• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰেচন কাৰ্ড, চাকৰি আৰু কি কি গুৰুত্বপূৰ্ণ খবৰ দিছে মুখ্যমন্ত্ৰীয়ে…

ৰেচন কাৰ্ড, চাকৰি আৰু কি কি গুৰুত্বপূৰ্ণ খবৰ দিছে মুখ্যমন্ত্ৰীয়ে…

3 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

7 minutes ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

2 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

3 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

3 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

4 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

4 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

5 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

5 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

7 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

7 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

24 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ৰেচন কাৰ্ড, চাকৰি আৰু কি কি গুৰুত্বপূৰ্ণ খবৰ দিছে মুখ্যমন্ত্ৰীয়ে…

editor by editor
December 7, 2022
in Uncategorized
0
ৰেচন কাৰ্ড, চাকৰি আৰু কি কি গুৰুত্বপূৰ্ণ খবৰ দিছে মুখ্যমন্ত্ৰীয়ে…
0
SHARES
11.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শিক্ষা বিভাগত ওলাব ৬০০০ হাজাৰ চাকৰি৷
ৰেচন কাৰ্ডকলৈয়ো বিশেষ ঘোষণা মুখ্যমন্ত্ৰীৰ৷ ৪০ লাখ পৰিয়ালক যোগান ধৰা হ’ব বিনামূলীয়া চাউল৷
গৰ্ভৱতী মহিলাক আদৰণী সেৱাjৰ সলনি, গৰ্ভৱতী মহিলাৰ একাউণ্টত সোমোৱাই দিয়া হ’ব ৭০০ টকা।
১৯৮৫ চনত অসম আৰক্ষীত চাকৰি কৰি শ্বহীদ হোৱা পৰিয়াললৈ চাকৰি
ইয়াৰ জৰিয়তে ৪০০ তকৈয়ো অধিক পৰিয়াল উপকৃত হব।
অসমত নিৰ্মাণ হ’ব ১৬২ খন নতুন থানা নিৰ্মাণৰ বাবে ৫২৬ কোটিৰ অনুদান
অসম লোকসেৱা আয়োগৰ পৰা চাবজেক্ট অপছনেল পেপাৰ নাইকিয়া হ’ব৷
অসম লোকসেৱা আয়োগৰ ৯০০ পোষ্টৰ বাবে বিজ্ঞাপন মুকলি কৰিব৷
বিটিচিলৈ পঠিওৱা ধনৰাশি প্ৰথম পৰ্যায়ত ৩৬১ কোটি টকা ধাৰ্য কৰিছে।
চাফাই কৰ্মচাৰী আয়োগ গঠনৰ সিদ্ধান্ত কেবিনেটৰ।
চাফাই কৰ্মীসকলৰ সকলো বিষয়য়েই তদাৰক কৰিব আয়োগে।
পলাশবাৰীত এখন ইনটিগ্ৰেটেদ পুলিচ থানা নিৰ্মাণৰ সিদ্ধান্ত।
থানাৰ ওপৰ মহলাত বিষয়াৰ পৰা কনিষ্টবললৈ সকলোৰে বাবে থাকিব কোৱাৰ্টাৰ৷
APSC ছেয়াৰমেন সকলৰ মৰ্যাদা উন্নত কৰা হৈছে৷
তেঁওলোকে ৭ম দৰমহা আয়োগৰ মতে দৰমহা পাব।
Grade-1 আৰু Grade-২ ৰ বাবে ২% চাকৰি ex serviceman সকলৰ বাবে সংৰক্ষিত হ’ব৷
কেবিনেটে ৪০ লাখ লোকক ৰেছন কাৰ্ড দিয়াৰ সিদ্ধান্ত লৈছে।
প্ৰায় ৬ হাজাৰ পৰিয়াল ইয়াৰ দ্বাৰা উপকৃত হব।
3rd forest battelion গঠন হব লখিমপুৰত।
১১০০ ল’ৰা ছোৱালীয়ে চাকৰি পাব এই বেটেলিয়ানত৷
বনবিভাগত ১৭০০, শিক্ষা বিভাগত ৬০০০ পদৰ অনুমোদন৷
ডিচেম্বৰৰ ভিতৰত ১ লাখ নিযুক্তি সম্পন্ন হ’ব৷
৩০ হাজাৰ পদৰ নতুনকৈ প্ৰকাশ পাব বিজ্ঞাপন।
দেৰগাৱঁৰ পুলিচ একাডেমিৰ নাম সলনি হ’ব৷
অসম পুলিচ একাডেমিৰ সলনি এতিয়াৰে পৰা লাচিত বৰফুকন পুলিচ একাডেমি নামেৰে জনা যাব৷
ONGC, APDCL লগ হৈ ২৫০ মেগাৱট বিদ্যুৎ যোগান ধৰাৰ সিদ্ধান্ত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?
Uncategorized

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

January 16, 2026
বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?
Uncategorized

বছৰৰ প্ৰথম মাহত এটাৰ পাছত আনটো ৰাজযোগ, কোন ৰাশিৰ জাতকৰ বাবে কেনে হ’ব জানুৱাৰী ২০২৬?

January 1, 2026
Next Post
আজমল অনুতপ্ত, ‘মুখ্যমন্ত্ৰীক বেয়াকৈ কৈ ভুল কৰিলো! অৱশ্যে গোচৰ তৰিলেও মই ভয় নকৰো…’

আজমল অনুতপ্ত, 'মুখ্যমন্ত্ৰীক বেয়াকৈ কৈ ভুল কৰিলো! অৱশ্যে গোচৰ তৰিলেও মই ভয় নকৰো...'

বিপৰ্জয়ৰ মাজতো আশাৰ ৰেঙনি! হিমাচলত কংগ্ৰেছে অতিক্ৰম কৰিলে মেজিক নম্বৰ…

বিপৰ্জয়ৰ মাজতো আশাৰ ৰেঙনি! হিমাচলত কংগ্ৰেছে অতিক্ৰম কৰিলে মেজিক নম্বৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.