• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অ’মিক্ৰণৰ জন্ম ৰহস্য ফাদিল! ক’ৰ পৰা কনেকৈ জন্ম হৈছিল অ’মিক্ৰণ?

অ’মিক্ৰণৰ জন্ম ৰহস্য ফাদিল! ক’ৰ পৰা কনেকৈ জন্ম হৈছিল অ’মিক্ৰণ?

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

অ’মিক্ৰণৰ জন্ম ৰহস্য ফাদিল! ক’ৰ পৰা কনেকৈ জন্ম হৈছিল অ’মিক্ৰণ?

editor by editor
February 6, 2022
in অসম, ক'ভিড-১৯, বিশ্ব, স্বাস্থ্য
0
অ’মিক্ৰণৰ জন্ম ৰহস্য ফাদিল! ক’ৰ পৰা কনেকৈ জন্ম হৈছিল অ’মিক্ৰণ?
0
SHARES
518
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ বিভিন্ন চিকিৎসা বিজ্ঞানীয়ে বিভিন্ন মত দাঙি ধৰিলেও যোৱা দুটা বছৰে কৰোনাৰ উৎপত্তিকেন্দ্ৰিক ৰহস্য ভেদ কৰিবলৈ এতিয়াও সফল হোৱা নাই৷ চীনৰ য়ুহান প্ৰদেশত উৎপত্তি হোৱা বুলি দাবী কৰা এই কৰোনাই একাধিকবাৰ মিউটেশ্যন ঘটি বিশ্ব মানৱকুলক ত্ৰাহি মধুসুধন দেওখুৱাই আহিছে৷

এইবাৰ কৰোনাৰ ৰূপত নতুন আবিৰ্ভাৱ ঘটিল অ’মিক্ৰণ৷ ক্ষীপ্ৰ গতিত মানুহৰ শৰীৰলৈ সংক্ৰমণ ঘটাৰ ক্ষমতালব্ধ কৰোনাৰ নৱতম ভেৰিয়েন্ট এই অ’মিক্ৰণ ক’ৰ পৰা জন্ম হৈছে তাৰো একাধিক দাবী উত্থাপন কৰিছে বিভিন্ন গৱেষক দলে৷

এইবাৰ চীনৰ এদল বিজ্ঞানীয়ে দাবী কৰিছে যে কৰোনা ভাইৰাছৰ এই অ’মিক্ৰণ ভেৰিয়েন্ট এন্দুৰ শৰীৰৰ পৰা জন্ম হৈছে৷ বিজ্ঞানীৰ দলটোৱে প্ৰকাশ কৰা এক গৱেষণা পত্ৰত ইয়াৰ সমৰ্থনত শক্তিশালী তথ্য প্ৰমাণ আছে বুলিও দাবী কৰা হৈছে৷

তেওঁলোকৰ দাবী যে মানুহৰ শৰীৰৰ পৰা এন্দুৰৰ শৰীৰত এই ভাইৰাছটোৱে প্ৰৱেশ কৰিছিল আৰু তাৰপিছত একাধিক মিউটেশ্যন ঘটি এন্দুৰৰ শৰীৰৰ পৰা পুনৰ মানুহৰলৈ ই সংক্ৰমিত হয়৷

উল্লেখ্য যে কৰোনা ভাইৰাছৰ অন্যান্য ভেৰিয়েণ্টৰ বিপৰীতে অ’মিক্ৰণৰ চৰিত্ৰ হৈছে বিচিত্ৰ৷ এই ভাইৰাছটো পূৰ্বৰ ভেৰিয়েণ্টবোৰৰ দৰে মাৰাত্মক নহ’লে কিন্তু ইয়াৰ সংক্ৰমণৰ ক্ষমতা অধিক দ্ৰুত৷

আনহাতে, অ’মিক্ৰণৰ বহু মিউটেশ্যন দেখা গৈছে৷ প্ৰকাশ পোৱা অনুসৰি অ’মিক্ৰণৰ অতি ক’মেও পাঁচটা মিউটেশ্যন দেখা গৈছে, যিসমূহ মিউটেশ্যন ইয়াৰ পূৰ্বে দেখা নগৈছিল৷ চীনৰ বিজ্ঞানী দলটোৰ মতে অ’মিক্ৰণৰ এই পাঁচটা মিউটেশ্যন এন্দুৰৰ হাওফাওত দেখা পোৱা ভাইৰাছৰ নমুনাৰ সৈতে সাদৃশ্য আছে৷

চীনৰ তিয়ানজিন নানকাই বিশ্ববিদ্যালয় আৰু দ্য নেচশ্যনেল ইনষ্টিটিউট ফৰ কমিউনেল ডিজিছ কণ্ট্ৰ’ল এণ্ড প্ৰিভেশ্যনৰ বিজ্ঞানীৰ দলে এই দাবী কৰিছে৷ তেওঁলোকে প্ৰস্তুত কৰা গৱেষণা পত্ৰখন বায়’চেফ্টি এণ্ড বায়’ছিকিউৰিটি জাৰ্ণালত প্ৰকাশ পাইছে৷

উল্লেখ্য যে অ’মিক্ৰণৰ অতি ক’মেও ৫০ টা মিউটেশ্যন ঘটা দেখা গৈছে৷ ইফালে অ’মিক্ৰণৰ জন্মকলৈ তিনিটা মত প্ৰকাশ পাই আহিছিল৷

প্ৰথমটোৰ মতে কোনো ইমিউন’কমপ্ৰোমাইজড ব্যক্তিৰ শৰীৰত অ’মিক্ৰণৰ সৃষ্টি হৈছে৷ দ্বিতীয়টোৰ মতে কোভিড ৰোগীৰ শৰীৰত সকলোৰে অলক্ষিতে মিউটেশ্যন ঘটি অ’মিক্ৰণৰ উৎপত্তি হৈছে৷ অৱশ্যে এই মতক প্ৰায় ভাগ গৱেষকে খাৰিজ কৰিছে৷ আৰু তৃতীয়তে মানুহৰ দেহত সংক্ৰমিত কোনো কৰোনা ষ্ট্ৰেন প্ৰাণী দেহত প্ৰৱেশ কৰি কে’বাটাও পৰ্যায়ত মিউটেশ্যন ঘটি অ’মিক্ৰণৰ সৃষ্টি হৈছে৷

চীনৰ গৱেষকসকলে দাবী কৰা এই নতুন মতটোৱে অ’মিক্ৰণৰ জন্মক আৰু অধিক ৰহস্যাবৃত্তহে কৰি তুলিলে বুলিব পাৰি৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24omicronomicron new strain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ
জীৱনশৈলী

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

February 21, 2026
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 9, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
Next Post
ভূপেনদাৰ সংসাৰত কেণা লাগিছিল লতা দিদিৰ বাবে…!

ভূপেনদাৰ সংসাৰত কেণা লাগিছিল লতা দিদিৰ বাবে…!

পত্নীৰ নগ্ন আৰু পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰি ইণ্টাৰনেটত এৰি ব্যৱসায় এগৰাকী স্বামীৰ

পত্নীৰ নগ্ন আৰু পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰি ইণ্টাৰনেটত এৰি ব্যৱসায় এগৰাকী স্বামীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.