ব্ৰিটেইনতো তথ্যৰ অধিকাৰ আইন প্ৰণয়ন হৈছিল৷ কিন্তু পাছলৈ এই আইন অনাৰ বাবে আফচোচ কৰিছিল প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰে৷ তেওঁ প্ৰকাশ্যে কৈছিল, ‘গুৰুত্বপূৰ্ণ বিষয়সমূহ গোপনে ৰাখিব নোৱাৰিলে আপুনি চৰকাৰ চলাব নোৱাৰিব৷’

২০১২-২০১৩ চনত বহুতেই একেই সুৰত তথ্যৰ অধিকাৰ আইন পুনৰ্বিবেচনাৰ দাবী তুলিছিল হাউছ অফ কমন্স জাষ্টিছ কমিটিয়ে৷ লোকসভাত পেছ কৰা অৰ্থনৈতিক সমীক্ষা ৰিপৰ্টত সেই প্ৰসংগ টানি কোৱা হৈছে, ‘সিদ্ধান্ত লোৱাৰ পূৰ্বে কিছু বিষয় গোপনে ৰাখিব পাৰিলেহে প্ৰকৃত অৰ্থত স্বচ্ছতা বৰ্তি থাকিব৷’

ইতিমধ্যেই এই বিষয়ক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে বিৰোধীয়ে৷ বিৰোধীৰ দাবী, তথ্যৰ অধিকাৰ আইনক লঘু কৰি দিয়াৰ চেষ্টা চলিছে৷ এই আইনৰ মূল লক্ষ্য স্বচ্ছতা, ইয়াৰ সৈতে আপোচ কৰা আৰম্ভ হৈছে৷ নতুন নিয়মত স্বচ্ছতা বৰ্তি থাকিবনে সেই বিষয়তো প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে৷ কংগ্ৰেছ নেতা কে চি বেনুগোপানে পোনপটীয়াকৈ কৈছে, ‘RTI আইন উঠাই লোৱাই উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰৰ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

April 6, 2026
এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

এমাহত ১৯ বাৰ স্থান সলনি কৰিব চন্দ্রই, আত্মবিশ্বাস তুংগত থাকিব, ধনলাভৰ সুযোগ পাব এই ৫ৰাশিয়ে

April 6, 2026
বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে
জীৱনশৈলী

বুধ-শনিৰ যোগত সলনি হ’ব ভাগ্যৰ চকা, কৰ্মক্ষেত্ৰত সাফল্য লাভ কৰিব ৪ৰাশিৰ জাতকে

April 6, 2026
বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট
জীৱনশৈলী

বিবাহিত মহিলাই নিজ ইচ্ছাৰে অন্য পুৰুষৰ সৈতে থাকিব পাৰিবঃ মধ্যপ্ৰদেশ হাইকৰ্ট

April 6, 2026
Next Post
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.