• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভূপেনদাৰ সংসাৰত কেণা লাগিছিল লতা দিদিৰ বাবে…!

ভূপেনদাৰ সংসাৰত কেণা লাগিছিল লতা দিদিৰ বাবে…!

5 years ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

6 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

9 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

9 hours ago
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

10 hours ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

10 hours ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

11 hours ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

12 hours ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

12 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

12 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

13 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

13 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভূপেনদাৰ সংসাৰত কেণা লাগিছিল লতা দিদিৰ বাবে…!

editor by editor
February 6, 2022
in অসম, ভাৰত, সংগীত
0
ভূপেনদাৰ সংসাৰত কেণা লাগিছিল লতা দিদিৰ বাবে…!
0
SHARES
725
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ অগণন গুণমুদ্ধ আৰু সংগীত অনুৰাগীক শোক সাগৰত এৰি থৈ ৯২ বছৰ বয়সত পৃথিৱীৰ পৰা বিদায় ল’লে কোকিলকণ্ঠী গায়িকা ভাৰতৰত্ন লতা মংগেশকাৰে৷

চিৰকুমাৰী হৈ ৰোৱা লতা মংগেশকাৰ জীৱন আছিল অতি সংঘাত বহুল৷ লতা মংগেশকাৰৰ এই সংঘাত বহুল জীৱনৰ মাজতে মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটাপ্ৰাপক দেশ আৰু বিদেশত খ্যাতি লাভ কৰা অসমৰ সংগীত শিল্পী ডঃ ভূপেন হাজৰিকাৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল!

এই দাবী কৰিছিল ডঃ হাজৰিকাৰ একালৰ পত্নী প্ৰয়াত প্ৰিয়ম্বদা পাটিল হাজৰিকাই৷ প্ৰিয়ম্বদা পাটিল হাজৰিকাই দাবী কৰিছিল যে ‘‘লতাই তেওঁ(ডঃ ভূপেন হাজৰিকাৰ)ৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিছিল৷’’

ইয়াৰ পিছতে সমগ্ৰ দেশতে বিষয়টোৱে তুমুল চৰ্চা লাভ কৰিছিল৷ ইমানেই নহয়, প্ৰিয়ম্বদা পাটিল হাজৰিকাৰ মতে লতা মংগেশকাৰ আৰু ভূপেন হাজৰিকাই কলকতাৰ টালিগঞ্জৰ তিনিটা বেডৰুম বিশিষ্ট এটা এপাৰ্টমেন্টত একেলগে আছিল৷

ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত প্ৰথমটো মৃত্যু বাৰ্ষিকীত অসমলৈ আহি প্ৰিয়ম্বদা পাটিল হাজৰিকাই এই বিস্ফোৰণ ঘটাইছিল৷ বৈদ্যুতিন সংবাদ চেনেল ডিৱাই৩৬৫ক দিয়া এক সাক্ষাৎকাৰত প্ৰিয়ম্বদা পাটিল হাজৰিকাই অন্য আৰু বহু বিস্ফোৰক অভিযোগো কৰিছিল৷

‘‘ভূপেনে তোমাৰ শোৱনি কোঠালৈ ঘূৰি যাব বুলি ভাবি জীয়াই থকাটো বৃথা৷’’ মুম্বাইৰ সংগীত পৰিচালক কল্যাণজী-আনন্দজীয়ে তেওঁক গুজৰাটী ভাষা এইদৰে কোৱা বুলিও দাবী কৰিছিল প্ৰিয়ম্বদা পাটিল হাজৰিকাই৷

‘‘লতা তেওঁৰ প্ৰতি গভীৰভাৱে অনুৰক্তা আছিল আৰু তেওঁ মোক কৈছিল, ‘প্ৰিয়ম, ভাৰতত যদি কোনো সংগীতজ্ঞই প্ৰতিষ্ঠা লাভ কৰিব লাগে, তেন্তে তেওঁৰ গান লতাই গাবই লাগিব৷ মই তেওঁক সুধিলো তুমি তেওঁৰ সৈতে এটা কোঠাত ৰাতি ৰাতি কেনেকৈ একেলগে থাকিব পাৰা? তেতিয়া তেওঁ ক’লে, ‘কেতিয়াবা থাকিব লাগে’৷’’ প্ৰিয়ম্বদা পাটিল হাজৰিকাই উক্ত সাক্ষাৎকাৰটোত কৈছিল৷

