• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিশুৰ মোবাইল আসক্তি কেনেকৈ দূৰ কৰিব? চিকিৎসকে কি কয়? জানিবলৈ ক্লিক কৰক…

শিশুৰ মোবাইল আসক্তি কেনেকৈ দূৰ কৰিব? চিকিৎসকে কি কয়? জানিবলৈ ক্লিক কৰক…

3 years ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

56 seconds ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 hour ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

2 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

2 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

3 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

3 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

4 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

5 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

5 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

22 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

23 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শিশুৰ মোবাইল আসক্তি কেনেকৈ দূৰ কৰিব? চিকিৎসকে কি কয়? জানিবলৈ ক্লিক কৰক…

editor by editor
October 14, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব, স্বাস্থ্য
0
শিশুৰ মোবাইল আসক্তি কেনেকৈ দূৰ কৰিব? চিকিৎসকে কি কয়? জানিবলৈ ক্লিক কৰক…
0
SHARES
16k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজিকালিৰ শিশুৱে খোজ কাঢ়িবলৈ শিকাৰ আগতেই মোবাইল ফোনৰ ব্যৱহাৰ শিকে। ফোনত কাৰ্টুন কেনেকৈ চায়, ভিডিঅ’ কেনেকৈ চলায়, গান কেনেকৈ শুনিব পাৰি, ইউটিউব কেনেকৈ চলাই সকলোবোৰেই আয়ত্ব কৰে। কম বয়সতেই মোবাইলৰ ব্যৱহাৰত আজিৰ শিশু যথেষ্ট পাৰ্গত।

মোবাইলৰ ব্যৱহাৰ শিকি উঠাৰ পিছতেই প্ৰায়সংখ্যক পিতৃ-মাতৃৰেই প্ৰধান সমস্যা হৈ পৰে শিশুটিৰ মোবাইল আসক্তি। সন্তানটোৰ হাতৰ পৰা মোবাইলটো কাঢ়ি লোৱা সহজ হৈ নুঠে। বহু পিতৃ-মাতৃয়ে এই সমস্যাক লৈ চিকিৎসকৰো পৰামৰ্শ গ্ৰহণ কৰিবলগাত পৰে। কেইটামান সহজ উপায় অৱলম্বন কৰি শিশু এটাৰ মোবাইল আসক্তি আঁতৰাব পাৰি। শিশু একোটাৰ মোবাইল আসক্তি দূৰ কৰাৰ বাবে চিকিৎসকে কৰা গৱেষণাৰ অন্তত আগবঢ়াইছে বিশেষ কেইটামান টিপছ।

শিশুটিৰ মোবাইল আসক্তি আঁতৰাবৰ বাবে এটা গুৰুত্বপূৰ্ণ উপায় হৈছে Screen Time সীমিত কৰা। লকডাউনৰ পিছৰে পৰা শিক্ষাখণ্ডতো মোবাইলৰ ব্যৱহাৰ বৃদ্ধি পাইছে। অনলাইন ক্লাছ, অনলাইন পৰীক্ষা আদি বিভিন্ন কামতেই ব্যৱহাৰ হয় মোবাইল ফোন। কিন্তু ২-৫ বছৰ বয়সীয়া শিশুৰ ক্ষেত্ৰত অতিৰিক্ত মোবাইল ফোন ব্যৱহাৰে চকুৰ লগতে হৃদযন্ত্ৰতো প্ৰভাৱ পেলাই। সেয়ে মোবাইলৰ Screen Time সীমিত কৰি দিলে ঘনাই ঘনাই ফোনটো বন্ধ হৈ গ’লে শিশুটিয়ে চাবলৈ মন নকৰা হয়। এই উপায়েৰে শিশুটিৰ মোবাইল আসক্তি বহু পৰিমানে কমাব পাৰি।

ঘৰত ফোন ব্যৱহাৰ কৰোতে আমি প্ৰায়সংখ্যেই কোনো নিৰ্দিষ্ট স্থানত বহি ব্যৱহাৰ নকৰো তাৰ পৰিবৰ্তে খোৱাৰ টেবুলত, শুৱাৰ পৰত, বাথৰুম আদিতো ফোন ব্যৱহাৰ কৰো। এই বদভ্যাস শিশুৱে ডাঙৰৰ পৰাই আয়ত্ব কৰে। সেয়ে ঘৰত শিশু থাকিলে এনেদৰে মোবাইল ব্যৱহাৰৰ পৰা বিৰত থাকিলে শিশুটিয়েও সকলো সময়তে মোবাইল লোৱাৰ পৰা বিৰত থাকে।

শিশুটিৱে কিবা কাৰণত আমনি কৰিলে বা মোবাইল বিচাৰি আমনি কৰিলে শিশুটিৰ হাতত মোবাইল তুলি দিয়াটো ভুল কথা বুলি চিকিৎসকে প্ৰকাশ কৰিছে। এবাৰ কান্দি যদি শিশুটিয়ে মোবাইল পায় তেন্তে সি পুনৰাই একেই কাৰ্যকলাপেই কৰিব। সেয়ে এইক্ষেত্ৰত পিতৃ-মাতৃয়ে সতৰ্ক হৈ শিশুটিক অন্যধৰণেৰে বুুজোৱাৰ চেষ্টা কৰিব লাগে।

পিতৃ-মাতৃয়েও শিশুটিৰ সন্মুখত মোবাইলৰ ব্যৱহাৰ কমাই দিয়া। যদি অত্যন্ত প্ৰয়োজনীয় কাম নাথাকে তেন্তে পিতৃ-মাতৃয়েও মোবাইলৰ ব্যৱহাৰ কমাই দিলে শিশু এটাৰো মোবাইল আসক্তি কমি আহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

March 13, 2026
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি
জীৱনশৈলী

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

March 13, 2026
Next Post
T-20 বিশ্বকাপত ভাৰতীয় দলটোত যশপ্ৰীত বুমৰাহৰ পৰিবৰ্তে কোনে লাভ কৰিলে স্থান? কি ক’লে ভাৰতীয় ক্ৰিকেট বৰ্ডে?

T-20 বিশ্বকাপত ভাৰতীয় দলটোত যশপ্ৰীত বুমৰাহৰ পৰিবৰ্তে কোনে লাভ কৰিলে স্থান? কি ক’লে ভাৰতীয় ক্ৰিকেট বৰ্ডে?

নিলামত এটা পুৰণি জিনছ! ৭২ লাখ টকা দৰত কিয় ক্ৰয় কৰিছে এই জিনছ?

নিলামত এটা পুৰণি জিনছ! ৭২ লাখ টকা দৰত কিয় ক্ৰয় কৰিছে এই জিনছ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.