• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাখে লাখে লোক বেকাৰ হৈ পৰিছে! ৩৫বছৰ হ’লেই চাকৰি যায় চীনৰ যুৱকৰ, কিয় অভিশপ্ত বুলি ধৰা হয় এই বয়সক?

লাখে লাখে লোক বেকাৰ হৈ পৰিছে! ৩৫বছৰ হ’লেই চাকৰি যায় চীনৰ যুৱকৰ, কিয় অভিশপ্ত বুলি ধৰা হয় এই বয়সক?

3 years ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

7 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

8 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

9 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

11 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

11 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

12 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

13 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

13 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

14 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

14 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, January 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

লাখে লাখে লোক বেকাৰ হৈ পৰিছে! ৩৫বছৰ হ’লেই চাকৰি যায় চীনৰ যুৱকৰ, কিয় অভিশপ্ত বুলি ধৰা হয় এই বয়সক?

editor by editor
July 17, 2023
in বিবিধ, বিশ্ব
0
লাখে লাখে লোক বেকাৰ হৈ পৰিছে! ৩৫বছৰ হ’লেই চাকৰি যায় চীনৰ যুৱকৰ, কিয় অভিশপ্ত বুলি ধৰা হয় এই বয়সক?
0
SHARES
313
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৩৫ বছৰ। যৌৱন শেষ হৈ মধ্যবয়সে হাতবাউল দিয়া সময়। কেৰিয়াৰৰ গঢ়াৰ ভৰপক সময়। কিন্তু এই বয়সতেই চীনত লাখ লাখ যুৱক এতিয়া কৰ্মহীনতাত ভূগিছে। ৩৫বছৰ হ’লেই চাকৰি হেৰুৱাইছে চীনৰ যুৱকে। অন্য দেশত কেৰিয়াৰ গঢ়াৰ সময় আৰু চীনত ৩৫বছৰ অৱসৰৰ সময়। ৩৫বছৰ পাৰ হোৱা সকলো যুৱক যুৱতীয়েই এতিয়া বেকাৰ হৈ পৰিছে চীনত।

চীনত এইসকল যুৱক-যুৱতীয়ে চাকৰিৰ বাবে এপ্লাই কৰিলেও উভতাই পঠিয়াই চীনৰ প্ৰায়সংখ্যক কোম্পানীয়ে। নিউ ইয়ৰ্ক টাইমছে চলোৱা গৱেষণাত পোহৰলৈ আহিছে এই তথ্য। চীনৰ ৩৫বছৰীয়া এজন যুৱকে জনোৱা অনুসৰি তেওঁ প্ৰতি দিনে নিশা ১১ বজালৈ কাম কৰিছিল। কামত কোনো খুটিনাটি এৰা নাছিল। কিন্তু তাৰপিছতো তেওঁৰ চাকৰি স্থায়ী নহ’ল।

যুৱকজনে আৰ্টিফিছিয়েল ইণ্টেলিজেন্সত কাম কৰিছিল। কিন্তু হঠাতেই তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। বৰ্তমান ৩৫ বছৰত ভৰি দিছে যুৱকজনে। চাকৰি যোৱাৰ পাছতেই যুৱকজনে অন্য কোম্পানীত এপ্লাই কৰে। কিন্তু তাতো তেওঁক ৰিজেক্ট কৰা হ’ল। তেওঁক কিয় সকলোতে ৰিজেক্ট কৰা হ’ল সেই সন্দৰ্ভত তেওঁ কয়, ‘বেছিভাগ চাকৰিতেই বিজ্ঞাপনত যোগ্যতা হিচাপে পোনতে বয়সৰ মাপকাঠি বান্ধি দিয়া হয়। কিন্তু তেওঁৰ বয়স এতিয়া ৩৫বছৰ পাৰ হৈছে। সেয়ে কোনোৱে তেওঁক কামত ৰাখিবলৈ ৰাজী নহয়।’

