• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মোৰ স্বামীক ভাড়ালৈ নিয়ক’, ধন উপাৰ্জনৰ অভিনৱ কৌশল বিবাহিতা মহিলাৰ!

‘মোৰ স্বামীক ভাড়ালৈ নিয়ক’, ধন উপাৰ্জনৰ অভিনৱ কৌশল বিবাহিতা মহিলাৰ!

4 years ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

18 minutes ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

59 minutes ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

3 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

4 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

4 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

17 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

18 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

18 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

18 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

20 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

20 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘মোৰ স্বামীক ভাড়ালৈ নিয়ক’, ধন উপাৰ্জনৰ অভিনৱ কৌশল বিবাহিতা মহিলাৰ!

editor by editor
June 30, 2022
in বিবিধ, বিশ্ব
0
‘মোৰ স্বামীক ভাড়ালৈ নিয়ক’, ধন উপাৰ্জনৰ অভিনৱ কৌশল বিবাহিতা মহিলাৰ!
0
SHARES
32.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী বিবাহিত মহিলাই ধন ঘটিবলৈ গ্ৰহণ কৰিছে এক অভিনৱ পন্থা৷ সংবাদ মাধ্যমত মহিলাগৰাকীয়ে গ্ৰহণ কৰা পন্থাই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে৷

প্ৰকাশিত খবৰ অনুসৰি এগৰাকী মহিলাই ধন উপাৰ্জনৰ বাবে নিজৰ স্বামীক ভাড়ালৈ দিবলৈ এটি বিজ্ঞাপন প্ৰকাশ কৰিছে৷

সংবাদ পত্ৰ দ্য মিৰ’ৰত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি যুক্তৰাষ্ট্ৰৰ এই মহিলাগৰাকীৰ নাম ল’ৰা। অতিৰিক্ত ধন উপাৰ্জনৰ বাবে ল’ৰাই স্বামীক ভাড়াত দিয়াৰ সিদ্ধান্ত লৈছে। মহিলাগৰাকীয়ে নিজৰ স্বামীক ভূয়সী প্ৰশংসাৰেৰে বিজ্ঞাপনটো প্ৰকাশ কৰিছে।

লগতে পঢ়ক অকলশৰীয়া নহয় কানহাইয়াৰ পৰিয়াল! মাত্ৰ ২৪ ঘণ্টাত ১.৩৭ কোটি টকা সংগ্ৰহ

ল’ৰাৰ মতে, তেওঁৰ স্বামীৰ বয়স ৪১ বছৰ আৰু তেওঁ এজন অতি পাৰ্গত মানুহ। স্বামীয়ে তাইৰ পুৰণি ঘৰখন বৰ ভালকৈ সজাইছে। তেওঁ ঘৰৰ ডিজাইনত এনে কিছু পৰিৱৰ্তন কৰিছে, যিটো সকলোৱে শলাগ লয়।

বিজ্ঞাপনটোত উল্লেখ কৰা মতে, মহিলাগৰাকীৰ স্বামীয়ে পেইন্টিং, সজোৱা, টাইলছ লগোৱা আৰু কাৰ্পেট ৰখাৰ কাম লয়। মহিলাগৰাকীৰ স্বামীয়েও এখন ডাইনিং টেবুলও বনাইছে, যিখনক তেওঁ ভূয়সী প্ৰশংসা কৰিছে।

লগতে পঢ়ক বিদ্ৰোহী একনাথ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী, সন্ধিয়ালৈ গ্ৰহণ কৰিব শপত!

ল’ৰাই কৈছে যে তেওঁৰ স্বামীয়ে ঘৰৰ কামৰ পৰা আৰম্ভ কৰি বাগিচাৰ কামলৈকে সকলো কৰিব জানে। ‘মই ভাবো তেওঁৰ এই দক্ষতাৰে আমাৰ পৰিয়ালে অধিক টকা উপাৰ্জন কৰিব পাৰিব।’ ল’ৰাই কয়৷

মন কৰিবলগীয়া যে ল’ৰাই ফেচবুক আৰু নেক্সটড’ৰ এপত স্বামীক ভাড়ালৈ দিবলৈ বিজ্ঞাপন দিছে। মহিলাগৰাকীয়ে জনোৱা মতে, তেওঁৰ এই পদক্ষেপক বহু সংখ্যক লোকে শলাগ লৈছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHusband On Rent
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী
বিনোদন

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

July 5, 2026
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

July 5, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

July 5, 2026
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
Next Post
PAN-Aadhaar link কৰা নাই নেকি? ভৰিব লাগিব দুগুণ জৰিমনা, কিমান হ’ব জৰিমনা?

PAN-Aadhaar link কৰা নাই নেকি? ভৰিব লাগিব দুগুণ জৰিমনা, কিমান হ’ব জৰিমনা?

জনতাৰ কঁকালত পৰিব নেকি মাধমাৰ? পেট্ৰল, ডিজেলৰ এটিএফ কৰ বৃদ্ধি চৰকাৰৰ

জনতাৰ কঁকালত পৰিব নেকি মাধমাৰ? পেট্ৰল, ডিজেলৰ এটিএফ কৰ বৃদ্ধি চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.