• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কপাল ফুলিল চৰকাৰীৰ কৰ্মচাৰীৰ! দৰমহা বৃদ্ধি খাটাং! কিমান বৃদ্ধি পাব দৰমহা?

কপাল ফুলিল চৰকাৰীৰ কৰ্মচাৰীৰ! দৰমহা বৃদ্ধি খাটাং! কিমান বৃদ্ধি পাব দৰমহা?

4 years ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

10 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

10 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

10 hours ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

11 hours ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

11 hours ago
কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

কেতিয়া আহিব PM Kisan যোজনাৰ ধন? দেশৰ কোটি কোটি কৃষকৰ বাবে আছে ভাল খবৰ

12 hours ago
SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

SBI ৰ যাদুকৰী FD আঁচনি! দেশৰ সৰ্ববৃহৎ বেংকে দিছে বাম্পাৰ সুযোগ

13 hours ago
২৫ মে’ত ভাগ্যৰ দুৱাৰ খুলিব ৪ ৰাশিৰ, হ’ব টকাৰ বৰষুণ!

নৱেম্বৰৰ পূৰ্বেই ভাল খবৰ পাব ৩ ৰাশিৰ জাতকে! কেৰিয়াৰ, ধন-সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত আহিব পাৰে সুখবৰ

14 hours ago
‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

‘জুবিন গাৰ্গ জনতাৰ কণ্ঠ’ জুবিনৰ ন্যায়ৰ দাবীত অব্যাহত প্ৰতিবাদক সমৰ্থন গৰিমাৰ

15 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

আজি সোণ ক্ৰয় কৰিলে হ’ব লাভজনক? গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য জানক

15 hours ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

16 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কপাল ফুলিল চৰকাৰীৰ কৰ্মচাৰীৰ! দৰমহা বৃদ্ধি খাটাং! কিমান বৃদ্ধি পাব দৰমহা?

editor by editor
June 30, 2022
in ভাৰত
0
কপাল ফুলিল চৰকাৰীৰ কৰ্মচাৰীৰ! দৰমহা বৃদ্ধি খাটাং! কিমান বৃদ্ধি পাব দৰমহা?
0
SHARES
36k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত চৰকাৰী কৰ্মচাৰীৰ অপেক্ষাৰ অন্ত পৰিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা ৪০ হাজাৰ টকালৈ বৃদ্ধি হ’ব! আজি স্পষ্ট হ’ব যে কৰ্মচাৰী সকলৰ ডি এ বৃদ্ধি কিমান হ’ব? আচলতে চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিয়াৰনেছ ভাট্টা বৃদ্ধি কৰিবলৈ গৈ আছে। এতিয়ালৈকে AICPI ৰ তথ্য অনুসৰি ৫% DA বৃদ্ধিৰ কৰাতো প্ৰায় নিশ্চিত হৈছে। চৰকাৰে কৰ্মচাৰী ভাট্টা হয়তো (ডি এ) ৬ শতাংশ বৃদ্ধিও কৰা হ’ব পাৰে।

ডিয়াৰনেছ ভাট্টা কিমান বৃদ্ধি হ’ব?

আচলতে ডি এ বৃদ্ধি এআইচিপিআইৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰে। ২০২২ চনৰ মাৰ্চ আৰু এপ্ৰিল মাহত এআইচিপিআই সূচকাংকৰ উত্থান ঘটিছিল, যাৰ বাবে ডিয়াৰনেছ ভাট্টা (ডিএ) ৫% বৃদ্ধি কৰাটো স্পষ্ট হৈ পৰিছে। অৰ্থাৎ এতিয়া কৰ্মচাৰীসকলৰ ডি এ ৩৪ শতাংশৰ পৰা ৩৯ শতাংশলৈ বৃদ্ধি পাব। কিন্তু আজি মে’ মাহৰ পৰিসংখ্যা অহাৰ পিছত কৰ্মচাৰীসকলৰ ডি এ ৬% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

AICPI Index ত কি কোৱা হৈছে?

