• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোৰ কৰি কুমাৰীত্ব পৰীক্ষা কৰাবলৈ বাধ্য কৰোৱাটো অপৰাধ তথা নাৰীৰ মৰ্যাদাৰ অধিকাৰ লংঘনকাৰীঃ ছত্তিশগড় হাইকৰ্ট

জোৰ কৰি কুমাৰীত্ব পৰীক্ষা কৰাবলৈ বাধ্য কৰোৱাটো অপৰাধ তথা নাৰীৰ মৰ্যাদাৰ অধিকাৰ লংঘনকাৰীঃ ছত্তিশগড় হাইকৰ্ট

12 months ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

6 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

7 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

7 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

8 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

9 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

10 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

10 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

11 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

11 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

11 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

11 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জোৰ কৰি কুমাৰীত্ব পৰীক্ষা কৰাবলৈ বাধ্য কৰোৱাটো অপৰাধ তথা নাৰীৰ মৰ্যাদাৰ অধিকাৰ লংঘনকাৰীঃ ছত্তিশগড় হাইকৰ্ট

জোৰ কৰি কুমাৰীত্ব পৰীক্ষা কৰাবলৈ বাধ্য কৰোৱাটো অপৰাধ তথা নাৰীৰ মৰ্যাদাৰ অধিকাৰ লংঘনকাৰীঃ ছত্তিশগড় হাইকৰ্ট

editor by editor
March 31, 2025
in জীৱনশৈলী
0
জোৰ কৰি কুমাৰীত্ব পৰীক্ষা কৰাবলৈ বাধ্য কৰোৱাটো অপৰাধ তথা নাৰীৰ মৰ্যাদাৰ অধিকাৰ লংঘনকাৰীঃ ছত্তিশগড় হাইকৰ্ট
0
SHARES
92
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাৰীক কুমাৰীত্ব পৰীক্ষা কৰাবলৈ বাধ্য কৰোৱাটোৱে সংবিধানৰ ২১ তম অনুচ্ছেদৰ অধীনত তেওঁৰ জীৱন আৰু স্বাধীনতাৰ সুৰক্ষাৰ মৌলিক অধিকাৰ লংঘন কৰে। সাম্প্ৰতিক এক গোচৰত এইবাৰ এই কথা জনালে ছত্তীশগড় হাইকৰ্টে। হাইকৰ্টক পৰ্যবেক্ষণমতে কোনো পৰিস্থিতিতেই কুমাৰীত্ব পৰীক্ষাৰ অনুমতি দিয়াটোৱে নাৰীৰ মৌলিক অধিকাৰ, ন্যায়বিচাৰৰ মূল নীতি আৰু তেওঁৰ ব্যক্তিগত গোপনীয়তা ৰক্ষা আৰু মৰ্যদাৰ পৰিপন্থী।

স্ত্ৰী পূৰ্বে অন্য পুৰুষৰ সৈতে অবৈধ সম্পৰ্কত লিপ্ত আছিল নেকি এই অভিযোগত সম্প্ৰতি পত্নীৰ কুমাৰীত্ব পৰীক্ষাৰ দাবী জনাই আদালতৰ দ্বাৰস্থ হৈছিল এজন ব্যক্তি। সেই গোচৰতেই হাইকৰ্টৰ ন্যায়াধীশ অৰবিন্দ কুমাৰ বৰ্মাৰ পৰ্যবেক্ষণ এয়াই যে পত্নীয়ে কেতিয়াও কুমাৰীত্ব পৰীক্ষা দিয়াৰ প্ৰয়োজন নাই। আৰু কুমাৰীত্ব পৰীক্ষাৰ বাবে কোনোৱে তেওঁক বাধ্যও কৰাব নোৱাৰিব। এই পৰীক্ষাৰ অনুমতি কেতিয়াও দিয়া নহব বুলি জনাই দিয়ে উচ্চ ন্যায়ালয়ে। স্ত্ৰীৰ কুমাৰীত্ব পৰীক্ষা কৰাব বিচৰা আবেদনকাৰীৰ দাবী অসাংবিধানিক বুলিও উল্লেখ কৰে উচ্চ ন্যায়ালয়ে। কাৰণ ই সংবিধানৰ ২১ তম অনুচ্ছেদৰ আওতাত নাৰীৰ মৰ্যদাৰ অধিকাৰ লংঘন কৰে।

