• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীন হাতাও, দেশ বাচাও

চীন হাতাও, দেশ বাচাও

6 years ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

11 minutes ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

59 minutes ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

2 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

2 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

10 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

13 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

13 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

14 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

14 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

15 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

16 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

চীন হাতাও, দেশ বাচাও

চীনৰ বিৰুদ্ধে আন এক পদক্ষেপ ভাৰতৰ

editor by editor
August 10, 2020
in বিশ্ব, ভাৰত
0
চীন হাতাও, দেশ বাচাও
0
SHARES
46
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ চীন হাতাও, দেশ বাচাও। এই অভিযানেৰে আৰু এখোজ আগুৱালে ভাৰতে। এফালে ক’ৰোনা ভাইৰাছ, আনফালে সীমান্তত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে মোদী চৰকাৰে চীনৰ সৈতে থকা সকলো সম্পর্ক ছিন্ন কৰিছে। পূর্বতে সার্বভৌমত্ব আৰু নিৰাপত্তাৰ বাবে ১১৬টা চীনা এপ নিষিদ্ধ ঘোষণা কৰিছে চৰকাৰে। এইবাৰ চীনৰ পৰা আমদানিকৃত সামগ্ৰীৰ পৰিমাণ হ্ৰাস কৰিলে ভাৰত চৰকাৰে। সীমান্তত সংঘর্ষৰ পাছতেই চীনা সামগ্ৰী বর্জন অভিযান অব্যাহত আছে। এই অভিযানৰ আঁত ধৰিয়েই চীনৰ পৰা ২৫ শতাংশ পণ্য সামগ্ৰীৰ আমদানি হ্ৰাস কৰিলে ভাৰতে। ইয়াৰ লগে লগে চীনে ৰপ্তানি কৰা পণ্যৰ পৰিমাণ কমিল ৬.৭ শতাংশলৈ। উল্লেখযোগ্য যে বছৰটোৰ আৰম্ভণিৰ পৰা ভাৰতে আর্থিক দিশত এইদৰে চীনক বিপদত পেলাই আহিছে। চীনে ভাবিছিল যে ভাৰতে চীনৰ পণ্য সামগ্ৰী ব্যৱহাৰ নকৰাকৈ থাকিব নোৱাৰে। কিন্তু ভাৰতে প্ৰমাণ কৰি দিলে যে চীনৰ সামগ্ৰী ব্যৱহাৰ নকৰাকৈও ভাৰত টনকীয়াল। ইয়াৰ বাবে বহু ক্ষতিৰ সন্মুখীন হৈছে চীন চৰকাৰ। উল্লেখযোগ্য যে প্ৰতিবছৰে ৰাখীৰ বন্ধনৰ সময়ত ভাৰতত প্ৰায় ৬ হাজাৰ কোটি টকাৰ ব্যৱসায় হয়। এই ৬ হাজাৰ কোটি টকাৰ ভিতৰত ৪ হাজাৰ কোটি টকাৰ ৰাখী চীনৰ পৰা আমদানি কৰা হয়। কিন্তু এইবাৰ এদালো চীনা ৰাখী আমদানী হোৱা নাই। যাৰ ফলত ৪ হাজাৰ কোটি টকাৰ বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে চীন চৰকাৰ। এইদৰে চীনা সামগ্ৰী বর্জন অব্যাহত আছে সমগ্ৰ দেশত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: chinachina appindia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা
বিশ্ব

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

September 16, 2026
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
Next Post
সোণোৱাল-অতুল বৰাই সলাব সমষ্টি

সোণোৱাল-অতুল বৰাই সলাব সমষ্টি

জুবিন গাৰ্গ সামাজিক দায়বদ্ধতা থকা শিল্পী নহয়, জনপ্ৰিয় শিল্পীঃ সাংসদ ভূঞা

জুবিন গাৰ্গ সামাজিক দায়বদ্ধতা থকা শিল্পী নহয়, জনপ্ৰিয় শিল্পীঃ সাংসদ ভূঞা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.