• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱাই সংবাদমেল মূখ্যমন্ত্ৰীৰ; সুখবৰ নিবনুৱা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে, আছে বিনামূলীয়া বিজুলীয়ো

পুৱাই সংবাদমেল মূখ্যমন্ত্ৰীৰ; সুখবৰ নিবনুৱা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে, আছে বিনামূলীয়া বিজুলীয়ো

2 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

10 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

11 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

12 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

12 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

13 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

15 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

16 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

16 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

16 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

17 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুৱাই সংবাদমেল মূখ্যমন্ত্ৰীৰ; সুখবৰ নিবনুৱা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে, আছে বিনামূলীয়া বিজুলীয়ো

এতিয়াৰ পৰা সৌৰশক্তিৰ ব্যৱস্থা কৰিলে ৯০ হাজাৰ টকা পৰ্যন্ত লাভ কৰিব জনসাধাৰণে।

editor by editor
March 14, 2024
in অসম, উত্তৰ-পূব
0
পুৱাই সংবাদমেল মূখ্যমন্ত্ৰীৰ; সুখবৰ নিবনুৱা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে, আছে বিনামূলীয়া বিজুলীয়ো
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱাই সংবাদমেল মূখ্যমন্ত্ৰীৰ; সুখবৰ নিবনুৱা আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে, আছে বিনামূলীয়া বিজুলীয়ো

আজি ১৪ মাৰ্চ তাৰিখে পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদংমেল যোগে ঘোষণা কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ কথা। এফালে যদি নিবনুৱাৰ বাবে সুখবৰ আনফালে চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ। লগতে আছে বিনামূলীয় বিজুলীৰ বাৰ্তা। যেন পুৱাই ৰঙালী বিহু বুলি সুখবৰ লৈ আনিছে মুখ্যমন্ত্ৰী শৰ্মাই।

জনতা ভৱনত আয়োজিত হোৱা এক সংবাদমেলত বহু কেইটা কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীৰ বাবে লৈ আনিছে সুখবৰ। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমানেই মৰগীয়া বানচ।

চৰকাৰী কৰ্মচাৰীৰ বাবে মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি কৰাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। লগতে ইয়াকো সদৰি কৰে যে, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই লাভ কৰিব এই বৰ্ধিত ধনৰাশি।

আনহাতে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকলৰ বাবেও লৈ আনিছে আন এক সুখবৰ। এতিয়াৰ পৰা নিজ নিজ গাঁও তথা পঞ্চায়ততে নিযুক্তি পাব। মুখ্যমন্ত্ৰীয়ে সদৰি কৰা অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়, মধ্য শাখা আৰু উচ্চ মাধ্যমিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে এতিয়াৰ পৰা মেধাৰ ভিত্তিত নিজ গাঁৱতে নিযুক্তি লাভ কৰিব।

কেৱল এই দুটাই নহয়, মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আন এক খবৰো। ৰাজ্যৰ জনসাধাৰণে লাভ কৰিব বিনামূলীয়া বিজুলী।

১ কিলোৱাট পেনেলত ১৫ হাজাৰ টকা ৰেহাই, ২ কিলোৱাটত ৩০ হাজাৰ আৰু ৩ কিলোৱাট পেনেলত ৪৫ হাজাৰ টকালৈকে ৰেহাই লাভ কৰিব পাৰিব বুলি সদৰি সংবাদ মেলখনত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cmGovernment Employeehimanta bishwa sharmapress meetSollar Pannel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল
অসম

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

December 20, 2025
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?
অসম

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

December 16, 2025
স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?
অপৰাধ

স্বাস্থ্য একেই আছে, এজনো অভিযুক্ত জে’লত ক্ষীণাই-শুকাই যোৱা নাই, প্ৰথম শুনানিত কান্দোনত ভাঙি পৰিল অমৃতপ্ৰভা, বাকীসকলে কি ক’লে?

December 16, 2025
Next Post
এক ৰহস্যময় হত্যাকাণ্ড আৰু ১ কোটি মোবাইলৰ ডাটা

এক ৰহস্যময় হত্যাকাণ্ড আৰু ১ কোটি মোবাইলৰ ডাটা

১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

১০০ বছৰৰ মূৰকত হোলীত এইবাৰ চন্দ্ৰগ্ৰহণ, এইসকল ৰাশিৰ লোকৰ বাবে মুকলি হ'ব সৌভাগ্যৰ দুৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.