• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাজাৰ চেষ্টাৰ অন্ততো মাতৃ হোৱাত বিফল হৈছে? আঁৰৰ কাৰণ কি?

হাজাৰ চেষ্টাৰ অন্ততো মাতৃ হোৱাত বিফল হৈছে? আঁৰৰ কাৰণ কি?

2 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

11 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

12 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

12 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

13 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

13 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

17 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

17 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

18 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

20 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

20 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

21 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হাজাৰ চেষ্টাৰ অন্ততো মাতৃ হোৱাত বিফল হৈছে? আঁৰৰ কাৰণ কি?

হাজাৰ চেষ্টাৰ অন্ততো মাতৃ হোৱাত বিফল হৈছে? আঁৰৰ কাৰণ কি?

editor by editor
July 26, 2024
in বিবিধ, স্বাস্থ্য
0
হাজাৰ চেষ্টাৰ অন্ততো মাতৃ হোৱাত বিফল হৈছে? আঁৰৰ কাৰণ কি?
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিনকদিনে মহিলাৰ মাজত ইনফাৰ্টিলিটিৰ সমস্যা বাঢ়িছে৷ সহজে গৰ্ভধাৰণ কৰিব পৰা নাই বহু মহিলাই৷ যাৰবাবে বেছিভাগ মহিলাই সহায় ল’ব লগা হৈছে আইভিএফৰ৷ ইনফাৰ্টিলিটিৰ পিছত কি কি কাৰণ দায়ী জানেনে? মহিলাৰ ক্ষেত্ৰত ইনফাৰ্টিলিটিৰ পাছত জৰায়ুৰ আকাৰ, ফাইব্ৰয়েড, হৰমনৰ ভাৰসাম্যহীনতা, অস্বাস্থ্যকৰ লাইফষ্টাইলৰ দৰে নানান কাৰণ আছে৷ কিন্তু জানেনে আপোনাৰ দেহত যদি ভিটামিন ডিৰ ঘাটি থাকে তেতিয়াও গৰ্ভধাৰণত বাধা আহিব পাৰে৷ মহিলাৰ মাজত খুুবেই কমন সমস্যা হৈছে ভিটামিন-ডিৰ অভাৱ৷ ইয়াৰ বাবেই ইনফাৰ্টিলিটিজনিত সমস্যা বাঢ়িছে দেশত৷

নেশ্ব্যনেল ইনষ্টিটিউট অৱ হেলথৰ মতে, ভিটামিন ডিৰ অভাৱ ইনফাৰ্টিলিটিৰ সৈতে যুক্ত৷ ভিটামিন ডিয়ে দেহৰ হৰমনৰ ভাৰসাম্য বজায় ৰাখক৷ আনকি গৰ্ভাৱস্থাত ভিটামিন ডিয়ে শিশুৰ ওজন আৰু হাওঁফাওঁৰ স্বাস্থ্য গঠনতো সহায় কৰে৷

বিশেষজ্ঞসকলৰ মতে ভিটামিন ডিয়ে গৰ্ভাৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ দেহত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি ডিম্বাণু গঠনতো সহায় কৰে৷ ইয়াৰোপৰি শৰীৰক একাধিক ৰোগৰ পৰা হাত সাৰি থকাত সহায় কৰে৷ ফাৰ্টিলিটিৰ বাবে মহিলাৰ ওপৰি পুৰুষৰ দেহতো পৰ্যাপ্ত পৰিমাণে ভিটামিন ডি থকাটো জৰুৰী৷ এই পুষ্টিয়ে পুৰুষৰ মাজত শুক্ৰাণুৰ গুণগত মান বৃদ্ধিত সহায় কৰে৷ শুক্ৰাণুৰ সংখ্যা আৰু গুণমান ভালে নাথাকিলে কিন্তু ইনফাৰ্টিলিটিৰ সমস্যাই দেখা দিয়ে৷

ফাৰ্টিলিটিত ভিটামিন ডিৰ প্ৰয়োজনীয়তা

১. ভিটামিন ডিয়ে জৰায়ু, ডিম্বাশয়সহ প্ৰজন্ন স্বাস্থ্যৰ প্ৰতি গুৰুত্ব ৰাখে৷ এই ভিটামিনৰ অভাৱত পিছিওছি, এণ্ডোমেট্ৰিঅছিছৰ দৰে সমস্যাই দেখা দিয়ে৷

২. ভিটামিন ডিৰ ঘাটি থাকিলে হৰমনৰ ভাৰসাম্য নষ্ট হয়৷ ইয়াৰ জোৰত নানান শাৰীৰিক সমস্যাই দেখা দিয়ে৷ ডিম্বস্ফোটনৰ সমস্যাইয়ো দেখা দিয়ে৷

৩. ভিটামিন ডিয়ে পিৰিয়ডৰ চাইকেলক নিয়ন্ত্ৰণত ৰাখে৷ ভিটামিন ডিয়ে শৰীৰত ইষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰণৰ উৎপাদনত সহায় কৰে৷ এটা ডিমৰ বিকাশ আৰু ডিম্বস্ফোটনত সহায় কৰে৷

৪. গৰ্ভাৱস্থাত ভিটামিন ডিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ প্ৰিমেছিওৰ ডেলিভাৰিৰ ক্ষেত্ৰতো ভিটামিন ডি কমাৰ ভূমিকা আছে৷ মাতৃ আৰু শিশু উভয়ৰে স্বাস্থ্যৰ বাবে ভিটামিন ডি জৰুৰী৷

দেহত ভিটামিন ডিৰ ঘাটি পূৰণৰ বাবে ৰ’দ জৰুৰী৷ পুৱা ১০-১৫ মিনিট ৰ’দত খোজকাঢ়ক৷ ইয়াৰোপৰি খাদ্যতালিকাত দৈ, মাছৰুম, কণী, গাখীৰ, মাছ আদি খাদ্য জৰুৰী৷ যদি ভিটামিন ডি ছাপ্লিমেণ্ট খোৱাৰ প্ৰয়োজন পৰে তেতিয়া চিকিৎসকৰ পৰামৰ্শ লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত
বাণিজ্য

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
Next Post
বছৰত ১৮১৭ কোটি দৰমহা ৰোনাল্ডোৰ, ৰোনাল্ডোৰ আধা দৰমহা লাভ কৰে নেইমাৰে, ছৌদিত কোন ফুটবলাৰৰ কিমান দৰমহা?

বছৰত ১৮১৭ কোটি দৰমহা ৰোনাল্ডোৰ, ৰোনাল্ডোৰ আধা দৰমহা লাভ কৰে নেইমাৰে, ছৌদিত কোন ফুটবলাৰৰ কিমান দৰমহা?

পেৰিছ অলিম্পিকত পদক জিকিলেই পাব এটুকুৰা আইফেল টাৱাৰ, কিন্তু এয়া কেনেকৈ সম্ভৱ?

পেৰিছ অলিম্পিকত পদক জিকিলেই পাব এটুকুৰা আইফেল টাৱাৰ, কিন্তু এয়া কেনেকৈ সম্ভৱ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.