• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক্সিট প’ল যদি সঁচা হয়, কংগ্ৰেছে যদি চৰকাৰ গঠন কৰে, তেন্তে কোন হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

এক্সিট প’ল যদি সঁচা হয়, কংগ্ৰেছে যদি চৰকাৰ গঠন কৰে, তেন্তে কোন হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

1 year ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

22 minutes ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

48 minutes ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

2 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

2 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

4 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

5 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

6 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

6 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

7 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

7 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

23 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এক্সিট প’ল যদি সঁচা হয়, কংগ্ৰেছে যদি চৰকাৰ গঠন কৰে, তেন্তে কোন হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

editor by editor
October 7, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
এক্সিট প’ল যদি সঁচা হয়, কংগ্ৰেছে যদি চৰকাৰ গঠন কৰে, তেন্তে কোন হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী
0
SHARES
132
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এক্সিট প’ল যদি সঁচা হয়, কংগ্ৰেছে যদি চৰকাৰ গঠন কৰে, তেন্তে কোন হ’ব হাৰিয়ানাৰ মুখ্যমন্ত্ৰী

হাৰিয়ানাৰ ৰাজনীতিত বৰ্তমানে বিশেষভাৱে চৰ্চিত এটি নাম কুমাৰী শৈলজা। যাক হাৰিয়ানাৰ ভৱিষ্যত মুখ্যমন্ত্ৰী হিচাপে মানা হৈছে। কিয়নো এক্সিট প’লত ৰাজ্যখনত কংগ্ৰেছ বিজেপিতকৈ বহু আগবাঢ়ি আছে। যদিহে সঁচাকৈ এক্সিট প’ল সঁচা প্ৰমাণিত হয়, তেন্তে কংগ্ৰেছে চৰকাৰ গঠন কৰিব।

অৱশ্যে কংগ্ৰেছ জয় হোৱাৰ আশা থাকিলেও অন্তৰ মহলত কিছু বেমেজালিয়ে দেখা দিছে। ইমানবোৰ শীৰ্ষ নেতাৰ মাজৰ পৰা কোন হব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী। কংগ্ৰেছে কাক মুখ্যমন্ত্ৰীৰ পদত ৰাখিব। এই ক্ষেত্ৰত মহিলা নেত্ৰী কুমাৰী শৈলজাৰ নাম বিশেষভাৱে চৰ্চিত হৈ আছে।

৫ অক্টোবৰত অনুষ্ঠিত হৈ যোৱা ভোটগ্ৰহণত কাইলৈ ৮ অক্টোবৰ তাৰিখে ভোটগণনা হব। মুঠ ৯০ খন আসনত ৬৫ শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰে।

এই ক্ষেত্ৰত যদি এক্সিট প’ল ভুল বুলি প্ৰমাণিত হয় আৰু বিজেপিয়েই বিজয় হয়, তেন্তে বিজেপিৰ ফালৰ পৰা নায়ম সিং সৈনিয়েই পুনৰ মুখ্যমন্ত্ৰী পদ লাভ কৰিব। পাছে কংগ্ৰেছৰ ফালৰ পৰা কোন। এই ক্ষেত্ৰত এগৰাকী দলিত নেতাকো মুখ্যমন্ত্ৰীৰ পদ দিয়াৰ সম্ভৱনা আছে। কিয়নো ৰাজ্যখনত ১৯৬৬ চনত ৰাজ্য ঘোষিত হোৱাৰে পৰা আজি পৰ্যন্ত কোনো এজনো দলিত লোকে মুখ্যমন্ত্ৰী পদ লাভ কৰা নাই।

যাৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কুমাৰী শৈলজাই এইবাৰ এগৰাকী দলিত নেতাক মুখ্যমন্ত্ৰী পতাৰ বিষয় উত্থাপন কৰিছিল। যি কথাৰ দ্বাৰা শৈলজাই নিজে মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। পাছে কংগ্ৰেছৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হোৱাৰ পথত আছে অন্য শীৰ্ষ নেতাও । এই ক্ষেত্ৰত শীৰ্ষত আছে ৰাজ্য খনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুড্ডা। লগতে আছে ৰাজ্যসভাৰ সাংসদ ৰণদীপ সুৰজেৱালা। এতিয়া কেৱল কালিৰ ভোটগণনালৈ অপেক্ষা সকলোৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CongressHariyana CMHariyana ElectionNext CM
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?
জীৱনশৈলী

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

January 15, 2026
Next Post
অষ্টমী-নৱমীত তিনিটাকৈ অদ্ভুত সংযোগ, ধনৰ দেৱীয়ে ৩ ৰাশিৰ ওপৰত কৰিব বিশেষ আশিৰ্বাদ

অষ্টমী-নৱমীত তিনিটাকৈ অদ্ভুত সংযোগ, ধনৰ দেৱীয়ে ৩ ৰাশিৰ ওপৰত কৰিব বিশেষ আশিৰ্বাদ

চেন্নাই ট্ৰেজিক ঘটনা, এয়াৰ শ্ব’ চাবলৈ যোৱা লাখ লাখ লোকৰ হাজাৰৰ ঘৰত আহত, ৫ নিহত

চেন্নাই ট্ৰেজিক ঘটনা, এয়াৰ শ্ব’ চাবলৈ যোৱা লাখ লাখ লোকৰ হাজাৰৰ ঘৰত আহত, ৫ নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.