ন্যায়াধীশ বাৰ্মাই কয়- ভাৰতৰ সংবিধানৰ ২১ তম অনুচ্ছেদে কেৱল জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰেই নিশ্চিত নকৰে বৰং মৰ্যদাৰ সৈতে জীয়াই থকাৰ অধিকাৰো সুনিশ্চিক কৰে, যি বিশেষকৈ নাৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এই ব্যক্তিগত স্বাধীনতাৰ অধিকাৰত কোনো কাৰণতেই কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব।

উল্লেখ্য যে ২০২৩ চনৰ ৩০ এপ্ৰিলত হিন্দু বিবাহ আইন অনুসৰি বিয়া হৈছে ছত্তীছগড়ৰ কোৰবা জিলাৰ বাসিন্দা সেই দম্পতিৰ। বিবাহৰ কিছুদি পাছতেই তৰুণীয়ে তেওঁৰ পৰিয়ালক জনায় যে তেওঁৰ স্বামী পুৰুষত্বহীন আৰু কোনোধৰণৰ সম্পৰ্ক স্থাপন কৰিবলৈ তেওঁ সক্ষম নহয়। এইবিষয়ে ২০২৪ চনৰ ২ জুলাইত ৰায়গড় জিলাৰ এক পাৰিবাৰিক আদালতত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৪৪ ধাৰাৰ অধীনত স্বামীৰ পৰা মাহিলী ২০০০০ টকা ভৰণপোষণ বিচাৰি আবেদন কৰে তৰুণীয়ে। তেতিয়াই স্বামীয়ে ওলোটাই স্ত্ৰীৰ কুমাৰীত্ব পৰীক্ষা কৰোৱাব বিচাৰি আদালতৰ দ্বাৰস্থ হয়। স্বামীৰ অভিযোগ আছিল যে দেওৰৰ সৈতে অবৈধ সম্পৰ্ক আছে তেওঁৰ পত্নীৰ। সেয়ে তেওঁক পুৰুষত্বহীন প্ৰমাণ কৰাব খুজিছে।

বিগত ১৫ অক্টোবৰত পাৰিবাৰিক আদালতত স্বামীৰ আবেদন খাৰিজ কৰি দিয়াৰ পাছতেই তেওঁ কাষ চাপিছে হাইকৰ্টৰ। শেহতীয়াকৈ সেই গোচৰৰ ৰায় দি আদালতে কয় যে পত্নীৰ কুমাৰীত্ব পৰীক্ষা কোনো কাৰণতেই কৰাব নোৱাৰিব প্ৰয়োজন হলে তেওঁ যদি পুৰুষত্বহীনতাৰ অভিযোগ খণ্ডন কৰিব খোজে তেন্তে সংশ্লিষ্ট ডাক্তৰী পৰীক্ষা কৰাওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?
জীৱনশৈলী

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

March 27, 2026
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

March 27, 2026
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?
জীৱনশৈলী

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

March 27, 2026
Next Post
নমিনিক লৈ নতুন নিয়ম! এজন একাউণ্টধাৰীৰ পৰিবৰ্তে এতিয়াৰে পৰা দিব পাৰিব ৪জন নমিনি! কেনেকৈ ভগাব অৰ্থ?

নমিনিক লৈ নতুন নিয়ম! এজন একাউণ্টধাৰীৰ পৰিবৰ্তে এতিয়াৰে পৰা দিব পাৰিব ৪জন নমিনি! কেনেকৈ ভগাব অৰ্থ?

আজি ঈদত উকা হৈ ৰ’ল ম্যানমাৰ, ভূমিকম্পত নামাজ পঢ়ি থকাৰ সময়তে ৬০ মছজিদত নিহত ৭০০

আজি ঈদত উকা হৈ ৰ'ল ম্যানমাৰ, ভূমিকম্পত নামাজ পঢ়ি থকাৰ সময়তে ৬০ মছজিদত নিহত ৭০০

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.