• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পত্নীৰ নগ্ন আৰু পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰি ইণ্টাৰনেটত এৰি ব্যৱসায় এগৰাকী স্বামীৰ

পত্নীৰ নগ্ন আৰু পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰি ইণ্টাৰনেটত এৰি ব্যৱসায় এগৰাকী স্বামীৰ

5 years ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

1 hour ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

2 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

3 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

4 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

4 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

4 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

5 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

6 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

7 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

8 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পত্নীৰ নগ্ন আৰু পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰি ইণ্টাৰনেটত এৰি ব্যৱসায় এগৰাকী স্বামীৰ

editor by editor
February 6, 2022
in অপৰাধ, অসম, ভাৰত
0
পত্নীৰ নগ্ন আৰু পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰি ইণ্টাৰনেটত এৰি ব্যৱসায় এগৰাকী স্বামীৰ
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথমে নিজৰ পত্নীৰ নগ্ন ভিডিঅ’ ইন্টাৰনেটত প্ৰচাৰ কৰি তাৰপিছত অন্য পুৰুষেৰে সৈতে পত্নীৰ পৰ্ণ ভিডিঅ’ নিৰ্মাণেৰে ব্যৱসায় কৰি অহাৰ দৰে অতি এক অকল্পনীয় ঘটনা পোহৰলৈ আহিছে৷

ঘটনাটো হৈছে কৰ্ণাটকৰ বাংগালুৰু চহৰৰ ছিঙ্গাচান্দ্ৰা এলেকাৰ৷ আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনা অনুসৰি এহাল স্বামী স্ত্ৰীয়ে এই কাৰ্য কৰি আহিছিল৷

প্ৰথমে স্বামীয়ে পত্নীৰ নগ্ন ভিডিঅ’ ৰেকৰ্ডিং কৰি টুইটাৰৰ এটা ফেক একাউণ্টত সেই ভিডিঅ’ প্ৰচাৰ কৰি গ্ৰাহক বিচাৰি টেলিগ্ৰামত যোগাযোগ কৰিবলৈ আহ্বান জআই আহিছিল৷

‘‘আমি স্বামী-স্ত্ৰী৷ আমি বাংগালুৰুত থাকো৷ যদি কোনোৱে মোৰ পত্নীৰ প্ৰতি আগ্ৰহী হয়, তেনে টেলিগ্ৰামত যোগাযোগ কৰক৷’’ পত্নীৰ নগ্ন ভিডিঅ’ এটা শ্বেয়াৰ কৰি টুইটাৰ একাউণ্টটোত এইদৰে লিখা হয়৷

কোনো গ্ৰাহকে টেলিগ্ৰামৰ দ্বাৰা সেই দম্পতীৰ সৈতে যোগাযোগ কৰাৰ লগে লগে তেওঁক তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ কৰা হয়৷ ইয়াৰ পিছতে পত্নীৰে সৈতে গ্ৰাহকজনে যৌন সম্পৰ্ক স্থানপ কৰা সকলো দৃশ্য স্বামীয়ে ভিডিঅ’ ৰেকৰ্ডিং কৰে৷

ইয়াৰ পিছতে উক্ত ভিডিঅ’সমূহ ইন্টাৰনেটৰ বিভিন্ন চাইটসমূহত মুকলি কৰি দিয়ে উক্ত দম্পতীহালে৷ এগৰাকী গ্ৰাহকে টুইটাৰত এনে এটা বিজ্ঞাপনত বাংগালুৰু আৰক্ষী আয়ুক্তক টেগ কৰাৰ পিছতে এই ঘটনাটো পোহৰলৈ আহে৷

ইয়াৰ লগে লগে আৰক্ষীয়ে অতি গোপনে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দম্পতীহালৰ ঘৰত তালাচী চলাই বহু বিস্ফোৰক তথ্যও লাভ কৰিছে৷

বিনয় নামৰ উক্ত লোকগৰাকীৰ এখন মুৰ্গী ফাৰ্ম আছে আৰু তেওঁৰ পত্নী এটা বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত৷ বিনয় নামৰ স্বামীগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে যে প্ৰথমে জীৱনক অন্য ধৰণে উপভোগ কৰাৰ লালসাৰে তেওঁ পত্নীৰ সন্মতিত এই কাম আৰম্ভ কৰিছিল৷

কিন্তু টুইটাৰৰ বিজ্ঞাপন পাই গ্ৰাহক বাঢ়ি অহাত তেওঁ পত্নীৰ সন্মতিতে পৰ পুৰুষৰ সৈতে তেওঁৰ পত্নীৰ যৌন সংগমৰ দৃশ্য ৰেকৰ্ডিং কৰিবলৈ আৰম্ভ কৰি ইণ্টাৰনেটৰ বিভিন্ন চাইটত দিবলৈ আৰম্ভ কৰে৷ অৱশ্যে তেনে কৰোতে তেওঁলোকে মুখত ৰঙীন মাস্ক পৰিধান কৰে বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে৷

আৰক্ষীয়ে লগতে প্ৰকাশ কৰিছে যে দম্পতীহালে পৰ্ণ ভিডিঅ’ চাই এইদৰে তেওঁলোকেও নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে৷

বৰ্তমান পত্নীসহ বিনয় নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24porn videoSEX VIDEO
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
Next Post
গাড়ী-ভূমি নাইকীয়া যোগীৰ হাতত দুটাকৈ মাৰণাস্ত্ৰ কিয়?

গাড়ী-ভূমি নাইকীয়া যোগীৰ হাতত দুটাকৈ মাৰণাস্ত্ৰ কিয়?

আপুনি বুদ্ধিমান হোৱাৰ কেইটামান লক্ষণ…

আপুনি বুদ্ধিমান হোৱাৰ কেইটামান লক্ষণ…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.