ৰমেন বৰুৱাৰ নিৰুদ্দেশক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া৷
মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয় যে এই ঘটনাক লৈ বৰ বেছি প্ৰশ্ন কৰি থাকিব নালাগে৷
মুখ্যমন্ত্ৰীয়ে এই বিষয়টোক নিয়তিৰ পৰিহাস বুলি মানি ল’বলৈ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ৷
মুখ্যমন্ত্ৰীয়ে ৰমেন বৰুৱাৰ ঘটনাক লৈ কৰিছে কেইবাটাও মন্তব্য৷
‘বহু কথা কবৰ বাবে অসুবিধা, তেওঁ প্ৰচণ্ড মানসিক আঘাত পায় আঁতৰি গৈছে৷’
‘তেওঁ ব্ৰহ্মপুত্ৰৰ ফালে যোৱাৰ বহু প্ৰমাণ আছে উভতি অহাৰ কোনো প্ৰমাণ নাই৷’
‘ কোনোবা যদি নদীৰ কাষলৈ যায় উভতি অহাৰ প্ৰমাণ নাথাকে তেন্তে এয়া নিয়তিৰ পৰিহাস বুলি মানি ল’ব লাগে৷’
‘আমাৰ স্নিফাৰ ডগো নদীৰ একেবাৰে পাৰত গৈ ৰৈ গৈছে, য’ত ৰৈছে সেই স্থান আৰু নদী একেলগে লাগি আছে৷’
‘হাইকৰ্টৰো কেইবাজনো উকীলে তেওঁক যোৱা দেখিছে৷’
‘নদীত পানী ওফন্দি আছে, নদীলৈকে গৈ উভতি নহাটো That is the Destiny’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















