• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অকলশৰীয়া নহয় কানহাইয়াৰ পৰিয়াল! মাত্ৰ ২৪ ঘণ্টাত ১.৩৭ কোটি টকা সংগ্ৰহ

অকলশৰীয়া নহয় কানহাইয়াৰ পৰিয়াল! মাত্ৰ ২৪ ঘণ্টাত ১.৩৭ কোটি টকা সংগ্ৰহ

4 years ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

24 minutes ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

4 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

4 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

4 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

5 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

5 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

5 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

6 hours ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

8 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

9 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

11 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অকলশৰীয়া নহয় কানহাইয়াৰ পৰিয়াল! মাত্ৰ ২৪ ঘণ্টাত ১.৩৭ কোটি টকা সংগ্ৰহ

editor by editor
June 30, 2022
in ভাৰত
0
অকলশৰীয়া নহয় কানহাইয়াৰ পৰিয়াল! মাত্ৰ ২৪ ঘণ্টাত ১.৩৭ কোটি টকা সংগ্ৰহ
0
SHARES
25.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উদয়পুৰত সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত মৌলবাদীৰ হাতত মৃত্যু হোৱা কানহাইয়া লালৰ পৰিয়ালটোৰ প্ৰতি কেৱল ৰাজস্থানৰ জনসাধাৰণেই নহয়, সমগ্ৰ দেশৰ জনসাধাৰণে সহানুভূতি প্ৰদৰ্শন কৰিছে।

চিলাই কামেৰে পৰিয়াল চলোৱা কানহাইয়াই পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ উৎস আছিল। তেওঁৰ মৃত্যুৰ ফলত পৰিয়ালটোৰ প্ৰতি সৃষ্টি হোৱা প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ মানুহে উদাৰতাৰে আৰ্থিক সহায় আগবঢ়াইছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতা কপিল মিশ্ৰই ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে কানহাইয়াৰ পৰিয়ালৰ বাবে ১.৩৭ কোটি টকা সংগ্ৰহ কৰিছে। মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে কানহাইয়াৰ পৰিয়ালটোৰ বাবে মানুহে এক কোটিতকৈ অধিক টকা আগবঢ়াই সহায় কৰিছে।

কপিল মিশ্ৰই আৰম্ভ কৰা অভিযানত ১২ হাজাৰৰো অধিক লোকে সামৰ্থ অনুযায়ী আৰ্থিক সহায় কৰিছে। ৩০ দিনত কানহাইয়াৰ পৰিয়ালৰ বাবে এক কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। কানহাইয়াক বচাবলৈ চেষ্টা কৰি আহত হোৱা ইশ্বৰ সিঙক ২৫ লাখ টকা দিয়াৰ সিদ্ধান্ত লোৱা হয়। কিন্তু মাত্ৰ ২৪ ঘণ্টাত আহিল ১.৩৭ কোটি টকা। কেৱল চলচ্চিত্ৰ নিৰ্মাতা মনীষ মুন্দ্ৰাই দিছে ১১ লাখ টকা। কপিল মিশ্ৰৰ মতে, দেশৰ লগতে বিশ্বৰ বিভিন্ন কোণৰ পৰা সহায় আগবঢ়াইছে।

লগতে পঢ়ক উর্ফি জাভেদৰ আটাইতকৈ ব’ল্ড অৱতাৰ! চাওক সাহসী উৰ্ফিৰ শেহতীয়া পোছাক

এই অভিযান আৰম্ভ কৰি কপিল মিশ্ৰই টুইটাৰত লিখিছে, ‘‘উদয়পুৰত কানহাইয়া লালজীক হত্যা কৰা হৈছে। সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে এজন দুখীয়া হিন্দুক। কানহাইয়া লালজীৰ পৰিয়ালৰ দায়িত্ব এতিয়া আমাৰ। তেওঁৰ পত্নী, সন্তান এতিয়া অকলশৰীয়া আৰু আৰ্থিকভাৱে দুৰ্বল।’’

ইফালে বৃহস্পতিবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কানহাইলালৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক ৫১ লাখ টকাৰ এখন চেক প্ৰদান কৰে। কানহাইয়াৰ দুয়োজন পুত্ৰক চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতিও দিছে।

উল্লেখযোগ্য যে ২৮ জুনত মহম্মদ ৰিয়াজ আৰু ঘাউছ মহম্মদ নামৰ দুজন অভিযুক্তই দোকানখনত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰি কানহাইয়ালালক হত্যা কৰিছিল। নুপুৰ শৰ্মাৰ সমৰ্থনত কৰা এটা পোষ্টৰ বাবেই হত্যা কৰা হৈছিল।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamUdaypur murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন
ভাৰত

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

August 24, 2026
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা
ভাৰত

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

August 24, 2026
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ
ভাৰত

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

August 24, 2026
পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য
জীৱনশৈলী

পাপ হ’ব খণ্ডন, যদি এবাৰ স্নান কৰে এই স্থানত! জানক ৰহস্য

August 22, 2026
Next Post
কপাল ফুলিল চৰকাৰীৰ কৰ্মচাৰীৰ! দৰমহা বৃদ্ধি খাটাং! কিমান বৃদ্ধি পাব দৰমহা?

কপাল ফুলিল চৰকাৰীৰ কৰ্মচাৰীৰ! দৰমহা বৃদ্ধি খাটাং! কিমান বৃদ্ধি পাব দৰমহা?

‘মোৰ স্বামীক ভাড়ালৈ নিয়ক’, ধন উপাৰ্জনৰ অভিনৱ কৌশল বিবাহিতা মহিলাৰ!

‘মোৰ স্বামীক ভাড়ালৈ নিয়ক’, ধন উপাৰ্জনৰ অভিনৱ কৌশল বিবাহিতা মহিলাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.