• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰষুণৰ আশংকা! ভাৰত-অষ্ট্ৰেলিয়াৰ খেলত যদি বৰষুণ আহে তেন্তে কোনে পাব ফাইনেল টিকত, সমীকৰণ কি ?

10 months ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

2 hours ago

13 hours ago
অৱশেষত অধিবক্তা পালে জুবিন গাৰ্গৰ হ***ত্যাৰ অভিযোগত অভিযুক্তই, ৭ অভিযুক্তৰ হৈ ন্যায়ালয়ত যুঁজ দিব এইগৰাকী অধিবক্তাই

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

14 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে

15 hours ago
২০২৬ আই পি এলৰ মহাৰণ, কোন খেলুৱৈ কোন দলত কিমান টকাত ক্ৰয়! সবিশেষ…

16 hours ago
বুধ-শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, মাহৰ শেষৰ পৰাই ৫ৰাশিৰ ‘আচ্ছে দিন’

17 hours ago
ৰেকৰ্ড গঢ়ি ২৫ কোটি ২০ লাখত KKR য়ে ক্ৰয় কৰিলেও কেমৰণে পাব ১৩কোটিহে, বাকী ১২ কোটি ২০ লাখ ধন ক’লৈ যাব?

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

18 hours ago
আই পি এলৰ ইতিহাসত সকলোতকৈ দামী বিদেশী ক্ৰিকেটাৰ কেমৰণ গ্ৰীণ! ২৫ কোটি ২০ লাখত KKRয়ে ক্ৰয় কৰিলে কেমৰণক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বৰষুণৰ আশংকা! ভাৰত-অষ্ট্ৰেলিয়াৰ খেলত যদি বৰষুণ আহে তেন্তে কোনে পাব ফাইনেল টিকত, সমীকৰণ কি ?

editor by editor
March 4, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বৰষুণৰ আশংকা! ভাৰত-অষ্ট্ৰেলিয়াৰ খেলত যদি বৰষুণ আহে তেন্তে কোনে পাব ফাইনেল টিকত, সমীকৰণ কি ?
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰষুণৰ আশংকা! ভাৰত-অষ্ট্ৰেলিয়াৰ খেলত যদি বৰষুণ আহে তেন্তে কোনে পাব ফাইনেল টিকত, সমীকৰণ কি ?

আজি চেম্পিয়ন ট্ৰফীত ভাৰত অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন ছেমিফাইনেলৰ খেল অনুষ্ঠিত হ’ব। গ্ৰুপ এৰ পৰা ভাৰতে ৬ পইণ্ট লাভ কৰি শীৰ্ষ স্থানেৰে ছেমিফাইনেত প্ৰৱেশ কৰিছে, আনহাতে অষ্ট্ৰেলিয়াই গ্ৰুপ বিৰ পৰা ৪ পইণ্টেৰে দ্বিতীয় স্থান লাভেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

সেই হিচাপে আজিৰ খেলত হট ফেভাৰিত ভাৰতীয় দল। কিন্তু পূৰ্বৰ ৰেকৰ্ড চালে অষ্ট্ৰেলিয়া অধিক বাৰ জয় লাভ কৰিছে এনে প্ৰতিযোগিতাত ভাৰতৰ বিৰুদ্ধে। যাৰ বাবে দুয়োফালে আজি সমান সমান চিন্তা।

কিন্তু তাৰে মাজতে দেখা দিছে আন এক চিন্তাই । বৰষুণে বিধি পথালি দিব নেকি আজিৰ খেলত। অৱশ্যে আজি মঙলবাৰে ডুবাইৰ আকাশ কালিৰ তুলনাত কিছু ফৰকাল। তথাপি বৰষুণৰ আশংকা নুই কৰিব নোৱাৰি।

সেয়ে যদিহে আজিৰ ছেমিফাইনেলৰ খেলত বৰষুণ আহে তেম্তে কোন দলে লাভ কৰিব ইয়াৰ সুবিধা। কোনে যাব ফাইনেললৈ। কি ইয়াৰ সমীকৰণ।

যদিহে আজি খেলৰ মাজতে বৰষুণ আহে, তেন্তে ৰিজাৰ্ভ ডেৰ দিনা সেই অভাৰৰ পৰাই পুনৰ খেল আৰম্ভ হ’ব। যদি ৰিজাৰ্ভ ডেৰ দিনাও একেই পৰিস্থিতি থাকে তেন্তে এই ক্ষেত্ৰত সুবিধা পাব ভাৰতে। কাৰণ নিয়ম অনুসৰি বৰষুণৰ বাবে নিৰ্ধাৰিত দিন আৰু ৰিজাৰ্ভ দিন দুয়োদিনে খেল বাতিল হ’লে গ্ৰুপ পৰ্যায়ত শীৰ্ষত থাকি ছেমিফাইনেল প্ৰৱেশ কৰা দলে ফাইনেললৈ যোৱাৰ টিকট পাব।

যদি দুয়োখন ছেমিফাইনেলৰ খেলেই বৰষুণৰ বাবে বাতিল কৰিব লগীয়া হয় তেন্তে ফাইনেল খেল ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Champions TrophyIndia Vs AustralisSemi Final
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

December 17, 2025
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত
জীৱনশৈলী

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

December 16, 2025
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…
বিজ্ঞান

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

December 16, 2025
ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বৃহৎ ঘোষণা- অলিম্পিক আয়োজন কৰাৰ দাবী উত্থাপন কৰিব ভাৰতে
ক্ৰীড়া

Next Post
আজি শুক্লা পঞ্চমীত ইন্দ্ৰ যোগ, ৩ ৰাশিৰ অতিকে ভাল আজিৰ মঙলবাৰৰ দিনটো

ক্ৰিকেট জগতত শোকৰ ঢৌ, ভাৰতীয় কিংবদন্তি খেলুৱৈৰ দেহাৱসান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন