• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নমিনিক লৈ নতুন নিয়ম! এজন একাউণ্টধাৰীৰ পৰিবৰ্তে এতিয়াৰে পৰা দিব পাৰিব ৪জন নমিনি! কেনেকৈ ভগাব অৰ্থ?

নমিনিক লৈ নতুন নিয়ম! এজন একাউণ্টধাৰীৰ পৰিবৰ্তে এতিয়াৰে পৰা দিব পাৰিব ৪জন নমিনি! কেনেকৈ ভগাব অৰ্থ?

1 year ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

41 minutes ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

1 hour ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

2 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

2 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

3 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

4 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

4 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

6 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

8 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

8 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

8 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নমিনিক লৈ নতুন নিয়ম! এজন একাউণ্টধাৰীৰ পৰিবৰ্তে এতিয়াৰে পৰা দিব পাৰিব ৪জন নমিনি! কেনেকৈ ভগাব অৰ্থ?

নমিনিক লৈ নতুন নিয়ম! এজন একাউণ্টধাৰীৰ পৰিবৰ্তে এতিয়াৰে পৰা দিব পাৰিব ৪জন নমিনি! কেনেকৈ ভগাব অৰ্থ?

editor by editor
March 31, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
নমিনিক লৈ নতুন নিয়ম! এজন একাউণ্টধাৰীৰ পৰিবৰ্তে এতিয়াৰে পৰা দিব পাৰিব ৪জন নমিনি! কেনেকৈ ভগাব অৰ্থ?
0
SHARES
292
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এতিয়াৰে পৰা বেংকত একাউণ্ট খুলোতে এজনৰ পৰিবৰ্তে ৪জন নমিনি যুক্ত কৰিব পাৰিব। জমা অৰ্থৰ উত্তৰাধিকাৰ সংক্ৰান্তিয় বিৰোধ কমাবলৈ এই পন্থা সহায়ক হৈ উঠিব। ৰাজ্যসভাত ইতিমধ্যেই পাছ হৈছে বেংকিং আইন সংশোধন বিল। এই পদক্ষেপৰ উদ্দেশ্য হৈছে আৰ্থিক সম্পদৰ বণ্টন আৰু সহজ কৰা। ইয়াৰোপৰি বেংকিং ব্য়ৱস্থাত দাবী নকৰা আমানতৰ সংখ্যা হ্ৰাস কৰা।

নমিনিৰ ক্ষেত্ৰত কি কি নতুন নিয়ম

পূৰ্বে একাউণ্ট খোলা ব্যক্তিএজনে এটা একাউণ্টত এজন নমিনি যুক্ত কৰাব পাৰিছিল যিয়ে ব্যক্তিগৰাকীৰ মৃত্যুৰ পাছত সেই বেংক একাউণ্টৰ পৰা অৰ্থ ওলিয়াব পাৰে। নতুন নিয়ম অনুসৰি সৰ্বোচ্চ চাৰিজন নমিনি মনোনীত কৰিব পাৰিব। ইয়াৰ ফলত একাউণ্টধাৰীৰ ইচ্ছা অনুযায়ী অৰ্থ ভাগ কৰা সহজ হব।

উদাহৰণস্বৰূপে যদি এজন একাউণ্টধাৰীয়ে তেওঁৰ পত্নীৰ ওপৰিও পিতৃ মাতৃ আৰু সন্তানক নমিনি হিচাপে ৰাখিব খোজে তেন্তে ৰাখিব পাৰিব। ইয়াৰোপৰি কোন নমিনিয়ে কিমান ধন পাব সেয়াও নিৰ্ধাৰণ কৰিব পাৰিব। এই সংশোধনীত দুই ধৰণৰ মনোনয়ন পদ্ধতি যুক্ত কৰা হৈছে। যুগপত আৰু ধাৰাবাহিক। যি একাউণ্টধাৰীৰ মৃত্যুৰ পাছত অৰ্থৰ আৰু ভাল বণ্টন সম্ভৱ কৰিব।

প্ৰথম নমিনি প্ৰক্ৰিয়া হৈছে যুগপত নমিনি। ইয়াত একাউণ্টধাৰীয়ে কব পাৰিব যে তেওঁৰ জমাৰ পৰিমাণ নমিনিৰ মাজত কেনেকৈ ভাগ হব। উদাহৰণস্বৰূপে কাৰোবাৰ একাউণ্টত ১০ লাখ টকা থকিলে তিনিজন নমিনি থাকিলে তেওঁলোকৰ মাজত ৪০ঃ৩০ঃ৩০ অনুপাতত জমা টকা ভাগ কৰিব পাৰিব। ইয়াৰ অৰ্থ হৈছে প্ৰথম মনোনীত ব্যক্তিয়ে ৪ লাখ পাব। অন্যহাতে দ্বিতীয় আৰু তৃতীয় মনোনীত ব্যক্তিয়ে পাব ৩লাখ টকা।

