• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উর্ফি জাভেদৰ আটাইতকৈ ব’ল্ড অৱতাৰ! চাওক সাহসী উৰ্ফিৰ শেহতীয়া পোছাক

উর্ফি জাভেদৰ আটাইতকৈ ব’ল্ড অৱতাৰ! চাওক সাহসী উৰ্ফিৰ শেহতীয়া পোছাক

4 years ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

15 minutes ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

1 hour ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

2 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

2 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

3 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

3 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

4 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

5 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

5 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

6 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

উর্ফি জাভেদৰ আটাইতকৈ ব’ল্ড অৱতাৰ! চাওক সাহসী উৰ্ফিৰ শেহতীয়া পোছাক

editor by editor
June 30, 2022
in ফেশ্বন, বিনোদন
0
উর্ফি জাভেদৰ আটাইতকৈ ব’ল্ড অৱতাৰ! চাওক সাহসী উৰ্ফিৰ শেহতীয়া পোছাক
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উৰ্ফি জাভেদে সদায় তেওঁৰ সাজ-পোছাকৰ বাবে সামাজিক মাধ্যমত ট্ৰ’লৰ সন্মুখীন হৈ আহিছে। উৰ্ফিয়ে সদায় সাহসিকতাৰ পৰিচয় দি এনে অনন্য সাজ-পোছাক পিন্ধে, যাৰ বাবে তেওঁক সামাজিক মাধ্যমত প্ৰায়ে ট্ৰ’ল কৰা হয়। কিন্তু অতি সাহসী উৰ্ফিয়ে এই ট্ৰ’লক অকণো ভ্ৰূক্ষেপেই নকৰে৷

তেওঁ সদায় নিজৰ ঢঙতেই নতুন নতুন ডিজাইনৰ সাজ-পোছাক পৰিধান কৰে। মাজতে উৰ্ফীয়ে বস্তা, তাৰকা, ফ’টো, মিঠাই আদিৰ ডিজাইনেৰে প্ৰস্তুত কৰা সাজ-পোছাক পিন্ধি চৰ্চা লাভ কৰিছিল। শেহতীয়াকৈ উৰ্ফীক পুনৰ এক নতুন ৰূপত মুম্বাইত দেখা পোৱা গ’ল যিটো তেওঁৰ এতিয়ালৈকে দেখা এটা অন্যতম ব’ল্ড লোকছ৷

এই সময়ত উৰ্ফীয়ে পিন্ধিছিল অতি চুটি স্কাৰ্ট আৰু তাতোকৈ সৰু টপ। দুয়োটা বাদামী ৰঙৰ আছিল। উৰ্ফীয়ে স্কাৰ্টৰ লগতে টপতো বেল্ট পিন্ধিছে। ভিডিঅ’টো চোৱাৰ পিছত আকৌ এবাৰ উৰ্ফিৰ সাজ-পোছাক ট্ৰ’লিং কৰিছে নেটিজেনসকলে। আনহাতে, উৰ্ফীৰ অনুৰাগীসকলে তেওঁৰ নতুন ষ্টাইলক পুনৰ প্ৰশংসা কৰিছে।

লগতে পঢ়ক ‘পুটিন এগৰাকী নাৰী হোৱা হ’লে এই যুদ্ধ নহ’লহেঁতেন!’ কোন ৰাষ্ট্ৰনেতাই পুটিনক কৰিলে ঠাট্টা?

উৰ্ফিৰ আন এটা বেলেগ ষ্টাইলৰ এই ভিডিঅ’টোত দেখুওৱা হৈছিল। হিলছত সৰু বেগ এটাত লিপষ্টিক ৰাখিছে উৰ্ফীয়ে। তাই গাড়ীৰ পৰা নামি তাৰ পিছত কাষতে থিয় হৈ হিলৰ ওচৰৰ বেগৰ পৰা লিপষ্টিকটো উলিয়াই লগাবলৈ আৰম্ভ কৰে। আনকি মিডিয়া ফটোগ্ৰাফাৰসকলেও এই সকলোবোৰ দেখি আচৰিত হয়, তাৰ পিছত উৰ্ফীয়ে হাঁহিবলৈ আৰম্ভ কৰে।

ইফালে উৰ্ফিৰ নাম শেহতীয়াকৈ বিশ্বৰ ভিতৰতে ইন্টাৰনেট সৰ্বাধিক চাৰ্ছ গাৰ্ল ৰূপে বিবেচিত হৈছে৷ ইয়াৰ পূৰ্বে তেওঁ এছিয়ানৰ তালিকাটো স্থান লাভ কৰিছিল। কেৱল এয়াই নহয়, উৰ্ফীয়ে বলীউডৰ বহু অভিনেত্ৰীকো এই ক্ষেত্ৰত পিছ পেলাইছে।

এই তালিকাত উৰ্ফিৰ নাম ৫৭ নম্বৰত আছে। উৰ্ফীয়ে জাহ্নৱী, শিল্পা শ্বেট্টী, অনন্যা পাণ্ডে, ৰাকুল প্ৰীত সিং, কৃতী চানন, দিশা পাটানী আদিক পিছ পেলাইছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamUrfi Javed
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’
বিনোদন

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

October 12, 2026
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?
বিনোদন

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

October 11, 2026
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা
বিনোদন

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

October 10, 2026
Next Post
বিদ্ৰোহী একনাথ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী, সন্ধিয়ালৈ গ্ৰহণ কৰিব শপত!

বিদ্ৰোহী একনাথ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী, সন্ধিয়ালৈ গ্ৰহণ কৰিব শপত!

অকলশৰীয়া নহয় কানহাইয়াৰ পৰিয়াল! মাত্ৰ ২৪ ঘণ্টাত ১.৩৭ কোটি টকা সংগ্ৰহ

অকলশৰীয়া নহয় কানহাইয়াৰ পৰিয়াল! মাত্ৰ ২৪ ঘণ্টাত ১.৩৭ কোটি টকা সংগ্ৰহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.