চলিত বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ বাবে এআইচিপিআইৰ সূচকাংক হ্ৰাস পাইছিল যদিও তাৰ পিছত এআইচিপিআইৰ পৰিসংখ্যা বৃদ্ধি পাইছে। জানুৱাৰী মাহত ১২৫.১, ফেব্ৰুৱাৰী মাহত ১২৫ আৰু মাৰ্চ মাহত এক পইণ্ট বৃদ্ধি পাই ১২৬ হয়। এতিয়া এপ্ৰিল মাহৰ পৰিসংখ্যাও ওলাইছে। এপ্ৰিল মাহৰ তথ্য অনুসৰি এআইচিপিআই সূচকাংক ১২৭.৭ লৈ বৃ্দ্ধি পাইছে। অৰ্থাৎ পূৰ্বৰ মাহতকৈ ১.৩৫ শতাংশ বৃদ্ধি হৈছে৷ যদি মে’ মাহতো এই সংখ্যা বৃদ্ধি পায়, তেন্তে ডি এ ৬% বৃদ্ধি হ’ব পাৰে।

 

লগতে পঢ়ক বিদ্ৰোহী একনাথ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী, সন্ধিয়ালৈ গ্ৰহণ কৰিব শপত!

কিমান বৃদ্ধি হ’ব দৰমহা?

যদি চৰকাৰে DA ৬% বৃদ্ধি কৰে তেন্তে কেন্দ্ৰীয় কৰ্মচাৰীৰ DA ৩৪%ৰ পৰা ৪০%লৈ বৃদ্ধি পাব। সৰ্বোচ্চ আৰু ন্যূনতম বেছিক দৰমহা কিমান বৃদ্ধি হ’ব চাওঁ আহক।

সৰ্বোচ্চ বেছিক দৰমহাৰ গণনা

১. কৰ্মচাৰীৰ মূল দৰমহা ৫৬,৯০০ টকা৷

২. নতুন ডিয়াৰনেছ ভাট্টা (৪০%) ২২,৭৬০ টকা/মাহ৷

৩. বৰ্তমানলৈকে ডিয়াৰনেছ ভাট্টা (৩৪%) ১৯,৩৪৬ টকা/মাহ৷

৪. ২২,৭৬০-১৯,৩৪৬ টকা, ডিয়াৰনেছ ভাট্টা বৃদ্ধি হ’ল = ৩,৪১৪ টকা/মাহ৷

৫. বাৰ্ষিক দৰমহা বৃদ্ধি ৩,৪১৪ X১২ = ৪০,৯৬৮ টকা৷

 

লগতে পঢ়ক উর্ফি জাভেদৰ আটাইতকৈ ব’ল্ড অৱতাৰ! চাওক সাহসী উৰ্ফিৰ শেহতীয়া পোছাক

ন্যূনতম বেছিক দৰমহাৰ গণনা

১. কৰ্মচাৰীৰ মূল দৰমহা ১৮,০০০ টকা৷

২. নতুন ডিয়াৰনেছ ভাট্টা (৪০%) ৭,২০০ টকা/মাহ৷

৩. এতিয়ালৈকে ডিয়াৰনেছ ভাট্টা (৩৪%) ৬১২০ টকা/মাহ৷

৪. ডিয়াৰনেছ ভাট্টা বৃদ্ধি হ’লে ৭২০০-৬১২০ = ১০৮০ টকা/মাহ৷

৫. বাৰ্ষিক দৰমহা বৃদ্ধি ১০৮০ X১২ = ১২,৯৬০ টকা৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCentral Govt Employee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম
বিনোদন

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

October 18, 2026
Next Post
‘মোৰ স্বামীক ভাড়ালৈ নিয়ক’, ধন উপাৰ্জনৰ অভিনৱ কৌশল বিবাহিতা মহিলাৰ!

‘মোৰ স্বামীক ভাড়ালৈ নিয়ক’, ধন উপাৰ্জনৰ অভিনৱ কৌশল বিবাহিতা মহিলাৰ!

PAN-Aadhaar link কৰা নাই নেকি? ভৰিব লাগিব দুগুণ জৰিমনা, কিমান হ’ব জৰিমনা?

PAN-Aadhaar link কৰা নাই নেকি? ভৰিব লাগিব দুগুণ জৰিমনা, কিমান হ’ব জৰিমনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.