দ্বিতীয়টো হৈছে ধাৰাবাহিক নমিনি। ইয়াত একাউণ্টধাৰীৰ অৰ্থৰ অগ্ৰাধিকাৰ ক্ৰম অনুসৰি দিয়াৰ বিধান আছে। ইয়াৰ অৰ্থ হৈছে যদি প্ৰথম মনোনীত ব্যক্তি উপলব্ধ নাথাকে তেন্তে অৰ্থ দ্বিতীয় মনোনিত ব্যক্তিৰ হাতলৈ যাব। উদাহৰণস্বৰূপে যদি আপুনি প্ৰথম মনোনীত ব্যক্তি আৰু আপুনি উপলব্ধ নহয় তেতিয়া দ্বিতীয় মনোনিত ব্যক্তি আপোনাৰ ভাইটী বা ভন্টিয়ে সেই অৰ্থ পাব। আৰু আপোনাৰ ভাইটী ভণ্টীও নাথাকিলে সেই অৰ্থ তৃতীয়গৰাকী ভাইটি ভণ্টিৰ হাতলৈ যাব। এই প্ৰক্ৰিয়াৰ উদ্দেশ্য হৈছে যদি কোনো মনোনীত ব্যক্তিৰ অৰ্থগ্ৰহণৰ পূৰ্বে কোনো দুৰ্ঘটনা ঘটে তেন্তে সেই ধন বেংকৰ হাতত নাথাকি তৃতীয় বা দ্বিতীয়গৰাকীৰ হাতলৈ হস্তান্তৰ হব।

বেংক লকাৰৰ নতুন নিয়ম

এই সংশোধনীত বেংক লকাৰৰ বাবে মনোনয়নৰ নিয়মৰো আপডেট কৰা হৈছে। উভয় মনোনয়ন পদ্ধতি বেংক একাউণ্টৰ ক্ষেত্ৰত প্ৰযোজ্য। বেংক লকাৰৰ বাবে কেৱল সফল মনোনয়নহে অনুমোদিত হব। অর্থাৎ ধাৰাবাহিকভাৱে যদি প্ৰথম মনোনীত ব্যক্তি নাথাকে তেন্তে পৰবৰ্তী মনোনীত ব্যক্তি যোগ্য হৈ উঠিব।

কেনেকৈ উপকৃত হব

এই পৰিবৰ্তনৰ ফলত দাবীবিহীন আমানত হ্ৰাস পাব বুলি আশা কৰা হৈছে। আৰ বি আইৰ তথ্য অনুসৰি এয়া ২০২৩ চনৰ মাৰ্চ মাহত ৬২,২২৫ কোটি টকাৰ পৰা বাঢ়ি ২০২৪ চনৰ মাৰ্চ মাহত ৭৮,২১৩ কোটি হৈছে। নতুন আইনে পৰিয়ালসমূহক বেংক একাউন্টত জমা থকা অৰ্থ এক্সেছ কৰাত সহায় কৰিব। আইনী গোচৰো হ্ৰাস পাব। কাৰণ এই নিয়মে বেংকসমূহৰ প্ৰশাসনিক প্ৰক্ৰিয়াক সহজ কৰি তুলিব, মনোনীতসকলৰ অধিকাৰ স্পষ্ট কৰিব আৰু বিৰোধ কমাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক
বাণিজ্য

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

September 14, 2026
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?
অসম

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

September 14, 2026
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?
বিনোদন

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

September 14, 2026
Next Post
আজি ঈদত উকা হৈ ৰ’ল ম্যানমাৰ, ভূমিকম্পত নামাজ পঢ়ি থকাৰ সময়তে ৬০ মছজিদত নিহত ৭০০

আজি ঈদত উকা হৈ ৰ'ল ম্যানমাৰ, ভূমিকম্পত নামাজ পঢ়ি থকাৰ সময়তে ৬০ মছজিদত নিহত ৭০০

কেনে যাব কাইলৈ এপ্ৰিল মাহৰ পহিলা দিন, ৫ ৰাশিয়ে পাব কামত সফলতা

কেনে যাব কাইলৈ এপ্ৰিল মাহৰ পহিলা দিন, ৫ ৰাশিয়ে পাব কামত সফলতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.