• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাড়ী-ভূমি নাইকীয়া যোগীৰ হাতত দুটাকৈ মাৰণাস্ত্ৰ কিয়?

গাড়ী-ভূমি নাইকীয়া যোগীৰ হাতত দুটাকৈ মাৰণাস্ত্ৰ কিয়?

4 years ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

27 minutes ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

1 hour ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

2 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

15 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

15 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

16 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

16 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

17 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

18 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

18 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

19 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

গাড়ী-ভূমি নাইকীয়া যোগীৰ হাতত দুটাকৈ মাৰণাস্ত্ৰ কিয়?

editor by editor
February 6, 2022
in ভাৰত, ৰাজনীতি
0
গাড়ী-ভূমি নাইকীয়া যোগীৰ হাতত দুটাকৈ মাৰণাস্ত্ৰ কিয়?
0
SHARES
768
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গাড়ী আৰু ভূমি নাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ৷ কিন্তু আছে দুটাকৈ মাৰণাস্ত্ৰ৷ কিন্তু কিমান সম্পত্তিৰগৰাকী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ?

আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত গৌৰখপুৰ নগৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে দাখিল কৰা শপতনামাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজৰ সম্পত্তিৰ তথ্য সন্নিৱিষ্ট কৰিছে৷

উল্লেখ্য যে পাঁচবাৰকৈ গৌৰখপুৰ লোকসভা সমষ্টিৰ পৰা বিজয়ী হোৱা যোগী আদিত্যনাথে গৌৰখপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰথমবাৰ বিধায়ক হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে৷

এগৰাকী প্ৰাৰ্থী হিচাপে যোগী আদিত্যনাথে নিৰ্বাচন আয়োগৰ ওচৰত শপতনামাৰ যোগে নিজৰ সম্পত্তিৰ পৰিমাণ দাখিল কৰিছে৷

শপতমানাত সন্নিৱিষ্ট কৰা অনুসৰি যোগী আদিত্যনাথৰ স্বাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ হৈছে ডেৰ কোটি টকাৰো অধিক৷ শপনামাত উল্লেখ কৰা অনুসৰি যোগীৰ সম্পত্তিৰ মুঠ পৰিমাণ হৈছে ১ কোটি ৫৪ লাখ ৯৪ হাজাৰ ৫৪ টকা৷

নগদ এক লাখ টকা ৰখা যোগীৰ ছটা বেংক একাউণ্টত জমা আছে ধন৷ দিল্লী ষ্টেট বেংকৰ পাৰ্লিয়ামেন্ট শাখাত ২৫ লাখ, ৯৯ হাজাৰ ১৭১ টকা, গৌৰখপুৰৰ গৌৰখনাথ শাখাৰ পঞ্জাৱ নেশ্যনেল বেংকত ৪ লাখ ৩২ হাজাৰ, ৭৫১ টকা, লক্ষ্ণৌৰ বিধানসভা মাৰ্গৰ ষ্টেট বেংক শাখাত ৬৭ লাখ, ৮৬ হাজাৰ ৩৯৫ টকা আৰু গোৰখপুৰ ষ্টেট বেংক শাখাত ৭ হাজাৰ ৯০৮ টকা জমা আছে৷

আনহাতে, দুটা ফিক্সড ডেপ’জিটৰ এটাত ৮ লাখ আৰু আনটো ৭ লাখ টকাৰো কিছু বেছি ধন আছে যোগীৰ৷ ইফালে ডাকঘৰৰ দুটা একাউণ্টৰ লক্ষ্ণৌ দিল্লীৰ পাৰ্লিয়ামেন্ট ডাকঘৰত নেচশ্যনেল ছেভিংকছ প্ৰকল্পত জমা আছে ৩৬ লাখ টকাৰো অধিক ধন৷ আনটো গৌৰখপুৰ গৌৰখনাথ শাখাৰ ডাকঘৰত কিষাণ বিকাশ পত্ৰ প্ৰকল্পৰ শিতানত জমা আছে ২ লাখ ৩৩ হাজাৰ টকা৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ এখনো বাহন আৰু ভূমি নাই৷ কিন্তু ২০১৭ চনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৯৬ লাখ সম্পত্তিৰ সৈতে দুখন এচ ইউ ভি বাহন থকা বুলিও উল্লেখ কৰিছিল৷

আনহাতে যোগীৰ দুপাত গহনা আছে৷ ১০ গ্ৰামৰ এডাল সোণৰ চেইনৰ মূল্য হৈছে ২৬ হাজাৰ টকা আৰু ২০ গ্ৰামৰ কাণত পিন্ধা এটা সোণৰ ৰিং যাৰ মূল্য ৪৯ হাজাৰ টকা৷

যোগীৰ ভূমি নাই আৰু যোৱা তিনিটা বছৰত যোগীৰ বাৰ্ষিক আয় ক্ৰমাৎ হ্ৰাসহে পাইছে৷

যোগীৰ ভূমি-গাড়ী নাথাকিলেও নিজৰ সৈতে আছে দুটাকৈ মাৰণাস্ত্ৰ৷ ইয়াৰে এটা হৈছে ১ লাখ টকা মূল্যৰ ৰিভলভাৰ আৰু আনটো হৈছে ৮০ হাজাৰ টকা মূল্যৰ ৰাইফল৷

ইয়াৰ পিছতে বিভিন্নজনে প্ৰশ্ন কৰিছে নিজকে ফকীৰ বুলি জাহিৰ কৰা যোগী আদিত্যনাথক দুটাকৈ মাৰণাস্ত্ৰৰ কিয় প্ৰয়োজন হ’ল?

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24up electionUP election 2022yogi adityanath
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?
বিশ্ব

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

July 4, 2026
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই
বিনোদন

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

July 3, 2026
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…
বিনোদন

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

July 3, 2026
Next Post
আপুনি বুদ্ধিমান হোৱাৰ কেইটামান লক্ষণ…

আপুনি বুদ্ধিমান হোৱাৰ কেইটামান লক্ষণ…

শৈশৱৰ পৰিয়ালৰ আৰ্থিক সংকটৰ পৰা ভাৰতৰত্নলৈ লতাৰ বৰ্ণিল জীৱন পৰিক্ৰমা…

শৈশৱৰ পৰিয়ালৰ আৰ্থিক সংকটৰ পৰা ভাৰতৰত্নলৈ লতাৰ বৰ্ণিল জীৱন পৰিক্ৰমা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.