• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনতাৰ কঁকালত পৰিব নেকি মাধমাৰ? পেট্ৰল, ডিজেলৰ এটিএফ কৰ বৃদ্ধি চৰকাৰৰ

জনতাৰ কঁকালত পৰিব নেকি মাধমাৰ? পেট্ৰল, ডিজেলৰ এটিএফ কৰ বৃদ্ধি চৰকাৰৰ

4 years ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

1 hour ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

2 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

4 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

4 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

5 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

20 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

20 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

20 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

21 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

22 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

22 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

জনতাৰ কঁকালত পৰিব নেকি মাধমাৰ? পেট্ৰল, ডিজেলৰ এটিএফ কৰ বৃদ্ধি চৰকাৰৰ

editor by editor
July 1, 2022
in অসম, বিশ্ব, ভাৰত
0
জনতাৰ কঁকালত পৰিব নেকি মাধমাৰ? পেট্ৰল, ডিজেলৰ এটিএফ কৰ বৃদ্ধি চৰকাৰৰ
0
SHARES
401
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰৰ মোদী চৰকাৰে পেট্ৰ’ল-ডিজেল আৰু এটিএফ(Aviation Turbine Fuel)ৰ ৰপ্তানিৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। চৰকাৰে পেট্ৰ’ল আৰু এটিএফৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ৬ টকা বৃদ্ধি কৰিছে।

একে সময়তে ডিজেলৰ ওপৰত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১৩ টকা বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও চৰকাৰে ঘৰুৱা খাৰুৱা তেলৰ ওপৰত প্ৰতি টনত ২৩,২৩০ টকা কৰ আৰোপ কৰাৰ কথাও ঘোষণা কৰিছে।

এক সুকীয়া চৰকাৰী অধিসূচনাত কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় তেলৰ মূল্যবৃদ্ধিৰ বাবে উৎপাদকসকলক অপ্ৰত্যাশিত লাভৰ অৰ্জন কৰি অহাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰুৱাভাৱে উৎপাদিত খাৰুৱা তেলৰ ওপৰত চৰকাৰে প্ৰতি টনত ২৩,২৩০ টকা অতিৰিক্ত কৰ আৰোপ কৰা হৈছে।

লগতে পঢ়ক ‘মোৰ স্বামীক ভাড়ালৈ নিয়ক’, ধন উপাৰ্জনৰ অভিনৱ কৌশল বিবাহিতা মহিলাৰ!

ইয়াৰ লগতে কোৱা হৈছে যে  ইউৰোপ আৰু আমেৰিকাৰ দৰে বজাৰলৈ ইন্ধন ৰপ্তানি কৰি লাভ আহৰণ কৰা তেল শোধনাগাৰ বিশেষকৈ ব্যক্তিগত খণ্ডৰ শোধনাগাৰৰ ওপৰত ৰপ্তানিৰ ওপৰত কৰ লোৱা হৈছে। আনহাতে, আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ উচ্চ মূল্যৰ ফলত অপ্ৰত্যাক্ষিত লাভ আহৰণ কৰি স্থানীয় উৎপাদকসকলৰ ওপৰতো খাৰুৱা তেলৰ ঘৰুৱা উৎপাদন কৰ আৰোপ কৰা হৈছে।

ডাঙৰ আঘাত মুকেশ আম্বানীক

ৰপ্তানি শুল্ক বৃদ্ধিৰ ঘোষণাৰ পিছতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড (আৰ আই এল), অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেশ্যনৰ শ্বেয়াৰ তীব্ৰভাৱে হ্ৰাস পাইছে। আৰআইএলৰ শ্বেয়াৰ ৫%ৰ ওপৰত হ্ৰাস পাইছে, যিটো প্ৰায় ১৮ মাহৰ ভিতৰত ইয়াৰ সৰ্বাধিক হ্ৰাস। আৰম্ভণিতে ৰিলায়েন্সৰ শ্বেয়াৰ ৯% পৰ্যন্ত হ্ৰাস হৈছিল।

উল্লেখ্য যে মুকেশ আম্বানী নেতৃত্বাধীন আৰআইএলৰ জামনগৰ শোধনাগাৰৰ পৰা শোধিত ইন্ধন সমগ্ৰ বিশ্বৰ বহু দেশলৈ ৰপ্তানি কৰা হয়। ৰিলায়েন্সৰ ৰাজহৰ প্ৰায় ৬০% তেল শোধন আৰু পেট্ৰ’কেমিকেলৰ পৰা আহে। একে সময়তে অ’এনজিচিৰ শ্বেয়াৰ ১০% হ্ৰাস পালে। ONGC ভাৰতৰ সৰ্ববৃহৎ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ কোম্পানী। ই ভাৰতীয় ঘৰুৱা উৎপাদনৰ প্ৰায় ৭১% অৰিহণা যোগায়।

লগতে পঢ়ক কপাল ফুলিল চৰকাৰীৰ কৰ্মচাৰীৰ! দৰমহা বৃদ্ধি খাটাং! কিমান বৃদ্ধি পাব দৰমহা?

পেট্ৰ’ল ডিজেল ব্যয়বহুল হ’বনে?

চৰকাৰৰ এই সিদ্ধান্তই ঘৰুৱা পেট্ৰ’ল-ডিজেলৰ হাৰত প্ৰভাৱ নেপেলাই বুলি কোৱা হৈছে। চৰকাৰৰ মতে, এই সিদ্ধান্তৰ ফলত দেশত ইন্ধনৰ মূল্যত কোনো প্ৰভাৱ নপৰে। চৰকাৰে মূল্য কৰ্তনৰ কথা ঘোষণা কৰাৰ পৰা অৰ্থাৎ যোৱা মে’ মাহৰ পৰা ঘৰুৱা পেট্ৰ’ল-ডিজেলৰ দাম সুস্থিৰ হৈ পৰিছে বুলিও কোৱা হৈছে।

২০২২ চনৰ ২১ মে’ত পেট্ৰ’লৰ ওপৰত প্ৰতি লিটাৰত আবকাৰী শুল্ক ৮ টকা আৰু ডিজেলত প্ৰতি লিটাৰত ৬ টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ পিছতে ইন্ধনৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।

চৰকাৰে আজি ৰপ্তানিৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে পিছতো ঘৰুৱা ইন্ধনৰ মূল্য কম হৈ থকাৰ সম্ভাৱনা আছে। কাৰণ এই ঘোষণাৰ ফলত পেট্ৰ’ল-ডিজেলৰ ঘৰুৱা মূল্যত কোনো প্ৰভাৱ নপৰে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam artistassam live 24Aviation Turbine Fuelaxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamTax on ATF
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

September 8, 2026
Next Post
১ জুলাইত জনতাৰ বাবে ভাল খবৰ! হ্ৰাস হ’ল ৰন্ধন গেছৰ মূল্য

১ জুলাইত জনতাৰ বাবে ভাল খবৰ! হ্ৰাস হ’ল ৰন্ধন গেছৰ মূল্য

কলাত প্ৰথম স্থানপ্ৰাপ্ত সাধনা দেৱীৰ বহী পৰীক্ষণত অনিয়ম! তিনি শিক্ষয়িত্ৰীৰ বিৰুদ্ধে তদন্ত আৰম্ভ!

কলাত প্ৰথম স্থানপ্ৰাপ্ত সাধনা দেৱীৰ বহী পৰীক্ষণত অনিয়ম! তিনি শিক্ষয়িত্ৰীৰ বিৰুদ্ধে তদন্ত আৰম্ভ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.