• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতিয়াৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা? ১০মেত খুলিব কেদাৰনাথৰ দুৱাৰ, যাত্ৰাৰ আৰম্ভণিৰ পূৰ্বে জানি থওক এইকেইটা কথা

কেতিয়াৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা? ১০মেত খুলিব কেদাৰনাথৰ দুৱাৰ, যাত্ৰাৰ আৰম্ভণিৰ পূৰ্বে জানি থওক এইকেইটা কথা

2 years ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

10 minutes ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

51 minutes ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

2 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

2 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

3 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

4 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

5 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

6 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

22 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 day ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

1 day ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কেতিয়াৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা? ১০মেত খুলিব কেদাৰনাথৰ দুৱাৰ, যাত্ৰাৰ আৰম্ভণিৰ পূৰ্বে জানি থওক এইকেইটা কথা

কেতিয়াৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা? ১০মেত খুলিব কেদাৰনাথৰ দুৱাৰ, যাত্ৰাৰ আৰম্ভণিৰ পূৰ্বে জানি থওক এইকেইটা কথা

editor by editor
April 26, 2024
in বিবিধ, ভাৰত
0
কেতিয়াৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা? ১০মেত খুলিব কেদাৰনাথৰ দুৱাৰ, যাত্ৰাৰ আৰম্ভণিৰ পূৰ্বে জানি থওক এইকেইটা কথা
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আগন্তুক ১০ মেত খুলিব কেদাৰনাথ মন্দিৰৰ দুৱাৰ। সেইদিনাৰ পৰাই আৰম্ভ হ’ব চাৰধাম যাত্ৰা। প্ৰতি বছৰে মহাশিৱৰাত্ৰিতেই ঘোষণা কৰা হয় চলিত বৰ্ষৰ কিমান তাৰিখে কেদাৰনাথৰ দুৱাৰ খোলা হ’ব। এই বছৰো সেই ৰীতি মানিয়েই ৮মাৰ্চত কৰা হৈছিল কেদাৰনাথৰ দুৱাৰ মুকলিৰ দিন ঘোষণা। আগন্তুক ১০ মেৰ পুৱা ৭ বজাত ভক্তৰ বাবে মুকলি কৰি দিয়া হব কেদাৰনাথ মন্দিৰৰ দুৱাৰ।

কেদাৰনাথ ধামৰ সৈতে এই দিনটোতেই খোলা হব অন্য দুই ধাম গঙ্গোত্ৰী আৰু যমুনাত্ৰী মন্দিৰো। ১০ মেৰ পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা। ওখিমঠত থকা ওমকাৰেশ্বৰ মন্দিৰত এই বিশেষ ঘোষণা কৰা হয়। এই ঘোষণাৰ সৈতে পুৰাদ্যমে আৰম্ভ হৈছে চাৰধাম যাত্ৰাৰ প্ৰস্তুতি। দীৰ্ঘ ছমাহৰ অন্তত কেদাৰনাথ দৰ্শন পাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে ভক্তই। প্ৰতি বছৰে অক্ষয় তৃতীয়াত খোলা হয় গঙ্গোত্ৰী আৰু যমুনাত্ৰী মন্দিৰৰো দুৱাৰ। এই বছৰ অক্ষয় তৃতীয়া পৰিছে ১০ মেত। আৰু এইবৰ্ষত বদ্ৰীনাথৰ দুৱাৰ খোলা হব ১২ মেত। ১২ মেৰ আবেলি ৬বজাত খোলা হ’ব বদ্ৰীনাথৰ দুৱাৰ। প্ৰতি বছৰে বসন্ত পঞ্চমীত বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ খোলাৰ দিন ঘোষণা কৰা হয়।

কেদাৰনাথ মন্দিৰৰ মাহাত্ম্য

মহাদেৱৰ দ্বাদশ জ্যোতিৰ্লিংগৰ অন্যতম হৈছে কেদাৰনাথ ধাম। মহাদেৱে ইয়াতেই স্বয়ম্ভূ ৰূপ ধাৰণ কৰিছিল।