উল্লেখ্য যে অসম বুলিয়ে নহয়, সমগ্ৰ দেশতে ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰৰ মাজত মধুৰ সম্পৰ্ক আছিল বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু কোনোৱে ইয়াক মুকলিকৈ তথা ৰাজহুৱাকৈ কোৱা নাছিল৷

ভূপেন হাজৰিকাৰ মৃ্ত্যুৰ এবছৰত পিছত ভূপেন হাজৰিকাৰ পত্নী প্ৰিয়ম্বদা পাটিল হাজৰিকাই অসমলৈ আহি ইয়াক ৰাজহুৱা কৰিছিল৷

ইফালে ভূপেন হাজৰিকাই তেওঁৰ আত্ম-জীৱনীমূলক মই এটি যাযাবৰ শীৰ্ষক গ্ৰন্থটো মুম্বাই এগৰাকী বিখ্যাত গায়িকাৰ বিষয়ে উল্লেখ কৰিছিল৷ ভূপেন হাজৰিকাই গ্ৰন্থখনত লিখিছিল যে মুম্বাইৰ এগৰাকী বিখ্যাত গায়িকাৰ সৈতে কলকতাৰ বিমানবন্দৰত তেওঁক দেখাৰ পিছতে তেওঁৰ পত্নীৰে সম্পৰ্কত জতিলতাৰ সৃষ্টি হৈছিল৷

সেই প্ৰসংগটোৰ কথাও প্ৰিয়ম্বদাই সাক্ষাৎকাৰটোত উল্লেখ কৰিছিল৷ ইফালে ভূপেন হাজৰিকাইও উল্লেখ কৰিছে যে লতা মংগেশকাৰে প্ৰিয়ম্বদা পাটিল হাজৰিকাক কি কৈছিল৷

প্ৰিয়ম্বদা পাটিল হাজৰিকাই এই কথা ৰাজহুৱা কৰাৰ পিছতে লতা মংগেশকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷ আনকি লতা মংগেশকাৰে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আইনী পদক্ষেপ গ্ৰহণৰ কথাও প্ৰকাশ পাইছিল৷

ইফালে ভূপেন হাজৰিকাই এই কথা কোনোদিন স্বীকাৰ কৰি যোৱা নাছিল৷ ডঃ ভূপেন হাজৰিকাৰ একালৰ পত্নী প্ৰয়াত প্ৰিয়ম্বদা পাটিল হাজৰিকাই কৰা এই বিস্ফোৰক অভিযোগে অনাদি অনন্তকালৰ বাবে ৰহস্যাবৃত্ত হৈয়ে থাকিল৷ কাৰণ এই অভিযোগৰ সৈতে সম্পৰ্কৃত তিনিওগৰাকী ব্যক্তিয়ে ইতিমধ্যে ইহসংসাৰ ত্যাগ কৰিছে৷

কিন্তু, প্ৰিয়ম্বদা পাটিল হাজৰিকাৰ এই অভিযোগৰ সত্যতা বিষয়টোক এৰাই চলিলেও তেওঁলোকৰ সংসাৰত কেণা লগাত যে লতা মংগেশকাৰৰ নামটো সাঙুৰ খাই আছে সেইটো সত্য৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bhupen hazarikalata mangeshkarPriyambada Patil Hazarika
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল
অসম

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

September 15, 2026
UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
Next Post
পত্নীৰ নগ্ন আৰু পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰি ইণ্টাৰনেটত এৰি ব্যৱসায় এগৰাকী স্বামীৰ

পত্নীৰ নগ্ন আৰু পৰ্ণ ভিডিঅ’ নিৰ্মাণ কৰি ইণ্টাৰনেটত এৰি ব্যৱসায় এগৰাকী স্বামীৰ

গাড়ী-ভূমি নাইকীয়া যোগীৰ হাতত দুটাকৈ মাৰণাস্ত্ৰ কিয়?

গাড়ী-ভূমি নাইকীয়া যোগীৰ হাতত দুটাকৈ মাৰণাস্ত্ৰ কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.