শেষ পৰ্যায়ত অসম চুক্তিৰ ৬ নং দফা, সংবাদমেল যোগে সদৰি মুখ্যমন্ত্ৰীৰ
আজি ২৫ ছেপ্টেম্বৰ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে সদৰি কৰে বহু কেইটা গুৰুত্বপূৰ্ণ তথ্য। সংবাদমেল খনক মুখ্যমন্ত্ৰীয়ে অসম চুক্তিৰ ৬ নং দফাৰ কাম শেষ পৰ্যাযত বুলি উল্লেখ কৰে।
মুখ্যমন্ত্ৰীৰ নেতৃত্বত আছুৰ সৈতে চৰকাৰৰ আজিৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আহত প্ৰকাশ কৰা অনুসৰি-
বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন প্ৰকাশ
কাইলৈ প্ৰতিবেদন চৰকাৰী ৱেৱচাইটত উপলব্ধ হ’ব
আয়োগৰ পৰামৰ্শৱলী তিনি ভাগত বিভক্ত
৫২ টা পৰামৰ্শ ৰূপায়ন কৰাৰ দিশত অগ্ৰসৰ চৰকাৰ
ৰাজ্য চৰকাৰৰ অধীনত আছে ৪০ টা পৰামৰ্শ
কেন্দ্ৰৰ অধীনত ১৫ টা আৰু উভয় চৰকাৰৰ অধীনত ১২ টা
আছুৰে বৈঠকৰ বাবে কেন্দ্ৰক ৰাজ্য চৰকাৰৰ অনুৰোধ
এমাহৰ ভিতৰত প্ৰস্তুৰ হব এক্সন প্লেন
অক্টোবৰত অনুষ্ঠিত হব অছুৰ সৈতে দ্বিতীয়খন বৈঠক
বৰাক উপত্যকাত প্ৰতিবেদন ৰূপায়নৰ অৱকাশ নাই
ষষ্ঠ অনুসূচী এলেকাত অনুমতি সাপেক্ষে ৰূপায়ন
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