হিন্দু ধৰ্মাৱলম্বীসকলৰ ওচৰত অন্য়তম গুৰুত্বপূৰ্ণ তীৰ্থক্ষেত্ৰ হৈছে কেদাৰনাথ ধাম। পাণ্ডৱসকলে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। বৰ্তমান মন্দিৰৰ যি ৰূপ আমি দেখিছো এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল শংকৰাচাৰ্যই।

প্ৰচলিত বিশ্বাস অনুসৰি বাবা ভৈৰোনাথজিয়ে এই মন্দিৰটো ৰক্ষা কৰিছিল। মন্দিৰৰ কোনো যাতে ক্ষতি নহয় সেই বিষয়ত তেওঁ সদায়ে নজৰ দি আহিছে।

২০১৩ চনৰ ভয়াৱহ বানতো মূল কেদাৰনাথ মন্দিৰৰ কোনো ক্ষতি হোৱা নাছিল। মন্দিৰৰ পিছফালে থকা পাহাৰৰ পৰা নামি অহা প্ৰকাণ্ড শিলে মন্দিৰটোক ৰক্ষা কৰিছিল।

কেদাৰনাথ মন্দিৰৰ বৈশিষ্ট্য

শীতকালত এই মন্দিৰ চত্বৰ বৰফৰ তলত সোমাই পৰে। বছৰৰ প্ৰায় ছমাহ সময় সেয়ে বন্ধ কৰি ৰখা হয় কেদাৰনাথ মন্দিৰৰ দুৱাৰ।

ভাইফোঁটাৰ পিছদিনা অক্ষয় তৃতীয়া পৰ্যন্ত এই মন্দিৰ বন্ধ ৰখা হয়।

চাৰধামৰ ওপৰিও দ্বাদশ জ্যোতিৰ্লিংগ আৰু পঞ্চ কেদাৰৰ অন্যতম হৈছে এই কেদাৰনাথ ধাম। প্ৰচলিত কিংবদন্তী অনুসৰি স্বয়ং মহাদেৱে এই মন্দিৰত ভক্তৰ ওচৰত দৰ্শন দিয়ে।

এই মন্দিৰ তিনিখন পাহাৰে বেৰি আছে। এফালে আছে ২২ হাজাৰ ফুট ওখ কেদাৰনাথ পাহাৰ, এফালে ২১ হাজাৰ ৬০০ ফুট ওখ স্পেণ্ডকুণ্ড আৰু অন্যহাতে আছে ২২ হাজাৰ ৭০০ ফুট ওখ ভাৰত কুণ্ড।

ইয়াতেই ৫খন নদী মিলিত হৈছে। এই পাঁচ নদী হৈছে মন্দাকিনী, মধুগংগা, ক্ষীৰগংগা, সৰস্বতী আৰু স্বৰ্ণাগৌৰী। এই সকলোবোৰ নদীৰ অৱশ্যে কোনো অস্তিত্ব নাই। কেৱল অলকানন্দাৰ শাখা নদী হিচাপে মন্দাকিনীকহে দেখা যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
Next Post
ব্ৰেকআপ! প্ৰেমিক শান্তনুক এৰি আকৌ চিংগল হ’ল শ্ৰুতি,কিন্তু কিয় এই বিচ্ছেদ?

ব্ৰেকআপ! প্ৰেমিক শান্তনুক এৰি আকৌ চিংগল হ’ল শ্ৰুতি,কিন্তু কিয় এই বিচ্ছেদ?

৬ বছৰত বিজেপিয়ে গুগলত দিলে ১০০ কোটিৰ বিজ্ঞাপন, কংগ্ৰেছে কিমান ধন ব্যয় কৰিলে বিজ্ঞাপনৰ নামত?

৬ বছৰত বিজেপিয়ে গুগলত দিলে ১০০ কোটিৰ বিজ্ঞাপন, কংগ্ৰেছে কিমান ধন ব্যয় কৰিলে বিজ্ঞাপনৰ নামত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.