চীনৰ কৰ্পৰেট গোষ্ঠীত ‘কাৰ্ছ অৱ ৩৫’ বুলি এক নিয়ম আছে। এই ধৰণৰ দেশত বেকাৰত্ব সমস্যাৰ নেপথ্যতেই এই কাৰণ। চীনত প্ৰচলিত নিয়ম অনুসৰি ৩৫বছৰ বয়সক অভিশপ্ত বুলি ধৰা হয়। এই বয়স অতিক্ৰম কৰিলেই কাম হেৰুৱাই চীনৰ যুৱক-যুৱতীয়ে। পুৰণিসকলৰ ঠাইত নতুন কমবয়সীয়া লোকক নিযুক্তি দিয়া হয়। চীনৰ সমাজত প্ৰচলিত ধাৰণা এয়াই যে, ৩৫বছৰ বয়সৰ পাছতেই যুৱক একোজনে সমস্যাৰ সমাধান কৰিব নোৱাৰাত পৰে। এয়া চীনা সমাজৰ মাজত যুগ যুগ ধৰি চলি অহা বদ্ধমূল ধাৰণা। এই বদ্ধমূল ধাৰণাৰ বাবেই চীনত বছৰি হাজাৰ হাজাৰ যুৱকে কৰ্মসংস্থাপন হেৰুৱাই আহিছে। অৰ্থাৎ চীনত বয়স বাঢ়িলেই চিন্তা বাঢ়ে যুৱক যুৱতীসকলৰ। আৰম্ভ হয় জীৱনৰ নতুন সংগ্ৰাম। অভিজ্ঞতাৰ তুলনাত পৰিশ্ৰমৰ ক্ষমতাৰ ওপৰতহে বেছি জোৰ দিয়ে চীনাসকলে।

উল্লেখ্য যে, কমবয়সীয়া অনভিজ্ঞ কৰ্মীসকলৰ দৰমহা তুলনামূলকভাৱে কম। সংস্থাৰ খৰচ বচাবলৈকো ৩৫পাৰ হ’লেই কৰ্মীসকলক চাটাই কৰি নতুন কৰ্মীক সংস্থাপন দিয়া হয়।এই নিয়মৰ বাবেই চীনৰ তৰুণ প্ৰজন্ম বেকাৰত্বৰ আশংকাত ভূগিছে। কৰ্মসংস্থাপনহীনতাৰ বাবেই চীনৰ নৱ প্ৰজন্ম বিবাহৰ বাবেও আগ্ৰহী নহয়। ২০২১ চনৰ পৰিসংখ্যা মতে চীনত বছৰি ৭৬ লাখ ৩০হাজাৰ লোকে বিবাহৰ বাবে আৱেদন কৰিছে। তাৰপিছতেই ২০২২ চনত এই পৰিসংখ্যা কমি হৈছেগৈ ৬৮লাখ ৩০হাজাৰ। কেৱল বিবাহেই নহয় সন্তান জন্ম দিয়া লোকৰ হাৰো সামগ্ৰিকভাৱে কমিবলৈ লৈছে চীনত। জনসংখ্যাৰ দিশেৰে বিশ্বৰ দ্বিতীয় স্থানত এতিয়া চীন। সম্প্ৰতি ১৪০ কোটি জনসংখ্যাৰে ভাৰততকৈ তলত আছে চীন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

January 17, 2026
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে
জীৱনশৈলী

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

January 17, 2026
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে
জীৱনশৈলী

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

January 17, 2026
Next Post
দিল্লীত বাগদান, বিয়া ৰাজস্থানত, অভ্যৰ্থনা অনুষ্ঠান দেশৰ কোন কোন প্ৰান্তত হ’ব জনালে ৰাঘৱ-পৰিণীতিয়ে

দিল্লীত বাগদান, বিয়া ৰাজস্থানত, অভ্যৰ্থনা অনুষ্ঠান দেশৰ কোন কোন প্ৰান্তত হ’ব জনালে ৰাঘৱ-পৰিণীতিয়ে

দেশৰ আগন্তুক প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী! ভৱিষ্যতবাণী ২০২৪ত সঁচা হ’বই, কোনে ক’লে এই কথা?

দেশৰ আগন্তুক প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী! ভৱিষ্যতবাণী ২০২৪ত সঁচা হ’বই, কোনে ক’লে এই কথা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.