• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি ঈদত উকা হৈ ৰ’ল ম্যানমাৰ, ভূমিকম্পত নামাজ পঢ়ি থকাৰ সময়তে ৬০ মছজিদত নিহত ৭০০

আজি ঈদত উকা হৈ ৰ’ল ম্যানমাৰ, ভূমিকম্পত নামাজ পঢ়ি থকাৰ সময়তে ৬০ মছজিদত নিহত ৭০০

1 year ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

2 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

2 hours ago

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

2 hours ago
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

3 hours ago
কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

3 hours ago
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

4 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

4 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

5 hours ago
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

6 hours ago
জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

9 hours ago
প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজি ঈদত উকা হৈ ৰ’ল ম্যানমাৰ, ভূমিকম্পত নামাজ পঢ়ি থকাৰ সময়তে ৬০ মছজিদত নিহত ৭০০

editor by editor
March 31, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
আজি ঈদত উকা হৈ ৰ’ল ম্যানমাৰ, ভূমিকম্পত নামাজ পঢ়ি থকাৰ সময়তে ৬০ মছজিদত নিহত ৭০০
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ঈদত উকা হৈ ৰ’ল ম্যানমাৰ, ভূমিকম্পত নামাজ পঢ়ি থকাৰ সময়তে ৬০ মছজিদত নিহত ৭০০

আজি পবিত্ৰ ঈদ। ঈদৰ উলহ মাহল দেখা যায় ভাৰতৰ লগতে বহু কেইখন দেশত। পাছে উকা হৈ ৰৈ যায় ম্যানমাৰ। কাৰণ ম্যানমাৰত শুকুৰবাৰে অহা ৭ .৭ ৰিখটাৰ স্কেলত ৬০ টা মছজিদত নামাজ পঢ়ি থকাৰ সময়তে একেলগে মৃত্যুমুখত পৰে ৭০০ ৰো অধিক লোকে।

কেৱল মছজিদতেই নহয়, বৰ্তমানলৈ প্ৰকাশ পোৱা তথ্য অনুসৰি ১৭০০ৰো অধিক লোকে বৰ্তমানলৈ প্ৰাণ হেৰুৱাইছে এই প্ৰলয় হৈ নমা ভূমিকম্পত। ইয়াৰ উপৰি জীৱন মৃত্যুৰে যুঁজ দি আছে অন্য বহু শ শ লোকে। যাৰ ফলত নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা।

কিন্তু তাৰে মাজতে আজিৰ পবিত্ৰ ঈদে অধিক ম্ৰিয়মান কৰি তুলিছে ম্যানমাৰৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলক। নামাজ পঢ়াৰ সময়তে নিহত হোৱা লোক সকলৰ স্মৃতিয়ে আমনি কৰিছে আত্মীয়ক। ইয়াৰ উপৰি নামাজ পঢ়িবলৈ নাই ৬০ টা মছজিদ। যি মছজিদ ভূমিকম্পত ভাঙি চুৰমাৰ হৈ পৰিছিল।

বহু পুৰণি হোৱাৰ বাবেই তেনেদৰে ৬০ টাকৈ মছজিদ ভাঙি যোৱাৰ কাৰণ বুলি প্ৰকাশ দেশখনৰ প্ৰশাসনৰ ফালৰ পৰা। যাৰ বাবেই মুখ্যতঃ আজি উকা ৰৈ যায় পবিত্ৰ ঈদৰ দিনটো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: earthquakeeidMyanmaarMyanmaar Earthquake
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

July 2, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

July 2, 2026
শিক্ষা

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

July 2, 2026
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!
বাণিজ্য

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

July 2, 2026
Next Post
কেনে যাব কাইলৈ এপ্ৰিল মাহৰ পহিলা দিন, ৫ ৰাশিয়ে পাব কামত সফলতা

কেনে যাব কাইলৈ এপ্ৰিল মাহৰ পহিলা দিন, ৫ ৰাশিয়ে পাব কামত সফলতা

গুৰুতৰ অভিযোগ! ভাইৰেল গাৰ্ল মনালিছাক চিনেমা অফাৰ কৰা নিৰ্দেশক গ্ৰেপ্তাৰ

গুৰুতৰ অভিযোগ! ভাইৰেল গাৰ্ল মনালিছাক চিনেমা অফাৰ কৰা নিৰ্দেশক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.