• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাংসদ সকললৈ সুখবৰ, ২৪ শতাংশলৈ বৃদ্ধি পাব দৰমহা

সাংসদ সকললৈ সুখবৰ, ২৪ শতাংশলৈ বৃদ্ধি পাব দৰমহা

2 years ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

17 minutes ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

53 minutes ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

1 hour ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

2 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

2 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

4 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

4 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

5 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

5 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

6 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

সাংসদ সকললৈ সুখবৰ, ২৪ শতাংশলৈ বৃদ্ধি পাব দৰমহা

editor by editor
March 24, 2025
in ভাৰত, ৰাজনীতি
0
সাংসদ সকললৈ সুখবৰ, ২৪ শতাংশলৈ বৃদ্ধি পাব দৰমহা
0
SHARES
235
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাংসদ সকললৈ সুখবৰ, ২৪ শতাংশলৈ বৃদ্ধি পাব দৰমহা

কেন্দ্ৰীয় চৰকাৰে সাংসদসকলৰ দৰমহা ২৪ শতাংশ বৃদ্ধিৰ অধিসূচনা জনাইছে। এই বৃদ্ধি ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। সোমবাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে গেজেট অধিসূচনা জাৰি কৰে।

সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি কেৱল সাংসদসকলৰ দৰমহা বৃদ্ধি কৰাই নহয়, বৈঠকত উপস্থিত থকাৰ বাবদ দৈনিক ভাট্টা, প্ৰাক্তন সাংসদসকলৰ পেঞ্চন, অতিৰিক্ত বছৰ সেৱাৰ বাবে দিয়া পেঞ্চন আদিও বৃদ্ধি কৰা হৈছে।

সাংসদ সকলৰ মাহিলী দৰমহা
পূৰ্বে- ১ লাখ প্ৰতি মাহ
এতিয়া- ১ লাখ ২৪ হাজাৰ প্ৰতি মাহ

দৈনিক ভাট্টা
পূৰ্বে- ২০০০ প্ৰতি দিন
এতিয়া- ২৫০০ প্ৰতি দিন

প্ৰাক্তন সাসংদৰ মাহিলী দৰমহা
পূৰ্বে- ২৫ হাজাৰ প্ৰতি মাহ
এতিয়া- ৩১ হাজাৰ প্ৰতি মাহ

অতিৰিক্ত পেঞ্চন
পূৰ্বে- ২০০০ প্ৰতি মাহ
এতিয়া- ২৫০০ প্ৰতি মাহ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Pm Salary HikeSalary hike
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
Next Post
তাজ্য পিতৃ! বব্বৰ উপাধী ত্যাগ অভিনেতা প্ৰতীক বব্বৰৰ, এতিয়া জনা যাব এই নামেৰে…

তাজ্য পিতৃ! বব্বৰ উপাধী ত্যাগ অভিনেতা প্ৰতীক বব্বৰৰ, এতিয়া জনা যাব এই নামেৰে...

লজ্জানত পাকিস্তান! পাকিস্তান দিৱসৰ দিনাই আখৰ জোঁটাই জোঁটাই ভাষণ পঢ়িলে ৰাষ্ট্ৰপতিয়ে

লজ্জানত পাকিস্তান! পাকিস্তান দিৱসৰ দিনাই আখৰ জোঁটাই জোঁটাই ভাষণ পঢ়িলে ৰাষ্ট্ৰপতিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.