শিশুৰ ওপৰত Covaxinৰ ক্লিনিকেল ট্ৰায়েলত মঞ্জুৰি। ২-১৮ বছৰ বয়সীয়াৰ ওপৰত চলিব ক্লিনিকেল ট্ৰায়েল। ৫২৫ শিশু-কিশোৰৰ ওপৰত হ’ব ক্লিনিকেল ট্ৰায়েল। ক্লিনিকেল ট্ৰায়েল সফল হ’লেই ভেকচিনে লাভ কৰিব সেউজ সংকেত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