• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পঞ্চম আৰু অষ্টম শ্ৰেণীত আকৌ পাছ-ফেইল নীতি আৰম্ভ! শিক্ষাৰ অধিকাৰ আইনৰ সলনি কৰিছে মোদী চৰকাৰে

1 year ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

3 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

4 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

5 hours ago
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

6 hours ago
পোষ্ট অফিচৰ ১২ মাহৰ TDত ২,০০,০০০ টকা জমা ৰাখিলে আপুনি কিমান সুদ পাব?

কাইলৈৰ ৰাশিফলঃ নৱৰাত্ৰিৰ অষ্টম দিনত মা লক্ষ্মীৰ সৈতে মহাগৌৰীৰ কৃপা ৫ৰাশিত

গৰ্ভাৱস্থাৰ সামান্য ভুলেও বঢ়াই অটিজমৰ আশংকা! কি কি বিষয়ত সতৰ্ক হ’ব? কি কয় বিশেষজ্ঞই?

7 hours ago
ধন, টকা-পইছা অইন একো খেলিমেলি নাই, পত্নী লুকুৱাইহে বিপদত ৰমাকান্ত, মনোনয়ন পত্ৰ দাখিলত কি ভুল কৰিলে ৰমাকান্তই?

8 hours ago
১০ মিনিটৰ মৌন প্ৰাৰ্থনা, গায়ত্ৰী মন্ত্ৰ পাঠ, ৰীতি-নীতিৰ মাজেৰে শেষ বিদায় হৰিশ ৰানাক

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

9 hours ago
এপ্ৰিলে সুসময় কঢ়িয়াই আনিব এইসকল লোকৰ বাবে, অৰ্থনৈতিকভাৱে শক্তিশালী হ’ব এই ৪ৰাশিৰ জাতক

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পঞ্চম আৰু অষ্টম শ্ৰেণীত আকৌ পাছ-ফেইল নীতি আৰম্ভ! শিক্ষাৰ অধিকাৰ আইনৰ সলনি কৰিছে মোদী চৰকাৰে

পঞ্চম আৰু অষ্টম শ্ৰেণীত আকৌ পাছ-ফেইল নীতি আৰম্ভ! শিক্ষাৰ অধিকাৰ আইনৰ সলনি কৰিছে মোদী চৰকাৰে

editor by editor
December 23, 2024
in জীৱনশৈলী, ভাৰত, শিক্ষা
0
পঞ্চম আৰু অষ্টম শ্ৰেণীত আকৌ পাছ-ফেইল নীতি আৰম্ভ! শিক্ষাৰ অধিকাৰ আইনৰ সলনি কৰিছে মোদী চৰকাৰে
0
SHARES
419
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সলনি হৈছে দেশৰ শিক্ষানীতি৷

পঞ্চম আৰু অষ্টম শ্ৰেণীত আকৌ আৰম্ভ হ’ল পুৰণি নীতি৷

অৰ্থাৎ কোনো ছাত্ৰ অনুতীৰ্ণ হ’লে তেওঁক ফেইল বুলিয়েই এতিয়াৰে পৰা ধৰা হ’ব৷

শিক্ষা মন্ত্রণালয়ৰ তৰফৰ পৰা এক বিজ্ঞাপ্তিৰ জৰিয়তে এইকথা জনোৱা হৈছে৷

পঞ্চম আৰু অষ্টম শ্ৰেণীৰ কোনো ছাত্ৰই পৰীক্ষাত ফেইল কৰিলে তেওঁক আৰু এটা সুযোগ দিয়া হ’ব৷

দুমাহ পুনৰ ক্লাছ কৰাই আকৌ পৰীক্ষাত বহুওৱা হ’ব ফেইল কৰা ছাত্ৰক৷

সেই পৰীক্ষাতো যদি পাছ কৰিব নোৱাৰে তেন্তে ফেইল বুলিয়েই ধৰা হ’ব৷

অৰ্থাৎ ওপৰৰ ক্লাছলৈ যাব নোৱাৰিব সেই ছাত্ৰ, পুনৰ এবছৰ একে ক্লাছতেই পঢ়িব লাগিব৷

অৱশ্যে ফেইল কৰা ছাত্ৰক বিদ্যালয়ৰ পৰা বাহিৰ কৰিও দিব নোৱাৰিব৷

পৰীক্ষাত অকৃতকাৰ্য হোৱা ছাত্ৰক পঢ়াশুনাত বিশেষভাৱে সহায় কৰিব লাগিব শ্ৰেণী শিক্ষকে৷

প্ৰয়োজনত কি কি শিকা নাই সেই বিষয়সমূহ ভালকৈ শিকাব লাগিব শ্ৰেণী শিক্ষকে৷

২০১৯ চনত কেন্দ্ৰীয় শিক্ষা অধিকাৰ আইন সলনি কৰা হৈছিল৷

সেই আইনত দেশৰ সকলো প্ৰান্তৰ ছাত্ৰই বুনিয়াদী শিক্ষাৰ বিষয়টো সুনিশ্চিত কৰিবলৈ পঞ্চম আৰু অষ্টম শ্ৰেণীত কাকোৱেই ফেইল কৰাব নোৱাৰিব বুলি কৈছিল৷

পাঁচ বছৰৰ পাছত সেই শিক্ষাৰ অধিকাৰ আইনত আকৌ সালসলনি আনিছে কেন্দ্ৰীয় শিক্ষা আয়োগে৷

কেন্দ্ৰৰ নতুন পাছ-ফেইল নীতি কাৰ্যকৰী হ’ব কেন্দ্ৰীয় বৰ্ডৰ নিয়ন্ত্ৰণাধীন দেশৰ ৩০০০তকৈয়ো বেছি স্কুলত৷

এই তালিকাত আছে কেন্দ্ৰীয় বিদ্যালয়, নবোদয় আৰু সৈনিক স্কুলসমূহো৷

দেশৰ ১৬খন ৰাজ্য দুখন কেন্দ্ৰীয় শাসিত এলেকাত এই নিয়ম কাৰ্যকৰী হ’ব৷

হাৰিয়ানা আৰু পুদুচেৰীত অৱশ্যে এতিয়ালৈকে এয়া কাৰ্যকৰী হ’বনে জানিব পৰা হোৱা নাই৷

বাকী ৰাজ্যসমূহে কেন্দ্ৰৰ এই নীতি মানি চলিব লাগিব বুলি নিৰ্দেশনা দিয়া হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?
জীৱনশৈলী

March 25, 2026
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত
জীৱনশৈলী

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

March 25, 2026
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো
চিনেমা

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

March 25, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
Next Post
অতিথি ৰাণীৰ পৰা বিশ্বৰ ধনী ব্যক্তিলৈ, খৰচ ৫হাজাৰ কোটি! ৫৫ বছৰীয়া প্ৰেমিকাৰ সৈতে বিয়াত বহিবলৈ সাজু জেফ বে’জছ

দামী বাহন হ’লেই নিৰাপদ নে? বাংগালুৰুত VOLVO বাহনৰ দুৰ্ঘটনা, থিতাতেই শেষ এটি পৰিয়াল, কেনেকৈ সংঘটিত হৈছিল এই দুৰ্ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন